logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লংকাৰ এজাৰবাৰীত এটা গৰুৰ মুৰ উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

1 hr ago
user_JANJU LIVE
JANJU LIVE
Local News Reporter লংকা, হোজাই, অসম•
1 hr ago

লংকাৰ এজাৰবাৰীত এটা গৰুৰ মুৰ উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

More news from অসম and nearby areas
  • ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই। নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
    1
    ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই।

নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সমাজ সেৱক তথা নতুনকৈ কংগ্ৰেছত যোগদান কৰা নেতা নুৰুল আমিন চৌধুৰীক আজি গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত বিজেপি কৰ্মীসকলে খেদি পঠিয়ায়। অভিযোগ অনুসৰি, উন্নয়ন খণ্ডৰ সন্মুখত উপস্থিত হৈয়েই চৌধুৰীয়ে উচটনিমূলক মন্তব্য দিয়াৰ ফলত বিজেপি কৰ্মীসকল উত্তেজিত হৈ পৰে আৰু ইয়াৰ ফলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ আজি গড়াজান উন্নয়ন খণ্ডত এক পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। সভা আৰম্ভ হোৱাৰ পূৰ্বেই উন্নয়ন খণ্ডৰ সন্মুখভাগ উত্তপ্ত হৈ পৰে। পৰিস্থিতিৰ অধিক অৱনতি হোৱাত, দল বাগৰা নেতা তথা ন-কংগ্ৰেছী নুৰুল আমিন চৌধুৰী অৱশেষত ঘটনাস্থলীৰ পৰা পলাই পতং দিয়ে। চামগুৰি সমষ্টিৰ গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত সৃষ্টি হোৱা কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ এই তীব্ৰ সংঘাতে পৰিস্থিতি ভয়াৱহ কৰি তোলাত ৰূপহীহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
    1
    ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সমাজ সেৱক তথা নতুনকৈ কংগ্ৰেছত যোগদান কৰা নেতা নুৰুল আমিন চৌধুৰীক আজি গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত বিজেপি কৰ্মীসকলে খেদি পঠিয়ায়। অভিযোগ অনুসৰি, উন্নয়ন খণ্ডৰ সন্মুখত উপস্থিত হৈয়েই চৌধুৰীয়ে উচটনিমূলক মন্তব্য দিয়াৰ ফলত বিজেপি কৰ্মীসকল উত্তেজিত হৈ পৰে আৰু ইয়াৰ ফলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে, চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ আজি গড়াজান উন্নয়ন খণ্ডত এক পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। সভা আৰম্ভ হোৱাৰ পূৰ্বেই উন্নয়ন খণ্ডৰ সন্মুখভাগ উত্তপ্ত হৈ পৰে। পৰিস্থিতিৰ অধিক অৱনতি হোৱাত, দল বাগৰা নেতা তথা ন-কংগ্ৰেছী নুৰুল আমিন চৌধুৰী অৱশেষত ঘটনাস্থলীৰ পৰা পলাই পতং দিয়ে। চামগুৰি সমষ্টিৰ গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত সৃষ্টি হোৱা কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ এই তীব্ৰ সংঘাতে পৰিস্থিতি ভয়াৱহ কৰি তোলাত ৰূপহীহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • ৰূপহীহাটৰ কাৱৈমাৰীত এগৰাকী এক সন্তানৰ মাতৃ বিগত এমাহ ধৰি নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পত্নী নিৰুদ্দেশ হোৱাত স্বামী আব্দুল আজিজে তেওঁক বিচাৰি হাঁহাকাৰ কৰিছে।
    1
    ৰূপহীহাটৰ কাৱৈমাৰীত এগৰাকী এক সন্তানৰ মাতৃ বিগত এমাহ ধৰি নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পত্নী নিৰুদ্দেশ হোৱাত স্বামী আব্দুল আজিজে তেওঁক বিচাৰি হাঁহাকাৰ কৰিছে।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    6 hrs ago
  • মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)। এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।
    1
    মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)।

এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
  • এই পোষ্টটোত এটা প্ৰেৰণাদায়ক বাৰ্তা শ্বেয়াৰ কৰা হৈছে, য’ত গুৰুত্ব আৰোপ কৰা হৈছে যে সংকটৰ সময়তহে নিজৰ প্ৰকৃত শুভাকাংক্ষীসকলক চিনিব পাৰি। ই এই সত্যটোক উদ্ভাসিত কৰে যে বেয়া সময়েহে আপোন মানুহক চিনাকী কৰায়।
    1
    এই পোষ্টটোত এটা প্ৰেৰণাদায়ক বাৰ্তা শ্বেয়াৰ কৰা হৈছে, য’ত গুৰুত্ব আৰোপ কৰা হৈছে যে সংকটৰ সময়তহে নিজৰ প্ৰকৃত শুভাকাংক্ষীসকলক চিনিব পাৰি। ই এই সত্যটোক উদ্ভাসিত কৰে যে বেয়া সময়েহে আপোন মানুহক চিনাকী কৰায়।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    23 hrs ago
  • লংকাৰ এজাৰবাৰীত এটা গৰুৰ মুৰ উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
    1
    লংকাৰ এজাৰবাৰীত এটা গৰুৰ মুৰ উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.