logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গো মাতাক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী হল যুৱক ৰূপহীহাটৰ ভূৰবন্ধাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই নিকৃষ্ট ঘটনা। পথাৰত এৰাল দিয়া গাই গৰুক নিৰ্জন স্থানত নি চাৰি ঠেং বান্ধি ধৰ্ষণ কৰাৰ অভিযোগ জয়ন্ত মণ্ডল নামৰ লম্পটটোৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ নিজৰ যৌন আতীসাহ্য পুৰন কৰিবলৈ গৈ ঘাই গৰুক ধৰ্ষণ কৰাৰ অভিযোগ। গৰু জনীৰ গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট আটক কৰি জেৰা অব্যাহত ৰাখিছে। (Visual send by input)

3 hrs ago
user_Nagaon 24 khobor
Nagaon 24 khobor
Credit reporting agency চামাগুৰি, নগাঁও, অসম•
3 hrs ago

গো মাতাক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী হল যুৱক ৰূপহীহাটৰ ভূৰবন্ধাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই নিকৃষ্ট ঘটনা। পথাৰত এৰাল দিয়া গাই গৰুক নিৰ্জন স্থানত নি চাৰি ঠেং বান্ধি ধৰ্ষণ কৰাৰ অভিযোগ জয়ন্ত মণ্ডল নামৰ লম্পটটোৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ নিজৰ যৌন আতীসাহ্য পুৰন কৰিবলৈ গৈ ঘাই গৰুক ধৰ্ষণ কৰাৰ অভিযোগ। গৰু জনীৰ গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট আটক কৰি জেৰা অব্যাহত ৰাখিছে। (Visual send by input)

More news from Nagaon and nearby areas
  • AIUDF দলৰ নেতা কৰ্মীক উভতি ধৰিলে কংগ্ৰেছ কৰ্মীয়ে । Congress Party leader
    1
    AIUDF দলৰ নেতা কৰ্মীক উভতি ধৰিলে কংগ্ৰেছ কৰ্মীয়ে । Congress Party leader
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    2 hrs ago
  • Post by Nagaon 24 khobor
    1
    Post by Nagaon 24 khobor
    user_Nagaon 24 khobor
    Nagaon 24 khobor
    Credit reporting agency চামাগুৰি, নগাঁও, অসম•
    3 hrs ago
  • আগন্তুক নিৰ্বাচনত ৰকিবুল হুছেইনক পহুখেদা দিয়া হ'ব মুছলিম ছাত্ৰ সন্থাৰ সম্পাদকৰ মন্তব্য
    1
    আগন্তুক নিৰ্বাচনত ৰকিবুল হুছেইনক পহুখেদা দিয়া হ'ব মুছলিম ছাত্ৰ সন্থাৰ সম্পাদকৰ মন্তব্য
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    4 hrs ago
  • Post by IJAJUL HOQUE
    1
    Post by IJAJUL HOQUE
    user_IJAJUL HOQUE
    IJAJUL HOQUE
    চামাগুৰি, নগাঁও, অসম•
    13 hrs ago
  • ➡️ ৰাজ্যৰ ৰাজনীতিত ডাঙৰ পৰিবর্তন। ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ভূপেন বৰায়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত। ➡️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কাষত বহুৱাই এই ঘোষণাটো কৰে। ➡️ এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ➡️ ভূপেন বৰাৰ এই সিদ্ধান্তই অসম ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত
    1
    ➡️ ৰাজ্যৰ ৰাজনীতিত ডাঙৰ পৰিবর্তন।
২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ভূপেন বৰায়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত।
➡️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কাষত বহুৱাই এই ঘোষণাটো কৰে।
➡️ এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
➡️ ভূপেন বৰাৰ এই সিদ্ধান্তই অসম ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    1 hr ago
  • 📌মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে। 📌ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে সত্ৰাধিকাৰ আৰু ভকত সকলে । 📌যোৱাকালি মৰিগাঁৱৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষামূলক ভ্ৰমণলৈ অহা এখন গাড়ীত দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত আজি সত্ৰ খনৰ সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। 📌আচলতে তেওঁলোকে সত্ৰত কোনো ধৰণৰ সেৱা লোৱা নাছিল। বাহিৰে বাহিৰেই গুচি গৈছিল। 📌যদি সচাই ঘটনাটো হৈছিল তেন্তে ইয়াত পহৰা দিয়া প্ৰশাসনৰ মানুহ আছে,সত্ৰাধিকাৰ আছে আমাক কিয় অৱগত কৰা নাই বুলিও প্ৰশ্ন সত্ৰাধিকাৰ গৰাকীৰ 📌বিগত ১৪ বছৰ ধৰি মই এইখন সত্ৰত আছোঁ,আজিলৈকে আমাৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। 📌ইয়াত মিঞা মুছলমান সকলে ভাতৃত্ববোধ জীয়াই ৰাখিছে। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে সত্ৰখনৰ।
    1
    📌মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে।
📌ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে সত্ৰাধিকাৰ আৰু ভকত সকলে ।
📌যোৱাকালি মৰিগাঁৱৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষামূলক ভ্ৰমণলৈ অহা এখন গাড়ীত দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত আজি সত্ৰ খনৰ সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।
📌আচলতে তেওঁলোকে সত্ৰত কোনো ধৰণৰ সেৱা লোৱা নাছিল। বাহিৰে বাহিৰেই গুচি গৈছিল।
📌যদি সচাই ঘটনাটো হৈছিল তেন্তে ইয়াত পহৰা দিয়া প্ৰশাসনৰ মানুহ আছে,সত্ৰাধিকাৰ আছে আমাক কিয় অৱগত কৰা নাই বুলিও প্ৰশ্ন সত্ৰাধিকাৰ গৰাকীৰ
📌বিগত ১৪ বছৰ ধৰি মই এইখন সত্ৰত আছোঁ,আজিলৈকে আমাৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। 
📌ইয়াত মিঞা মুছলমান সকলে ভাতৃত্ববোধ জীয়াই ৰাখিছে। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে সত্ৰখনৰ।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    3 hrs ago
  • Post by লংকাৰ খবৰ
    1
    Post by লংকাৰ খবৰ
    user_লংকাৰ খবৰ
    লংকাৰ খবৰ
    লংকা, হোজাই, অসম•
    8 hrs ago
  • মই ৰকিবুল হোছেইনৰ এজেণ্ট নহয় AIUDFৰ মুস্তফা কামাল পাছাৰ মন্তব্য
    1
    মই ৰকিবুল হোছেইনৰ এজেণ্ট নহয় AIUDFৰ মুস্তফা কামাল পাছাৰ মন্তব্য
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.