Shuru
Apke Nagar Ki App…
Debojit Kumar Bordoloi
More news from অসম and nearby areas
- Post by Debojit Kumar Bordoloi1
- এজনে দিছে প্ৰদান বৰুৱা জিন্দাবাদ, মুখ্যমন্ত্ৰীয়ে দিলে অমিয় ভূঞা জিন্দাবাদ। লখিমপুৰ টাউন হলৰ উদ্বোধনৰ দৃশ্য এয়া।1
- মৰঙিত অৰুণোদয় আচঁনিৰ হিতাধিকাৰীৰ প্ৰশংসনীয় কৰ্মসুচী, আমাক চৰকাৰে অৰুণোদয় দিছে , আমি চৰকাৰক সেৱা দিম কাৰ্যসুচী৷3
- বিশ্বনাথত চাৰিআলিত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজৰ পঞ্চদশ দ্বি-বার্ষিক ৰাজ্যিক অধিৱেশন ১৬, ১৭ আৰু ১৮ জানুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশন1
- 📌অসমবাসীৰ পদূলি মূখত হেঁপাহৰ ভোগালী বিহু।1
- পোন প্ৰথমবাৰৰ বাবে চামগুৰিত উপস্থিত বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰী। চামগুৰিৰ সোনাৰিবালী আল-আমীন ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত হয় বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰী। অসম এদিন বিশ্বৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে পৰিচিত হ'ব, অসমখনক সকলোৱে চিনি পাব বুলি মন্তব্য বেৰিষ্টাৰ গৰাকীৰ। আমি কোনো ৰাজনৈতিক নেতাৰ পাছে পাছে দৌৰি সময় নষ্ট কৰাতকৈ নিজে কেনেকৈ সন্মান পাম তেন্তে চিন্তা কৰা উচিত। বিদ্যালয় খনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত উন্নতিৰ কামনাৰে আৰু বহুতো মূল্যৱান ভাষণ দিয়ে ইলিয়াছ হুছেইন আনছাৰীয়ে।1
- ৰহাৰ দীঘলদৰি মিলনপুৰ পথাৰত ৰাজীৱ কুমাৰ নাথৰ নেতৃত্বত ৬খন গাঁৱৰ কেইবাজনো যুৱকৰ সহযোগত প্ৰায় ৩০ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ মূখমণ্ডলৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ ৷ v/o ভোগালী বিহু সমাগত ৷বিভিন্ন ঠাইত ৰাইজে মিলি ভেলাঘৰ সজা সমান্তৰালকৈ ৰহাৰ দিঘলদৰী মিলনপুৰ পথাৰত বহু কেইজন যুৱকে ৰাজীৱ কুমাৰ নাথৰ নেতৃত্বত হিয়াৰ আমঠু জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানসৰে প্ৰায় ৩০ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ মূখমণ্ডলৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা বাবে প্ৰস্তুতি চলাই আছে ৷ এই বৰ্ষত সভাপতি সুৰুজ জ্যোতি নাথ আৰু সম্পাদক হীৰক জ্যোতি নাথে আমাক জনোৱা অনুসৰি কোন ধৰণৰ জাক জমকতা অনুষ্ঠান অনুষ্ঠিত নকৰে কেৱল ভেলাঘৰ সাজি জুবিন গাৰ্গ শ্ৰদ্ধা নিবেদন কৰিব ৷ এক নতুন যাত্ৰাৰ ফালৰ পৰা ভোগালীক আদৰা প্ৰচেষ্টাৰে সকলো ৰাইজলৈ ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছে ৷1
- ♦️ 'ছাৰ, অমিয় ভূঞাক টিকটটো দিব।' ♦️ মহিলাৰ দাবী শুনি মুখ্যমন্ত্ৰীয়ে ক'লে- 'তেওঁ তো গায়ন-বায়ন চব কৰে।' ♦️ পুনৰ বিধায়ক গৰাকীক বিপুল ভোটত জিকাই দিবলৈ আহ্বান মূখ্যমন্ত্ৰীৰ।1