logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে। 📌মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে। 📌ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে সত্ৰাধিকাৰ আৰু ভকত সকলে । 📌যোৱাকালি মৰিগাঁৱৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষামূলক ভ্ৰমণলৈ অহা এখন গাড়ীত দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত আজি সত্ৰ খনৰ সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। 📌আচলতে তেওঁলোকে সত্ৰত কোনো ধৰণৰ সেৱা লোৱা নাছিল। বাহিৰে বাহিৰেই গুচি গৈছিল। 📌যদি সচাই ঘটনাটো হৈছিল তেন্তে ইয়াত পহৰা দিয়া প্ৰশাসনৰ মানুহ আছে,সত্ৰাধিকাৰ আছে আমাক কিয় অৱগত কৰা নাই বুলিও প্ৰশ্ন সত্ৰাধিকাৰ গৰাকীৰ 📌বিগত ১৪ বছৰ ধৰি মই এইখন সত্ৰত আছোঁ,আজিলৈকে আমাৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। 📌ইয়াত মিঞা মুছলমান সকলে ভাতৃত্ববোধ জীয়াই ৰাখিছে। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে সত্ৰখনৰ।

3 hrs ago
user_News 16 Northeast
News 16 Northeast
Newsagent Dhing, Nagaon•
3 hrs ago

মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে। 📌মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে। 📌ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে সত্ৰাধিকাৰ আৰু ভকত সকলে । 📌যোৱাকালি মৰিগাঁৱৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষামূলক ভ্ৰমণলৈ অহা এখন গাড়ীত দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত আজি সত্ৰ খনৰ সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। 📌আচলতে তেওঁলোকে সত্ৰত কোনো ধৰণৰ সেৱা লোৱা নাছিল। বাহিৰে বাহিৰেই গুচি গৈছিল। 📌যদি সচাই ঘটনাটো হৈছিল তেন্তে ইয়াত পহৰা দিয়া প্ৰশাসনৰ মানুহ আছে,সত্ৰাধিকাৰ আছে আমাক কিয় অৱগত কৰা নাই বুলিও প্ৰশ্ন সত্ৰাধিকাৰ গৰাকীৰ 📌বিগত ১৪ বছৰ ধৰি মই এইখন সত্ৰত আছোঁ,আজিলৈকে আমাৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। 📌ইয়াত মিঞা মুছলমান সকলে ভাতৃত্ববোধ জীয়াই ৰাখিছে। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে সত্ৰখনৰ।

