Shuru
Apke Nagar Ki App…
বাগচা জিলাৰ মানাহ সমষ্টিৰ অন্তৰ্গত থমনা গাৱঁৰ জৰাজিৰ্ন পথৰ অৱস্থা
Jayanta Das
বাগচা জিলাৰ মানাহ সমষ্টিৰ অন্তৰ্গত থমনা গাৱঁৰ জৰাজিৰ্ন পথৰ অৱস্থা
More news from অসম and nearby areas
- Post by Jayanta Das4
- উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক। ৯১.৮ শতাংশ নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰী গৰাকী। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি স্বীকাৰ কৰে মেধাৱী ছাত্ৰী বৰষাই।1
- বাক্সা জিলাৰ খাৰিজা বিজনীৰ কাহিতামা পথাৰ গাঁৱৰ ৰাইজে এতিয়া স্ব-নিৰ্ভৰশীলতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। দীৰ্ঘদিন ধৰি ৰাস্তা-ঘাটৰ জৰাজীৰ্ণ অৱস্থাই জুৰুলা কৰা গাঁওখনৰ ৩৬ টা পৰিয়ালে জনপ্ৰতিনিধিৰ আশ্বাসলৈ বাট নাচাই হাতে হাতে কোৰ লৈ নিজেই পথ নিৰ্মাণৰ কামত নামি পৰিছে।1
- Post by Santosh biswas1
- Post by Mithun Rabha4
- তামুলপুৰৰ ডিমিলাপাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৫৭৭ বৰ্ষীয় শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ সবাহ মহোৎসৱত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত Blood Donation Camp ৰ আয়োজন কৰা হয়। অৰ্ধশতাধিক লোকে Blood Donation কৰে।1
- ৰঙিয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা সৃষ্টিশীল ৰঙিয়াৰ উদ্যোগত অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ কিছু অংশ1
- Post by Mithun Rabha1