logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধেমাজি জিলাৰ ন-আলি ভজুগাওঁ ত অঘটন ১৪ বছৰীয়া শিশু নিৰুদ্দেশ । ধেমাজি জিলাৰ ন-আলি ভজুগাওঁ ত অঘটন ১৪ বছৰীয়া শিশু নিৰুদ্দেশ । ধেমাজি ন- আলি ভজুগাওঁ নিবাসী শ্ৰীযুত চিৰঞ্জীৱ সোনোৱাল বড়া আৰু শ্ৰীমতী বিদ্যাৱতী সোনোৱাল বড়া ৰ ১৪ বছৰীয়া পুত্ৰ সুমন সোনোৱাল বড়া যোৱা কালি বিহু খাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ ঘূৰি নাহিল। যোৱা কালি ০৪:৩০ মান বজাৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিব দিয়ে পৰিয়াল বৰ্গ সকলে । অষ্টম শ্ৰেণীৰ ছাত্ৰ সুমন সোনোৱাল বড়া ক কোনো শদাশয় ব্যক্তিয়ে যদি লগ পাই বা কৰবাত দেখিছে 9954388427 আৰু 9101239762 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ সদস্য সকলে ।। ধেমাজিৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট ।

22 hrs ago
user_Huntu sen kachari
Huntu sen kachari
Photographer Dibrugarh East, Assam•
22 hrs ago
50632276-3a23-4f68-ac53-2997f018328f
273205e5-fe45-488a-86ac-81d9c72c1e06
b9c340b9-141b-4bc8-b4c3-1461aef7209f

ধেমাজি জিলাৰ ন-আলি ভজুগাওঁ ত অঘটন ১৪ বছৰীয়া শিশু নিৰুদ্দেশ । ধেমাজি জিলাৰ ন-আলি ভজুগাওঁ ত অঘটন ১৪ বছৰীয়া শিশু নিৰুদ্দেশ । ধেমাজি ন- আলি ভজুগাওঁ নিবাসী শ্ৰীযুত চিৰঞ্জীৱ সোনোৱাল বড়া আৰু শ্ৰীমতী বিদ্যাৱতী সোনোৱাল বড়া ৰ ১৪ বছৰীয়া পুত্ৰ সুমন সোনোৱাল বড়া যোৱা কালি বিহু খাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ ঘূৰি নাহিল। যোৱা কালি ০৪:৩০ মান বজাৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিব দিয়ে পৰিয়াল বৰ্গ সকলে । অষ্টম শ্ৰেণীৰ ছাত্ৰ সুমন সোনোৱাল বড়া ক কোনো শদাশয় ব্যক্তিয়ে যদি লগ পাই বা কৰবাত দেখিছে 9954388427 আৰু 9101239762 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ সদস্য সকলে ।। ধেমাজিৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট ।

More news from Assam and nearby areas
  • কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ বৃহৎ সফলতা সাতবইনীৰটুপ বালাভিঠা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সাতবইনীৰটুপ বালাভিঠা আঞ্চলিক যুৱ সংঘৰ উদ্দোগত কৃতি ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা , কলমেৰে সম্ভৰ্ধনা জনোৱাৰ লগতে আমন্ত্ৰিত অতিথি ,অধিবক্তা , সাংবাদিক আৰু মুৰব্বী সকলক সম্বৰ্ধনা জনায় । কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সম্ভৰ্ধনা অনুষ্ঠানত আব্দুল হালিমৰ সভাপতিত্বত কঠোৰ পৰিশ্ৰম কৰি অনুষ্ঠান আয়োজন কৰা মতিয়াৰ ৰহমান , জাহিদুল ইছলাম প্ৰচেষ্টাত অনুষ্ঠান আয়োজন কৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভাল ফলাফল অৰ্জন কৰা সম্ভৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মিলনজ্যেতি মহাবিদ্যালয়ৰ অধ্যাপক ওমৰ আলী আহমেদ , অৰুনোদয় জাতীয় বিদ্যালয়ৰ অধ্যাক্ষ তথা নৱশক্তি মহাবিদ্যালয়ৰ অধ্যাপক শাজাহান আলী , বৰপেটাৰোড ছাবৰেজিষ্টাৰ অফিচত কৰ্মৰত নুৰ আলম , অধিবক্তা ইকবল হুছেইন সাংবাদিকসকল আৰু গাৱৰ মুৰব্বীসকলে । আগন্তুক দিনত ছাত্র ছাত্ৰীসকলৰ ভৱিষ্যতৰ জীৱন প্ৰতি লক্ষ্য ৰাখি সম্ভৰ্ধনা অনুষ্ঠানৰ যোগেদি প্ৰতিগৰাকী ছাত্র-ছাত্ৰীক আশীৰ্বাদ জ্ঞাপন কৰে । ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ স্থিতি অটল ৰাখি সময়মতে অধ্যয়ন কৰি এজন এজনকৈ সুদক্ষ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে তাৰে পৰামৰ্শ দিয়ে। *সৰভোগৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট*
