logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা সৃষ্টিশীল ৰঙিয়াৰ উদ্যোগত অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ কিছু অংশ। ৰঙিয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা সৃষ্টিশীল ৰঙিয়াৰ উদ্যোগত অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ কিছু অংশ

2 hrs ago
user_Arup Sarma
Arup Sarma
Local News Reporter ৰঙিয়া পিটি, কামৰূপ, অসম•
2 hrs ago

ৰঙিয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা সৃষ্টিশীল ৰঙিয়াৰ উদ্যোগত অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ কিছু অংশ। ৰঙিয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা সৃষ্টিশীল ৰঙিয়াৰ উদ্যোগত অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ কিছু অংশ

More news from অসম and nearby areas
  • ৰঙিয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা সৃষ্টিশীল ৰঙিয়াৰ উদ্যোগত অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ কিছু অংশ
    1
    ৰঙিয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা সৃষ্টিশীল ৰঙিয়াৰ উদ্যোগত অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ কিছু অংশ
    user_Arup Sarma
    Arup Sarma
    Local News Reporter ৰঙিয়া পিটি, কামৰূপ, অসম•
    2 hrs ago
  • Post by Santosh biswas
    1
    Post by Santosh biswas
    user_Santosh biswas
    Santosh biswas
    তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • তামুলপুৰৰ ডিমিলাপাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৫৭৭ বৰ্ষীয় শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ সবাহ মহোৎসৱত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত Blood Donation Camp ৰ আয়োজন কৰা হয়। অৰ্ধশতাধিক লোকে Blood Donation কৰে।
    1
    তামুলপুৰৰ ডিমিলাপাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৫৭৭ বৰ্ষীয়  শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ সবাহ মহোৎসৱত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত Blood Donation Camp ৰ আয়োজন কৰা হয়। অৰ্ধশতাধিক লোকে Blood Donation কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    20 hrs ago
  • Post by Ebrahim Ali
    7
    Post by Ebrahim Ali
    user_Ebrahim Ali
    Ebrahim Ali
    মঙলদৈ (পিটি), দৰং, অসম•
    5 hrs ago
  • Post by Jayanta Das
    4
    Post by Jayanta Das
    user_Jayanta Das
    Jayanta Das
    Salesperson বাক্সা, বাক্সা, অসম•
    36 min ago
  • শিক্ষাৰ্থী গৰাকীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভবা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম নোহোৱা বাবে জানো এনেধৰণৰ পন্হা বাচি লোৱাতো উচিত হ'ব নোৱাৰে। নিজক শে.....ষ কৰাৰ বাবে যোগীঘোপা পঞ্চৰত্ন দলঙৰ পৰা বুকুত জাপ দিয়াৰ অপচেষ্টা
    1
    শিক্ষাৰ্থী গৰাকীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভবা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম নোহোৱা বাবে জানো এনেধৰণৰ পন্হা বাচি লোৱাতো উচিত হ'ব নোৱাৰে।
নিজক শে.....ষ কৰাৰ বাবে যোগীঘোপা পঞ্চৰত্ন দলঙৰ পৰা বুকুত জাপ দিয়াৰ অপচেষ্টা
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
  • উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক। ৯১.৮ শতাংশ নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰী গৰাকী। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি স্বীকাৰ কৰে মেধাৱী ছাত্ৰী বৰষাই।
    1
    উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক। ৯১.৮ শতাংশ নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰী গৰাকী। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি স্বীকাৰ কৰে মেধাৱী ছাত্ৰী বৰষাই।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    8 hrs ago
  • ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান বিজ্ঞান শাখাত তামুলপুৰ জিলা। লগতে জিলা খনৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শীৰ্ষস্থান দখল।
    1
    ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান বিজ্ঞান শাখাত তামুলপুৰ জিলা। লগতে জিলা খনৰ ভিতৰতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শীৰ্ষস্থান দখল।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.