Shuru
Apke Nagar Ki App…
মৃত্যুদূতলৈ পৰিণত হৈছে নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ। নিতৌ সংঘটিত হৈছে পথ দুৰ্ঘটনা। নুমলীগড়ৰ বিষ্ণুপুৰ বাইপাছৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচুকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । দুয়োখন বাহনেৰে সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰ্ণাকৃত । দুয়োখন বাহনেৰে মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত । তাৎক্ষণিকভাৱে আহত কেইজনক VKNRL চিকিৎসালয়ত ভৰ্তি কৰিছে ।
D B

More news from অসম and nearby areas
- নুমলীগড়ৰ বিষ্ণুপুৰ বাইপাছৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচুকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । দুয়োখন বাহনেৰে সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰ্ণাকৃত । দুয়োখন বাহনেৰে মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত । তাৎক্ষণিকভাৱে আহত কেইজনক VKNRL চিকিৎসালয়ত ভৰ্তি কৰিছে ।3
- Assamese sort video নিজা বাতৰি দিওঁতা, বামুণ গাঁৱৰ পৰা প্ৰচাৰিত কৰা1
- Post by ত্ৰিদিপ দাস3
- Post by Assam Update1
- গৰৈমাৰীত হ'লি চাইল্ড স্কুলৰ শুভ উদ্বোধনঃ1
- Post by Tezpur Barta1
- Post by DeV 24 News1
- নুমলীগড়ৰ কাষৰীয়া লেটেকুজান চাহ বাগিচাত সাৰ দিয়াৰ লগতে বন মৰা দৰৱ প্ৰয়োগ কৰিছিল। এই খবৰটো ৰাইজক অৱগত কৰা হোৱা নাছিল। যাৰ ফলত আন দিনাৰ দৰেই বাগিচাখনৰ বিষ্ণুপুৰ নতুন লাইনৰ ৰাইজে পশুধন চৰিবলৈ এৰি দিছিল। কিন্তু, বাগিচাত দিয়া দৰৱযুক্ত ঘাঁহ ভক্ষণ কৰে প্ৰায় ২৫-৩০ টাকৈ গৰুৱে। ইতিধ্যেই গাভিনী গাই, খীৰতী গাইকে ধৰি ৬টাকৈ গো ধনৰ মৃত্যু হৈছে। বাকী প্ৰায় ২০ টা মান গৰুৱেও এই ঘাঁহ ভক্ষণ কৰিছে আৰু যিকোনো মুহূৰ্তত মৃত্যুমুখত পৰিব পাৰে বুলি ৰাইজ শংকিত হৈছে। ইপিনে, বাগিচা কৰ্তৃপক্ষক ক্ষতিপূৰণ প্ৰদানৰ দাবী ভুক্তভোগী ৰাইজৰ। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।2