Shuru
Apke Nagar Ki App…
joya ushob... nagini
Babu datta
joya ushob... nagini
More news from অসম and nearby areas
- Post by Moran Dorpon1
- তিনিচুকীয়াৰ ৭৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উপলক্ষে চহৰখনত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ ৷ জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকসকলৰ লগতে সাংস্কৃতিক দল উলাই আহি অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাটোত ৷ দুদিনীয়াকৈ আয়োজন কৰা ৭৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি প্ৰথম দিনটোত এই সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে আয়োজন কৰিছে বিভিন্ন কায্যসূচী তথা অনুষ্ঠানৰ।1
- Post by Assam Update1
- পশ্চিম যোৰহাটৰ গন্ধিয়া গাঁৱৰ যুবমঞ্চৰ সৌজ্যনত জ্যেষ্ঠ জনক সেৱা জনাই বৰ্ণাধ্য দিন জোৰা কাৰ্যসূচীৰে মুকলি বিহু উৎযাপন1
- Assamese sort video নিজা বাতৰি দিওঁতা, বামুণ গাঁৱৰ পৰা প্ৰচাৰিত কৰা1
- নুমলীগড়ৰ বিষ্ণুপুৰ বাইপাছৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচুকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । দুয়োখন বাহনেৰে সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰ্ণাকৃত । দুয়োখন বাহনেৰে মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত । তাৎক্ষণিকভাৱে আহত কেইজনক VKNRL চিকিৎসালয়ত ভৰ্তি কৰিছে ।3
- Post by Assam Update1
- নুমলীগড়ৰ কাষৰীয়া লেটেকুজান চাহ বাগিচাত সাৰ দিয়াৰ লগতে বন মৰা দৰৱ প্ৰয়োগ কৰিছিল। এই খবৰটো ৰাইজক অৱগত কৰা হোৱা নাছিল। যাৰ ফলত আন দিনাৰ দৰেই বাগিচাখনৰ বিষ্ণুপুৰ নতুন লাইনৰ ৰাইজে পশুধন চৰিবলৈ এৰি দিছিল। কিন্তু, বাগিচাত দিয়া দৰৱযুক্ত ঘাঁহ ভক্ষণ কৰে প্ৰায় ২৫-৩০ টাকৈ গৰুৱে। ইতিধ্যেই গাভিনী গাই, খীৰতী গাইকে ধৰি ৬টাকৈ গো ধনৰ মৃত্যু হৈছে। বাকী প্ৰায় ২০ টা মান গৰুৱেও এই ঘাঁহ ভক্ষণ কৰিছে আৰু যিকোনো মুহূৰ্তত মৃত্যুমুখত পৰিব পাৰে বুলি ৰাইজ শংকিত হৈছে। ইপিনে, বাগিচা কৰ্তৃপক্ষক ক্ষতিপূৰণ প্ৰদানৰ দাবী ভুক্তভোগী ৰাইজৰ। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।2
- Post by Tezpur Barta1