logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

উৰিয়ামঘাটত কৃৰ্তী ছাত্ৰ -ছাএীক সম্বৰ্ধনা ৷ উৰিয়ামঘাটঃ নিজা বাতৰি দিওঁতাঃ ১০মে’ ঃ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়ামঘাটত আজি অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গেলাজান প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃৰ্তীত্বৰে উৰ্তীণ হোৱা অঞ্চলটোৰ অৰ্ধশতাধিক ছাত্ৰ-ছাএীক উস্ম সম্বৰ্ধনা জনোৱা হয় ৷এই উপলক্ষে অনুষ্ঠিত এক সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইউনিচ হুচেইনে ৷ সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে জল্‌হা যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ সম্পাদক ইনামূল হুচেইনে ৷ অনুষ্ঠানত ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষকদ্বয় ক্ৰমে প্ৰতাপ গগৈ , ছবিৰাম শইকীয়া, অৱসৰ প্ৰাপ্ত শিক্ষক ৰমা কান্ত বৰা , জেষ্ঠ নাগৰিক -সমাজকৰ্মী মুক্তাৰ আলমকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে কৃৰ্তী ছাত্ৰ-ছাএীসকলক উদ্দেশ্যি উপদেমূলক বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত প্ৰতিগৰাকী কৃৰ্তী ছাত্ৰ- ছাত্ৰীকে একোখনকৈ মানপত্ৰ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে, এই অনুষ্ঠানতে উৰিয়ামঘাটৰ নিৱাসী তথা হালধিবাৰী পি এমশ্ৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰমাকান্ত বৰাক জল্‌হা যুৱ পৰিষদৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

4 hrs ago
user_Nirmal Phuyel
Nirmal Phuyel
Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
4 hrs ago
8bf2044f-42a6-491c-abd9-826581ec9688

উৰিয়ামঘাটত কৃৰ্তী ছাত্ৰ -ছাএীক সম্বৰ্ধনা ৷ উৰিয়ামঘাটঃ নিজা বাতৰি দিওঁতাঃ ১০মে’ ঃ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়ামঘাটত আজি অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গেলাজান প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃৰ্তীত্বৰে উৰ্তীণ হোৱা অঞ্চলটোৰ অৰ্ধশতাধিক ছাত্ৰ-ছাএীক উস্ম সম্বৰ্ধনা জনোৱা হয় ৷এই উপলক্ষে অনুষ্ঠিত এক সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইউনিচ হুচেইনে ৷ সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে জল্‌হা যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ সম্পাদক ইনামূল হুচেইনে ৷ অনুষ্ঠানত ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষকদ্বয় ক্ৰমে প্ৰতাপ গগৈ , ছবিৰাম শইকীয়া, অৱসৰ প্ৰাপ্ত শিক্ষক ৰমা কান্ত বৰা , জেষ্ঠ নাগৰিক -সমাজকৰ্মী মুক্তাৰ আলমকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে কৃৰ্তী ছাত্ৰ-ছাএীসকলক উদ্দেশ্যি উপদেমূলক বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত প্ৰতিগৰাকী কৃৰ্তী ছাত্ৰ- ছাত্ৰীকে একোখনকৈ মানপত্ৰ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে, এই অনুষ্ঠানতে উৰিয়ামঘাটৰ নিৱাসী তথা হালধিবাৰী পি এমশ্ৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰমাকান্ত বৰাক জল্‌হা যুৱ পৰিষদৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

More news from অসম and nearby areas
  • নগাঁও চহৰৰ ধিংৰোড নতুনকৈ মুকলি কৰা হৈছে SB Automobiles Nagaon নামৰ ইলেক্ট্ৰিক বাহনৰ ডিলাৰ। এই বাহনত মাত্ৰ এক ইউনিট বিদ্যুৎ খৰচ কৰি ১২০ কিলোমিটাৰ দূৰত্ব যাত্ৰা কৰিব পাৰিব। ধিংৰোডৰ SB Automobiles Nagaonত ইলেক্ট্ৰিক বাহনত এমাহৰ বাবে বিশেষ আকৰ্ষণীয় ৰেহাই ঘোষণা কৰিছে কতৃপক্ষই। যোগাযোগ কৰক 7002559356, 8638105556 এই দুটি নম্বৰত।
    1
    নগাঁও চহৰৰ ধিংৰোড নতুনকৈ মুকলি কৰা হৈছে SB Automobiles Nagaon নামৰ ইলেক্ট্ৰিক বাহনৰ ডিলাৰ।
এই বাহনত মাত্ৰ এক ইউনিট বিদ্যুৎ খৰচ কৰি ১২০ কিলোমিটাৰ দূৰত্ব যাত্ৰা কৰিব পাৰিব। ধিংৰোডৰ SB Automobiles Nagaonত ইলেক্ট্ৰিক বাহনত এমাহৰ বাবে বিশেষ আকৰ্ষণীয় ৰেহাই ঘোষণা কৰিছে কতৃপক্ষই। যোগাযোগ কৰক 7002559356, 8638105556 এই দুটি নম্বৰত।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • *শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা । *নিয়াত্ৰণ হেৰুৱাই খালত সোমাল হোণ্ডাই চেণ্ট্ৰ বাহন। *শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS 06 E 7714 নম্বৰৰ হোণ্ডাই চেণ্ট্ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰি পথৰ দাতিৰ খালত সোমাই পৰে । *পথ দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত ৰভি বাৰ্মা(২৬) আৰু দীপাংকৰ বাৰ্মাক (২৮) ততাতৈয়াকৈ অসম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। *দুয়োজন যুৱকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
    1
    *শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা ।

