logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

৪৫ গৰাকী কংগ্ৰেছ কৰ্মীক APCC য়ে নিলম্বন প্ৰত্যাহাৰ কৰাৰ পিছতে সংবাদমেল আয়োজন কৰে। *DHUBRI* *SLUG- DHUBRI CONGRES WORKERS PRESS MEET. ধুবুৰী কংগ্ৰেছৰ জিলা কাৰ্যালয়ত সংবাদমেল। ধুবুৰী জিলা কংগ্ৰেছৰ সভানেত্ৰীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰি সংবাদমেল অনুষ্ঠিত কৰে কংগ্ৰেছ কৰ্মী সকলে। কংগ্ৰেছ কৰ্মীসকলক নিলম্বন কৰা কাৰ্যক অবৈধ আখ্যা দিয়ে APCC কাৰ্যকৰী সদস্য আবু তাহেৰ আলী বেপাৰীয়ে। প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীক সুৰক্ষা দিয়াৰ দায়িত্ব জিলা কংগ্ৰেছ সভানেত্ৰীৰ । যদি কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কোনোবাই অভিযোগ দাখিল কৰিলে সেইবোৰ অভিযোগ APCC লৈ প্ৰেৰণ কৰিব লাগে জিলা কংগ্ৰেছ সভানেত্ৰীয়ে । আমি আজিলৈকে কোনো ৰাজনৈতিক দলৰ হৈ কাম কৰা নাই বুলিও মন্তব্য কৰে APCC কাৰ্যকৰী সদস্য আবু তাহেৰ আলী বেপাৰীয়ে। জিলা কংগ্ৰেছৰ প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীক নিলম্বন কৰি নিজেই নেতা হব বুলি ভাবিছে সেইটো কেনেকুৱা কথা বুলিও মন্তব্য কৰে কংগ্ৰেছ কৰ্মী আবু তাহেৰ আলী বেপাৰীয়ে। নিলম্বন প্ৰত্যাহাৰ কৰাৰ পিছতে আজিৰ সংবাদমেল যোগে APCC সভাপতি গৌৰৱ গগৈ, ধুবুৰীৰ সাংসদ ৰখিবুল হুছেইনক ধন্যবাদ জ্ঞাপন কৰে নিলম্বন প্ৰত্যাহাৰ হোৱা কংগ্ৰেছৰ কৰ্মী সকলে।

13 hrs ago
user_Amar Dhubri
Amar Dhubri
Media house আঠানি, ধুবুৰী, অসম•

More news from অসম and nearby areas
  • H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    1
    H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    user_Kayakuchi Express
    Kayakuchi Express
    Media house বৰপেটা, বৰপেটা, অসম•
    17 hrs ago
  • বৰপেটাৰ বহৰিৰ সাহিদ আলীৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন। আপুনিও জনাওক শুভেচ্ছা।
    1
    বৰপেটাৰ বহৰিৰ সাহিদ আলীৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন। আপুনিও জনাওক শুভেচ্ছা।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    17 hrs ago
  • Post by Hii
    1
    Post by Hii
    user_Hii
    Hii
    বৰপেটা, বৰপেটা, অসম•
    20 hrs ago
  • সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে বাইহাটা চাৰিআলিকে ধৰি বৃহত্তৰ উত্তৰাঞ্চলত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰিছে  ।
    1
    সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে বাইহাটা চাৰিআলিকে ধৰি বৃহত্তৰ উত্তৰাঞ্চলত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰিছে  ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    12 hrs ago
  • Post by Mithun Rabha
    4
    Post by Mithun Rabha
    user_Mithun Rabha
    Mithun Rabha
    বজালী (পিটি), বজালী, অসম•
    17 hrs ago
  • বাক্সা জিলাৰ খাৰিজা বিজনীৰ কাহিতামা পথাৰত নিৰ্মাণাধীন 'আয়ুষ্মান আৰোগ্য মন্দিৰ'ৰ কামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিপুল দাস নামৰ এজন ঠিকাদাৰৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটোৰ কাম অতি নিম্নমানৰ হোৱা বুলি ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।
    2
    বাক্সা জিলাৰ খাৰিজা বিজনীৰ কাহিতামা পথাৰত নিৰ্মাণাধীন 'আয়ুষ্মান আৰোগ্য মন্দিৰ'ৰ কামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিপুল দাস নামৰ এজন ঠিকাদাৰৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটোৰ কাম অতি নিম্নমানৰ হোৱা বুলি ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    8 hrs ago
  • H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    1
    H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    18 hrs ago
  • Post by Mithun Rabha
    1
    Post by Mithun Rabha
    user_Mithun Rabha
    Mithun Rabha
    বজালী (পিটি), বজালী, অসম•
    18 hrs ago
  • Post by Jayanta Das
    4
    Post by Jayanta Das
    user_Jayanta Das
    Jayanta Das
    Salesperson বাক্সা, বাক্সা, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.