logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গৌৰৱ গগৈক উভতি ধৰিলে মানকাচৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে। জাবেদ ইছলামক মূখ্যমন্ত্ৰীৰ প্ৰক্সি বুলি অভিহিত কৰিছিল গৌৰৱ গগৈয়ে।

6 hrs ago
user_T News
T News
Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
6 hrs ago

গৌৰৱ গগৈক উভতি ধৰিলে মানকাচৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে। জাবেদ ইছলামক মূখ্যমন্ত্ৰীৰ প্ৰক্সি বুলি অভিহিত কৰিছিল গৌৰৱ গগৈয়ে।

More news from অসম and nearby areas
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    6 hrs ago
  • Post by Md Romio Mehadi
    1
    Post by Md Romio Mehadi
    user_Md Romio Mehadi
    Md Romio Mehadi
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    18 hrs ago
  • নদুৱাৰ সমষ্টিৰ নপামত নিৰ্বাচনী হিংসাত্মক ঘটনা । বিজেপিৰ দলৰ সমৰ্থকে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ।গুৰুত্বৰ আঘাতপ্ৰাপ্ত কংগ্ৰেছ কৰ্মীক চিকিৎসালয়ত ভৰ্তি #BreakingNews #AssamNews #ElectionViolence #Naduar #BJP #Congress #PoliticalClash #AssamPolitics #TrendingNews #LocalNews #ViralNews #IndiaNews #NewsUpdate #AssamPortalNews #Election2026
    1
    নদুৱাৰ সমষ্টিৰ নপামত নিৰ্বাচনী হিংসাত্মক ঘটনা । বিজেপিৰ দলৰ সমৰ্থকে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ।গুৰুত্বৰ আঘাতপ্ৰাপ্ত কংগ্ৰেছ কৰ্মীক চিকিৎসালয়ত ভৰ্তি
#BreakingNews #AssamNews #ElectionViolence #Naduar #BJP #Congress #PoliticalClash #AssamPolitics #TrendingNews #LocalNews #ViralNews #IndiaNews #NewsUpdate #AssamPortalNews #Election2026
    user_Assam Portal News
    Assam Portal News
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    9 hrs ago
  • ২২ নং মন্দীয়া সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ফাৰুক খানৰ ব্যতিক্ৰমী নিৰ্বাচন প্ৰচাৰ সভা।
    1
    ২২ নং মন্দীয়া সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ফাৰুক খানৰ ব্যতিক্ৰমী নিৰ্বাচন প্ৰচাৰ সভা।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    17 hrs ago
  • বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত আজি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক পৃথিৰাজ প্ৰভাকৰ ছাথে। তেওঁ কয় যে অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে এশ দিনৰ ভিতৰত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰদান কৰা হ'ব।
    1
    বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত আজি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক পৃথিৰাজ প্ৰভাকৰ ছাথে। তেওঁ কয় যে অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে এশ দিনৰ ভিতৰত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰদান কৰা হ'ব।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    19 hrs ago
  • কথা দি কথা ৰাখিব নোৱাৰা এজেপি আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক অসমৰ ৰাইজে এতিয়া আৰু নিবিচাৰে—এইদৰে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জাকিৰ হুছেইনে। তেওঁৰ মতে, ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্য মঞ্চ দিনক দিনে অধিক শক্তিশালী হৈ উঠিছে আৰু আগন্তুক নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ গঠন প্ৰায় নিশ্চিত।বিজেপিক ‘সুবিধাবাদী দল’ বুলি কটাক্ষ কৰি জাকিৰ হুছেইনে কয় যে, এই চৰকাৰে জনতাৰ আশাৰ লগত বিশ্বাসঘাতকতা কৰিছে। অসমৰ সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ বিষয়তো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তেওঁ কয়— কংগ্ৰেছ চৰকাৰ গঠন হ’লে মাত্ৰ ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পাব বুলি তেওঁ আশ্বাস দিয়ে।
    1
    কথা দি কথা ৰাখিব নোৱাৰা এজেপি আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক অসমৰ ৰাইজে এতিয়া আৰু নিবিচাৰে—এইদৰে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জাকিৰ হুছেইনে।
তেওঁৰ মতে, ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্য মঞ্চ দিনক দিনে অধিক শক্তিশালী হৈ উঠিছে আৰু আগন্তুক নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ গঠন প্ৰায় নিশ্চিত।বিজেপিক ‘সুবিধাবাদী দল’ বুলি কটাক্ষ কৰি জাকিৰ হুছেইনে কয় যে, এই চৰকাৰে জনতাৰ আশাৰ লগত বিশ্বাসঘাতকতা কৰিছে। অসমৰ সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ বিষয়তো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তেওঁ কয়—
কংগ্ৰেছ চৰকাৰ গঠন হ’লে মাত্ৰ ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পাব বুলি তেওঁ আশ্বাস দিয়ে।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    18 hrs ago
  • গড়ে মার প্রিয়া পাড়া খারিদল ইঞ্চি
    1
    গড়ে মার প্রিয়া পাড়া খারিদল ইঞ্চি
    user_Habel Uddin
    Habel Uddin
    গৰৈমাৰী, কামৰূপ, অসম•
    6 hrs ago
  • Post by Md Romio Mehadi
    3
    Post by Md Romio Mehadi
    user_Md Romio Mehadi
    Md Romio Mehadi
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.