logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নুমলীগড় লেটেকুজান চাহ বাগিচাত ৬ টাকৈ গোধনৰ মৃত্যু । ১০পৰা ১৫টা গো ধন অসুস্থ। জাননী বিহীনভাৱে চাহ বাগিচাত কীটনাশক ঔষধ প্ৰয়োগৰ অভিযোগ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে। নুমলীগড়ৰ কাষৰীয়া লেটেকুজান চাহ বাগিচাত সাৰ দিয়াৰ লগতে বন মৰা দৰৱ প্ৰয়োগ কৰিছিল। এই খবৰটো ৰাইজক অৱগত কৰা হোৱা নাছিল। যাৰ ফলত আন দিনাৰ দৰেই বাগিচাখনৰ বিষ্ণুপুৰ নতুন লাইনৰ ৰাইজে পশুধন চৰিবলৈ এৰি দিছিল। কিন্তু, বাগিচাত দিয়া দৰৱযুক্ত ঘাঁহ ভক্ষণ কৰে প্ৰায় ২৫-৩০ টাকৈ গৰুৱে। ইতিধ্যেই গাভিনী গাই, খীৰতী গাইকে ধৰি ৬টাকৈ গো ধনৰ মৃত্যু হৈছে। বাকী প্ৰায় ২০ টা মান গৰুৱেও এই ঘাঁহ ভক্ষণ কৰিছে আৰু যিকোনো মুহূৰ্তত মৃত্যুমুখত পৰিব পাৰে বুলি ৰাইজ শংকিত হৈছে। ইপিনে, বাগিচা কৰ্তৃপক্ষক ক্ষতিপূৰণ প্ৰদানৰ দাবী ভুক্তভোগী ৰাইজৰ। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

21 hrs ago
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•

More news from অসম and nearby areas
  • নুমলীগড়ৰ বিষ্ণুপুৰ বাইপাছৰ‌ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচুকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । দুয়োখন বাহনেৰে সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰ্ণাকৃত । দুয়োখন বাহনেৰে মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত । তাৎক্ষণিকভাৱে আহত কেইজনক VKNRL চিকিৎসালয়ত ভৰ্তি কৰিছে ।
    3
    নুমলীগড়ৰ বিষ্ণুপুৰ বাইপাছৰ‌ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচুকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । দুয়োখন বাহনেৰে সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰ্ণাকৃত । দুয়োখন বাহনেৰে মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত । তাৎক্ষণিকভাৱে আহত কেইজনক VKNRL চিকিৎসালয়ত ভৰ্তি কৰিছে ।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    18 hrs ago
  • Assamese sort video নিজা বাতৰি দিওঁতা, বামুণ গাঁৱৰ পৰা প্ৰচাৰিত কৰা
    1
    Assamese sort video 
নিজা বাতৰি দিওঁতা, বামুণ গাঁৱৰ পৰা প্ৰচাৰিত কৰা
    user_Sri Gaurab Jyoti Saikia
    Sri Gaurab Jyoti Saikia
    Salesperson গোলাঘাট, গোলাঘাট, অসম•
    22 hrs ago
  • Post by ত্ৰিদিপ দাস
    3
    Post by ত্ৰিদিপ দাস
    user_ত্ৰিদিপ দাস
    ত্ৰিদিপ দাস
    তিতাবৰ, যোৰহাট, অসম•
    18 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    22 hrs ago
  • গৰৈমাৰীত হ'লি চাইল্ড স্কুলৰ শুভ উদ্বোধনঃ
    1
    গৰৈমাৰীত হ'লি চাইল্ড স্কুলৰ শুভ উদ্বোধনঃ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    21 hrs ago
  • Post by Tezpur Barta
    1
    Post by Tezpur Barta
    user_Tezpur Barta
    Tezpur Barta
    Local News Reporter Tezpur, Sonitpur•
    6 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • নুমলীগড়ৰ কাষৰীয়া লেটেকুজান চাহ বাগিচাত সাৰ দিয়াৰ লগতে বন মৰা দৰৱ প্ৰয়োগ কৰিছিল। এই খবৰটো ৰাইজক অৱগত কৰা হোৱা নাছিল। যাৰ ফলত আন দিনাৰ দৰেই বাগিচাখনৰ বিষ্ণুপুৰ নতুন লাইনৰ ৰাইজে পশুধন চৰিবলৈ এৰি দিছিল। কিন্তু, বাগিচাত দিয়া দৰৱযুক্ত ঘাঁহ ভক্ষণ কৰে প্ৰায় ২৫-৩০ টাকৈ গৰুৱে। ইতিধ্যেই গাভিনী গাই, খীৰতী গাইকে ধৰি ৬টাকৈ গো ধনৰ মৃত্যু হৈছে। বাকী প্ৰায় ২০ টা মান গৰুৱেও এই ঘাঁহ ভক্ষণ কৰিছে আৰু যিকোনো মুহূৰ্তত মৃত্যুমুখত পৰিব পাৰে বুলি ৰাইজ শংকিত হৈছে। ইপিনে, বাগিচা কৰ্তৃপক্ষক ক্ষতিপূৰণ প্ৰদানৰ দাবী ভুক্তভোগী ৰাইজৰ। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
    2
    নুমলীগড়ৰ কাষৰীয়া লেটেকুজান চাহ বাগিচাত সাৰ দিয়াৰ লগতে বন মৰা দৰৱ প্ৰয়োগ কৰিছিল। এই খবৰটো ৰাইজক অৱগত কৰা হোৱা নাছিল। যাৰ ফলত আন দিনাৰ দৰেই বাগিচাখনৰ বিষ্ণুপুৰ নতুন লাইনৰ ৰাইজে পশুধন চৰিবলৈ এৰি দিছিল। কিন্তু, বাগিচাত দিয়া দৰৱযুক্ত ঘাঁহ ভক্ষণ কৰে প্ৰায় ২৫-৩০ টাকৈ গৰুৱে। ইতিধ্যেই গাভিনী গাই, খীৰতী গাইকে ধৰি ৬টাকৈ গো ধনৰ মৃত্যু হৈছে। বাকী প্ৰায় ২০ টা মান গৰুৱেও এই ঘাঁহ ভক্ষণ কৰিছে আৰু যিকোনো মুহূৰ্তত মৃত্যুমুখত পৰিব পাৰে বুলি ৰাইজ শংকিত হৈছে। ইপিনে, বাগিচা কৰ্তৃপক্ষক ক্ষতিপূৰণ প্ৰদানৰ দাবী ভুক্তভোগী ৰাইজৰ। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.