logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী ৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী স্নান আৰু মেলা বাসন্তী পূজা অনুষ্ঠিত কৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলিছে। :১২ মাৰ্চ  ধুবুৰী ৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী স্নান অহা ২৫ মাৰ্চ তাৰিখৰ পৰা উৎসাহ উদ্দীপনা ৰ মাজেৰে শুভাৰম্ভ হ'ব। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ সম্পূৰ্ণ কৰি তোলা হৈছে। মন্তব্য "_ধুবুৰী অশোকাষ্টমী মেলা কমিটিৰ সাধাৰণ সম্পাদক গণেশ সেন ৰ। আজি সাংবাদিকৰ আগত তেওঁ কয়,অহা ২৫ মার্চ বিয়লি ৫ বজাত এই অশোকাষ্টমী স্নান ৰ‌শুভাৰম্ভ কৰিব জিলা আয়ুক্ত নবদ্বীপ পাঠক‌‌‌। স্নান উপলক্ষে ধুবুৰী পৌৰসভা ৰ সহযোগীতা ত ধুবুৰী ৰ বিভিন্ন পাৰঘাট সজাই পৰাই ৰখাৰ কাম আৰম্ভ হৈছে। স্নান কৰিবলৈ অহা জিলা ৰ বিভিন্ন ঠাইৰ পৰা আৰু চুবুৰীয়া পশ্চিমবংগ মেঘালয় পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ বাবে থকাৰ আৰু খোৱাৰ বাবে বিভিন্ন মঠ মন্দিৰ, স্কুল, আৰু ওপেন থিয়েটাৰ হলত ব্যাবস্থা করা হৈছে। ২৬ মার্চ ৰ পৰা ৯ এপ্রিল লৈকে অশোকাষ্টমী মেলা অনুষ্ঠিত হ'ব। এইবাৰ মেলাত বিভিন্ন অঞ্চলৰ পৰা ৫০০ ৰ অধিক দোকানী,ৰ লগত,নাগৰদোলা, চাৰ্কাছ,জলপৰী, বিভিন্ন প্ৰদৰ্শন কৰাৰ বাবে আহিব।মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আৰক্ষী, বেটেলিয়ন কেম্প, চিকিৎসা ৰ বাবে অস্হায়ী স্বাস্থ্য কেন্দ্ৰ স্হাপন কৰা হ'ব। তেওঁ কয়, অশোকাষ্টমী মেলা ৰ লগত সংগতি ৰাখি পৰাম্পৰাগত বাবে চাৰিদিন ব্যাপি বাসন্তী পূজা আৰু অন্নপূৰ্ণা পূজা অনুষ্ঠিত হ'ব।যি কোনো অভাব অভিযোগ ৰ বাবে মেলা স্থলীত মেলা কমিটিৰ কাৰ্যালয় স্থাপন কৰা হ'ব। প্ৰনৱাশীষ ৰয় ধুবুৰী    ধুবুৰী ত ঐতিহ্যমণ্ডিত অশোকাষ্টমী স্নান অহা‌ ২৫ মাৰ্চ আৰু অশোকাষ্টমী মেলা শুভাৰম্ভ ধুবুৰী ৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী স্নান আৰু মেলা বাসন্তী পূজা অনুষ্ঠিত কৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলিছে। ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১২ মাৰ্চ ধুবুৰী ৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী স্নান অহা ২৫ মাৰ্চ তাৰিখৰ পৰা উৎসাহ উদ্দীপনা ৰ মাজেৰে শুভাৰম্ভ হ'ব। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ সম্পূৰ্ণ কৰি তোলা হৈছে। মন্তব্য "_ধুবুৰী অশোকাষ্টমী মেলা কমিটিৰ সাধাৰণ সম্পাদক গণেশ সেন ৰ। আজি সাংবাদিকৰ আগত তেওঁ কয়,অহা ২৫ মার্চ বিয়লি ৫ বজাত এই অশোকাষ্টমী স্নান ৰ‌শুভাৰম্ভ কৰিব জিলা আয়ুক্ত নবদ্বীপ পাঠক‌‌‌। স্নান উপলক্ষে ধুবুৰী পৌৰসভা ৰ সহযোগীতা ত ধুবুৰী ৰ বিভিন্ন পাৰঘাট সজাই পৰাই ৰখাৰ কাম আৰম্ভ হৈছে। স্নান কৰিবলৈ অহা জিলা ৰ বিভিন্ন ঠাইৰ পৰা আৰু চুবুৰীয়া পশ্চিমবংগ মেঘালয় পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ বাবে থকাৰ আৰু খোৱাৰ বাবে বিভিন্ন মঠ মন্দিৰ, স্কুল, আৰু ওপেন থিয়েটাৰ হলত ব্যাবস্থা করা হৈছে। ২৬ মার্চ ৰ পৰা ৯ এপ্রিল লৈকে অশোকাষ্টমী মেলা অনুষ্ঠিত হ'ব। এইবাৰ মেলাত বিভিন্ন অঞ্চলৰ পৰা ৫০০ ৰ অধিক দোকানী,ৰ লগত,নাগৰদোলা, চাৰ্কাছ,জলপৰী, বিভিন্ন প্ৰদৰ্শন কৰাৰ বাবে আহিব।মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আৰক্ষী, বেটেলিয়ন কেম্প, চিকিৎসা ৰ বাবে অস্হায়ী স্বাস্থ্য কেন্দ্ৰ স্হাপন কৰা হ'ব। তেওঁ কয়, অশোকাষ্টমী মেলা ৰ লগত সংগতি ৰাখি পৰাম্পৰাগত বাবে চাৰিদিন ব্যাপি বাসন্তী পূজা আৰু অন্নপূৰ্ণা পূজা অনুষ্ঠিত হ'ব।যি কোনো অভাব অভিযোগ ৰ বাবে মেলা স্থলীত মেলা কমিটিৰ কাৰ্যালয় স্থাপন কৰা হ'ব। প্ৰনৱাশীষ ৰয় ধুবুৰী   