    1
    কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ  বৃহৎ সফলতা 
সাতবইনীৰটুপ বালাভিঠা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 
সাতবইনীৰটুপ বালাভিঠা আঞ্চলিক যুৱ সংঘৰ উদ্দোগত  কৃতি  ছাত্ৰ-ছাত্ৰীসকলক  ফুলাম গামোচা , কলমেৰে সম্ভৰ্ধনা জনোৱাৰ লগতে আমন্ত্ৰিত অতিথি ,অধিবক্তা  , সাংবাদিক আৰু মুৰব্বী সকলক  সম্বৰ্ধনা জনায় । 
কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সম্ভৰ্ধনা অনুষ্ঠানত আব্দুল হালিমৰ সভাপতিত্বত কঠোৰ পৰিশ্ৰম কৰি অনুষ্ঠান আয়োজন কৰা মতিয়াৰ ৰহমান , জাহিদুল ইছলাম  প্ৰচেষ্টাত অনুষ্ঠান আয়োজন কৰে । 
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভাল ফলাফল অৰ্জন কৰা সম্ভৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মিলনজ্যেতি  মহাবিদ্যালয়ৰ অধ্যাপক ওমৰ আলী আহমেদ , অৰুনোদয় জাতীয় বিদ্যালয়ৰ অধ্যাক্ষ তথা নৱশক্তি মহাবিদ্যালয়ৰ অধ্যাপক শাজাহান আলী , বৰপেটাৰোড ছাবৰেজিষ্টাৰ অফিচত কৰ্মৰত নুৰ আলম ,  অধিবক্তা ইকবল হুছেইন সাংবাদিকসকল আৰু গাৱৰ মুৰব্বীসকলে । 
আগন্তুক দিনত ছাত্র ছাত্ৰীসকলৰ ভৱিষ্যতৰ জীৱন প্ৰতি লক্ষ্য ৰাখি সম্ভৰ্ধনা অনুষ্ঠানৰ যোগেদি প্ৰতিগৰাকী ছাত্র-ছাত্ৰীক  আশীৰ্বাদ জ্ঞাপন কৰে । 
ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ স্থিতি অটল ৰাখি সময়মতে অধ্যয়ন কৰি এজন  এজনকৈ সুদক্ষ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে তাৰে পৰামৰ্শ দিয়ে।
*সৰভোগৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট*
    user_Huntu sen kachari
    Huntu sen kachari
    Photographer Dibrugarh East, Assam•
    4 hrs ago
  • সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মথুৰাপুৰ ব্লচ'ছমছ পাব্লিক স্কুলৰ ডিষ্টিংছন আৰু ষ্টাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক মথুৰাপুৰ ব্লচ'মছ পাব্লিক স্কুল কৰ্তৃপক্ষৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। ডিষ্টিংছন লাভ কৰি স্কুল টপাৰ হয় কৌশিক বৈশ্য, গৰিমা ৰাজকুমাৰী ডিষ্টিংছন, আনিছা বৰা ডিষ্টিংছন, ফাৰনাজ ইয়েছমিন ডিষ্টিংছন, তামান্না পাৰিক ষ্টাৰ মাৰ্ক, আফছা ইবনাত হুছেইন ষ্টাৰ মাৰ্ক, তৈয়বুৰ ৰহমান ষ্টাৰ মাৰ্ক, অৰপিতা বৰঠাকুৰ ষ্টাৰ মাৰ্ক, জায়েদ হাজৰিকা ষ্টাৰ মাৰ্ক, ৰিছাব কুমাৰ দেকা ষ্টাৰ মাৰ্ক, দেৱৰাজ বৰা ষ্টাৰ মাৰ্ক লাভ কৰি সুখ্যাতিৰে উতীৰ্ণ হোৱাৰ বাবে আজি স্কুলত আনুষ্ঠানিক ভাৱে অভিনন্দন জনোৱা হয়। ভাল ফলাফল কৰাৰ বাবে স্কুল খনৰ লগতে সমাজৰ বাবে তেওঁলোক একো একোজন নমস্য ব্যক্তি। সুখ্যাতিৰে উতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকল স্কুলখনৰ লগতে মাক-দেউতাকৰ প্ৰচেষ্ঠা আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মনোবল আৰু অধ্যৱসায়ৰ বলত এই সফলতা অৰ্জন কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যত জীৱনত অধিক সফলতা লাভ কৰক, নিজৰ লক্ষ্য প্ৰাপ্ত কৰক এই উদ্দেশ্যেৰে আজি সুখ্যাতিৰে উতীৰ্ণ ছাত্ৰ-ছাত্ৰীক এই সম্বৰ্ধনা জনোৱা হয় বুলি স্কুলখনৰ অধ্যক্ষা প্ৰণিতা মেচে তেওঁৰ ভাষণত উল্লেখ কৰে।
