Shuru
Apke Nagar Ki App…
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে AIUDF দলৰ প্ৰথমখন প্রার্থী তালিকা প্রকাশ ৯ জনীয়া প্রার্থীৰ তালিকা প্রকাশ কৰিলে AIUDF প্ৰধান বদৰ উদ্দিন আজমলে প্ৰথমখন তালিকাত ৰূপহীহাট বিধানসভা সমষ্টিত হাজী আমিনুল ইছলামক প্রার্থিত্ব প্ৰদান কৰিলে বদৰ উদ্দিন আজমলে
DeV 24 News
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে AIUDF দলৰ প্ৰথমখন প্রার্থী তালিকা প্রকাশ ৯ জনীয়া প্রার্থীৰ তালিকা প্রকাশ কৰিলে AIUDF প্ৰধান বদৰ উদ্দিন আজমলে প্ৰথমখন তালিকাত ৰূপহীহাট বিধানসভা সমষ্টিত হাজী আমিনুল ইছলামক প্রার্থিত্ব প্ৰদান কৰিলে বদৰ উদ্দিন আজমলে
More news from অসম and nearby areas
- আজি ৰহা NSUI উদ্যোগত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৰহা ব্লক কংগ্ৰেছ কাৰ্যালয়ত।1
- নগাঁও জিলাৰ ৫৮ নং চামগুৰি সমষ্টিত আগন্তুক ২০২৬ চনৰ নিৰ্বাচনক লৈ জোৰদাৰ হৈছে ৰাজনৈতিক তৎপৰতা। যুৱ নেতা নাজীৰ হুছেইনে কয় যে তেওঁ আগন্তুক নিৰ্বাচনত NDA ৰ প্ৰাৰ্থী হিচাপে চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ আশা প্ৰকাশ কৰে। ইয়াৰ লগতে কংগ্ৰেছ দলক কটাক্ষ কৰি নাজীৰ হুছেইনে কয় যে কংগ্ৰেছ হৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনৈতিক দল, কিন্তু বিজেপিত তেনে প্ৰথা নাই। বিজেপি দলে সদায় ৰাইজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়ে বুলিও মন্তব্য কৰে ।1
- কাৱৈমাৰীত এইদৰে ঈদৰ আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ সমাগম। যাৰ বাবে জাক-জমকতাৰে সজাই পৰাই তুলিছে মছজিদ।1
- ধিং সমষ্টিত ৰাইজৰ দলৰ বিশাল জন জাগৰণ ৰেলি। ধিং সমষ্টিৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ নেতৃত্বত সমৰ্থক সকলে উলিয়ায় এই ৰেলি। ধিং সমষ্টিৰ ২৫ খন গাঁও পঞ্চায়তত ৰাইজৰ মাজত জন জাগৰণৰ উদ্দেশ্যি তাঁতীকটা গাঁৱৰ পৰা আৰম্ভ হয় এই ৰেলি।3
- 📌“গৌৰৱ-ৰকিবুল থাকিলেই বিজেপিৰে চৰকাৰ” কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ 📌“ৰাহুল গান্ধী থকালৈকে মোদীয়েই প্ৰধানমন্ত্ৰী” কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য1
- কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....1
- সেয়ে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৬ টাকৈ পুৰণি ঘৰ নিলামত বিক্ৰী কৰা হ'ব। গতিকে উক্ত ঘৰ কেইটা কিনিবলৈ আগ্ৰহী ব্যক্তি সকলে অহা দহ মাৰ্চ অৰ্থাৎ মঙ্গলবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব লগা নিলামত অংশগ্ৰহণ কৰিবলৈ জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে1
- চামগুৰি সমষ্টি অগপক এৰি নিদিয়ে বিজেপিয়ে। এতিয়া লৈকে কোনো সিদ্ধান্ত হোৱা নাই দলৰ ফালৰ পৰা,ভুৱা প্ৰচাৰ চলি আছে।1