on 12 March
user_Pranabasish Roy
Pranabasish Roy
আঠানি, ধুবুৰী, অসম•

  • user_Anarul ali
    Anarul ali
    Udalguri, Assam
    😍
    on 13 March
More news from অসম and nearby areas
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    18 hrs ago
  • গৰু বিহুৰ দিনাই কৃষ্ণাইৰ ভোজমালাত অঘটন গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ যমজ ভাতৃ নিৰুদ্দেশ দীপাংকৰ নাথ আৰু দেৱাশীস নাথ টেঙাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা
    1
    গৰু বিহুৰ দিনাই কৃষ্ণাইৰ ভোজমালাত অঘটন
গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ যমজ ভাতৃ নিৰুদ্দেশ দীপাংকৰ নাথ আৰু দেৱাশীস নাথ টেঙাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা
    user_Ismail Hussain
    Ismail Hussain
    বালিজানা, গোৱালপাৰা, অসম•
    22 hrs ago
  • 📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।
    1
    📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 
📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    5 hrs ago
  • Post by Saiful islam
    1
    Post by Saiful islam
    user_Saiful islam
    Saiful islam
    বৰমা পি টি, বাক্সা, অসম•
    23 hrs ago
  • ভূটানৰ চানদ্ৰুপ ঝংকাৰত ৰঙালী বিহু আৰু বৈছাগু উদযাপন কৰিলে বিটিচিৰ উপাধ্যক্ষৰ বিজিৎ গৌৰা নাৰ্জাৰী আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
    1
    ভূটানৰ চানদ্ৰুপ ঝংকাৰত ৰঙালী বিহু আৰু বৈছাগু উদযাপন কৰিলে বিটিচিৰ উপাধ্যক্ষৰ বিজিৎ গৌৰা নাৰ্জাৰী আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    5 hrs ago
  • Post by Uttam Dutta
    1
    Post by Uttam Dutta
    user_Uttam Dutta
    Uttam Dutta
    উত্তৰ গুৱাহাটী (পিটি), কামৰূপ, অসম•
    20 hrs ago
  • 📌গৰু বিহুৰ দিনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক দুঃখবৰ। 📌মানাহত ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু প্ৰায় ২৫ বছৰ বয়সীয়া এটি প্ৰাপ্তবয়স্ক মতা গঁড়ৰ। 📌পৰস্পৰৰ সৈতে যুঁজ-বাগৰত আঘাতপ্ৰাপ্ত হৈ আজি মৃত্যুক সাৱটিলে গঁড়টোৱে।
    1
    📌গৰু বিহুৰ দিনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক দুঃখবৰ।
📌মানাহত ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু প্ৰায় ২৫ বছৰ বয়সীয়া এটি প্ৰাপ্তবয়স্ক মতা গঁড়ৰ।
📌পৰস্পৰৰ সৈতে যুঁজ-বাগৰত আঘাতপ্ৰাপ্ত হৈ আজি মৃত্যুক সাৱটিলে গঁড়টোৱে।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    17 hrs ago
  • Post by Uttam Dutta
    1
    Post by Uttam Dutta
    user_Uttam Dutta
    Uttam Dutta
    উত্তৰ গুৱাহাটী (পিটি), কামৰূপ, অসম•
    20 hrs ago
  • Post by Eakupall
    1
    Post by Eakupall
    user_Eakupall
    Eakupall
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.