Shuru
Apke Nagar Ki App…
ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নেকি বিধায়ক জাকিৰ হুছেইন শিকদাৰ? অগপ লৈ গমম কৰিব নেকি বিধায়ক জাকিৰ হুছেইন শিকদাৰ! সংবাদ মাধ্যমৰ আগত কি ক'লে বিধায়ক জাকিৰ হুছেইনে?
Arshad Ali
ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নেকি বিধায়ক জাকিৰ হুছেইন শিকদাৰ? অগপ লৈ গমম কৰিব নেকি বিধায়ক জাকিৰ হুছেইন শিকদাৰ! সংবাদ মাধ্যমৰ আগত কি ক'লে বিধায়ক জাকিৰ হুছেইনে?
More news from অসম and nearby areas
- Post by Mogrob1
- 📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।1
- জীৱ শ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাণ্ড৷ মানুহ কিমান নিকৃষ্ট হলে এগৰাকী নাৱালিকাক লৈ ধৰ্ষণৰ দৰে মিছা অপবাদ দিব পাৰে৷1
- Post by Saiful islam1
- গোৱালপাৰাৰ ৰাক্ষসিনীৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা1
- ভূটানৰ চানদ্ৰুপ ঝংকাৰত ৰঙালী বিহু আৰু বৈছাগু উদযাপন কৰিলে বিটিচিৰ উপাধ্যক্ষৰ বিজিৎ গৌৰা নাৰ্জাৰী আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।1
- Post by Uttam Dutta1
- 📌গৰু বিহুৰ দিনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক দুঃখবৰ। 📌মানাহত ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু প্ৰায় ২৫ বছৰ বয়সীয়া এটি প্ৰাপ্তবয়স্ক মতা গঁড়ৰ। 📌পৰস্পৰৰ সৈতে যুঁজ-বাগৰত আঘাতপ্ৰাপ্ত হৈ আজি মৃত্যুক সাৱটিলে গঁড়টোৱে।1