More news from Nagaon and nearby areas
  • 📌মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে। 📌ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে সত্ৰাধিকাৰ আৰু ভকত সকলে । 📌যোৱাকালি মৰিগাঁৱৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষামূলক ভ্ৰমণলৈ অহা এখন গাড়ীত দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত আজি সত্ৰ খনৰ সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। 📌আচলতে তেওঁলোকে সত্ৰত কোনো ধৰণৰ সেৱা লোৱা নাছিল। বাহিৰে বাহিৰেই গুচি গৈছিল। 📌যদি সচাই ঘটনাটো হৈছিল তেন্তে ইয়াত পহৰা দিয়া প্ৰশাসনৰ মানুহ আছে,সত্ৰাধিকাৰ আছে আমাক কিয় অৱগত কৰা নাই বুলিও প্ৰশ্ন সত্ৰাধিকাৰ গৰাকীৰ 📌বিগত ১৪ বছৰ ধৰি মই এইখন সত্ৰত আছোঁ,আজিলৈকে আমাৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। 📌ইয়াত মিঞা মুছলমান সকলে ভাতৃত্ববোধ জীয়াই ৰাখিছে। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে সত্ৰখনৰ।
    1
    📌মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে।
📌ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে সত্ৰাধিকাৰ আৰু ভকত সকলে ।
📌যোৱাকালি মৰিগাঁৱৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষামূলক ভ্ৰমণলৈ অহা এখন গাড়ীত দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত আজি সত্ৰ খনৰ সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।
📌আচলতে তেওঁলোকে সত্ৰত কোনো ধৰণৰ সেৱা লোৱা নাছিল। বাহিৰে বাহিৰেই গুচি গৈছিল।
📌যদি সচাই ঘটনাটো হৈছিল তেন্তে ইয়াত পহৰা দিয়া প্ৰশাসনৰ মানুহ আছে,সত্ৰাধিকাৰ আছে আমাক কিয় অৱগত কৰা নাই বুলিও প্ৰশ্ন সত্ৰাধিকাৰ গৰাকীৰ
📌বিগত ১৪ বছৰ ধৰি মই এইখন সত্ৰত আছোঁ,আজিলৈকে আমাৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। 
📌ইয়াত মিঞা মুছলমান সকলে ভাতৃত্ববোধ জীয়াই ৰাখিছে। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে সত্ৰখনৰ।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    3 hrs ago
  • ➡️ ৰাজ্যৰ ৰাজনীতিত ডাঙৰ পৰিবর্তন। ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ভূপেন বৰায়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত। ➡️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কাষত বহুৱাই এই ঘোষণাটো কৰে। ➡️ এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ➡️ ভূপেন বৰাৰ এই সিদ্ধান্তই অসম ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত
    1
    ➡️ ৰাজ্যৰ ৰাজনীতিত ডাঙৰ পৰিবর্তন।
২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ভূপেন বৰায়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত।
➡️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কাষত বহুৱাই এই ঘোষণাটো কৰে।
➡️ এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
➡️ ভূপেন বৰাৰ এই সিদ্ধান্তই অসম ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    1 hr ago
  • AIUDF দলৰ নেতা কৰ্মীক উভতি ধৰিলে কংগ্ৰেছ কৰ্মীয়ে । Congress Party leader
    1
    AIUDF দলৰ নেতা কৰ্মীক উভতি ধৰিলে কংগ্ৰেছ কৰ্মীয়ে । Congress Party leader
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    2 hrs ago
  • আগন্তুক নিৰ্বাচনত ৰকিবুল হুছেইনক পহুখেদা দিয়া হ'ব মুছলিম ছাত্ৰ সন্থাৰ সম্পাদকৰ মন্তব্য
    1
    আগন্তুক নিৰ্বাচনত ৰকিবুল হুছেইনক পহুখেদা দিয়া হ'ব মুছলিম ছাত্ৰ সন্থাৰ সম্পাদকৰ মন্তব্য
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    4 hrs ago
  • Post by Nagaon 24 khobor
    1
    Post by Nagaon 24 khobor
    user_Nagaon 24 khobor
    Nagaon 24 khobor
    Credit reporting agency চামাগুৰি, নগাঁও, অসম•
    4 hrs ago
  • Post by IJAJUL HOQUE
    1
    Post by IJAJUL HOQUE
    user_IJAJUL HOQUE
    IJAJUL HOQUE
    চামাগুৰি, নগাঁও, অসম•
    13 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰীত অনুষ্ঠিত হৈছে মহা শিৱৰাত্ৰি মেলা ৷ শিঙৰীত অনুষ্ঠিত মহা শিৱৰাত্ৰি মেলাত অজস্ৰ ভক্তৰ সমাগম।
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰীত অনুষ্ঠিত হৈছে মহা শিৱৰাত্ৰি মেলা ৷ শিঙৰীত অনুষ্ঠিত মহা শিৱৰাত্ৰি মেলাত অজস্ৰ ভক্তৰ সমাগম।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    14 hrs ago
  • 📌চামগুৰিত এ আই ইউ ডি এফ প্ৰাৰ্থীত্ব প্ৰত্যাশী মোস্তফা কামাল পাছাৰ সংবাদ মেল 📌সংবাদ মেলত পাছাই স্পষ্ট ভাষাত কয় যে তেওঁ ৰকিবুল হুছেইনৰ এজেণ্ট নহয় 📌তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা বাতৰিসমূহ মিছা, ভুৱা আৰু ভিত্তিহীন বুলি দাবী কৰি পাছাই সেইসমূহ বাতৰিৰ তীব্ৰ নিন্দা কৰে। 📌লগতে প্ৰাক্তন আমছু নেতা পাছাই স্পষ্ট কৰে যে তেওঁৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰ কৰা ৱেব প’ৰ্টেলসমূহৰ বিৰুদ্ধে শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
    1
    📌চামগুৰিত এ আই ইউ ডি এফ প্ৰাৰ্থীত্ব প্ৰত্যাশী মোস্তফা কামাল পাছাৰ সংবাদ মেল
📌সংবাদ মেলত পাছাই স্পষ্ট ভাষাত কয় যে তেওঁ ৰকিবুল হুছেইনৰ এজেণ্ট নহয়
📌তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা বাতৰিসমূহ মিছা, ভুৱা আৰু ভিত্তিহীন বুলি দাবী কৰি পাছাই সেইসমূহ বাতৰিৰ তীব্ৰ নিন্দা কৰে। 
📌লগতে প্ৰাক্তন আমছু নেতা পাছাই স্পষ্ট কৰে যে তেওঁৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰ কৰা ৱেব প’ৰ্টেলসমূহৰ বিৰুদ্ধে শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.