    1
    সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মথুৰাপুৰ ব্লচ'ছমছ পাব্লিক স্কুলৰ ডিষ্টিংছন আৰু ষ্টাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক মথুৰাপুৰ ব্লচ'মছ পাব্লিক স্কুল কৰ্তৃপক্ষৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়।
ডিষ্টিংছন লাভ কৰি স্কুল টপাৰ হয় কৌশিক বৈশ্য,
গৰিমা ৰাজকুমাৰী ডিষ্টিংছন,
আনিছা বৰা ডিষ্টিংছন, ফাৰনাজ ইয়েছমিন ডিষ্টিংছন,
তামান্না পাৰিক ষ্টাৰ মাৰ্ক,
আফছা ইবনাত হুছেইন ষ্টাৰ মাৰ্ক, 
তৈয়বুৰ ৰহমান ষ্টাৰ মাৰ্ক, অৰপিতা বৰঠাকুৰ ষ্টাৰ মাৰ্ক, 
জায়েদ হাজৰিকা ষ্টাৰ মাৰ্ক, 
ৰিছাব কুমাৰ দেকা ষ্টাৰ মাৰ্ক, 
দেৱৰাজ বৰা ষ্টাৰ মাৰ্ক লাভ কৰি সুখ্যাতিৰে উতীৰ্ণ হোৱাৰ বাবে আজি স্কুলত আনুষ্ঠানিক ভাৱে অভিনন্দন জনোৱা হয়।
ভাল ফলাফল কৰাৰ বাবে স্কুল খনৰ লগতে সমাজৰ বাবে তেওঁলোক একো একোজন নমস্য ব্যক্তি।
সুখ্যাতিৰে উতীৰ্ণ হোৱা  ছাত্ৰ-ছাত্ৰী সকল স্কুলখনৰ লগতে মাক-দেউতাকৰ প্ৰচেষ্ঠা আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মনোবল আৰু অধ্যৱসায়ৰ বলত এই সফলতা অৰ্জন কৰিছে  আৰু
ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যত জীৱনত অধিক সফলতা লাভ কৰক, নিজৰ লক্ষ্য প্ৰাপ্ত কৰক এই উদ্দেশ্যেৰে আজি সুখ্যাতিৰে উতীৰ্ণ ছাত্ৰ-ছাত্ৰীক এই সম্বৰ্ধনা জনোৱা হয় বুলি স্কুলখনৰ অধ্যক্ষা প্ৰণিতা মেচে তেওঁৰ ভাষণত উল্লেখ কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    20 hrs ago
  • joya ushob... nagini
    1
    joya ushob...
nagini
    user_Babu datta
    Babu datta
    Accountant মৰাণ, ডিব্ৰুগড়, অসম•
    23 hrs ago
  • তিনিচুকীয়াৰ ৭৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উপলক্ষে চহৰখনত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ ৷ জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকসকলৰ লগতে সাংস্কৃতিক দল উলাই আহি অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাটোত ৷ দুদিনীয়াকৈ আয়োজন কৰা ৭৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি প্ৰথম দিনটোত এই সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে আয়োজন কৰিছে বিভিন্ন কায্যসূচী তথা অনুষ্ঠানৰ।
    1
    তিনিচুকীয়াৰ ৭৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উপলক্ষে চহৰখনত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ ৷
জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকসকলৰ লগতে সাংস্কৃতিক দল উলাই আহি অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাটোত ৷
দুদিনীয়াকৈ আয়োজন কৰা ৭৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি প্ৰথম দিনটোত এই সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে আয়োজন কৰিছে বিভিন্ন কায্যসূচী তথা অনুষ্ঠানৰ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    2 hrs ago
  • গৰৈমাৰীত হ'লি চাইল্ড স্কুলৰ শুভ উদ্বোধনঃ
    1
    গৰৈমাৰীত হ'লি চাইল্ড স্কুলৰ শুভ উদ্বোধনঃ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    21 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    21 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.