*নিয়াত্ৰণ হেৰুৱাই খালত সোমাল হোণ্ডাই চেণ্ট্ৰ বাহন।

*শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS 06 E 7714 নম্বৰৰ হোণ্ডাই চেণ্ট্ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰি পথৰ দাতিৰ খালত সোমাই পৰে ।

*পথ দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত ৰভি বাৰ্মা(২৬) আৰু দীপাংকৰ বাৰ্মাক (২৮) ততাতৈয়াকৈ অসম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

*দুয়োজন যুৱকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • হোজাইৰ উত্তৰ বিদ্যানগৰত নিৰাপত্তা ব্যৱস্থা নথকাক লৈ ৫জি টাৱাৰ স্থাপনত মহিলা অঞ্জলি দেই বাধা দিছে। স্থানীয় একাংশ লোকে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উঠিছে আৰু টাৱাৰ কৰ্তৃপক্ষই চৰকাৰী নিয়ম নামানি কাম কৰি আছে। ভুক্তভোগী মহিলাগৰাকীয়ে হোজাইৰ জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে।
    1
    হোজাইৰ উত্তৰ বিদ্যানগৰত নিৰাপত্তা ব্যৱস্থা নথকাক লৈ ৫জি টাৱাৰ স্থাপনত মহিলা অঞ্জলি দেই বাধা দিছে। স্থানীয় একাংশ লোকে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উঠিছে আৰু টাৱাৰ কৰ্তৃপক্ষই চৰকাৰী নিয়ম নামানি কাম কৰি আছে। ভুক্তভোগী মহিলাগৰাকীয়ে হোজাইৰ জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    7 hrs ago
  • উত্তৰ গুৱাহাটীৰ প্ৰতিভাশালী সাঁতোৰবিদ কমল কৃষ্ণ দাসে সাগৰৰ প্ৰতিকূলতা, ধুমুহা আৰু ঢৌ নেওচি ইতিহাস সৃষ্টি কৰিলে। তেওঁ অদম্য সাহস আৰু দৃঢ়তাৰে সাগৰ বিজয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
    1
    উত্তৰ গুৱাহাটীৰ প্ৰতিভাশালী সাঁতোৰবিদ কমল কৃষ্ণ দাসে সাগৰৰ প্ৰতিকূলতা, ধুমুহা আৰু ঢৌ নেওচি ইতিহাস সৃষ্টি কৰিলে। তেওঁ অদম্য সাহস আৰু দৃঢ়তাৰে সাগৰ বিজয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    12 hrs ago
  • Post by Sanjeev biswas
    1
    Post by Sanjeev biswas
    user_Sanjeev biswas
    Sanjeev biswas
    ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    13 hrs ago
  • মৰিগাঁৱৰ এক ৰাজহুৱা পুখুৰীত শ্বিলঙৰ পৰ্যটকে বৰসিৰে মাছ ধৰি আনন্দ লাভ কৰে। এই বিশেষ অভিজ্ঞতাৰে তেওঁলোকে কেইবা কিলোগ্ৰাম মাছ ধৰিবলৈ সক্ষম হয়।
    1
    মৰিগাঁৱৰ এক ৰাজহুৱা পুখুৰীত শ্বিলঙৰ পৰ্যটকে বৰসিৰে মাছ ধৰি আনন্দ লাভ কৰে। এই বিশেষ অভিজ্ঞতাৰে তেওঁলোকে কেইবা কিলোগ্ৰাম মাছ ধৰিবলৈ সক্ষম হয়।
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    14 hrs ago
  • পূৰ্বে শুভেন্দু দুৰ্নীতিগ্ৰস্ত আছিল... বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী কৰিছিল ২০২৬ চনৰ মে' মাহৰ তথ্য অনুসৰি, পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত জয়লাভৰ পিছত, বিজেপিয়ে শুভেন্দু অধিকাৰীক ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। তেওঁ ৯ মে' ২০২৬ তাৰিখে শপত গ্ৰহণ কৰে।
    1
    পূৰ্বে শুভেন্দু দুৰ্নীতিগ্ৰস্ত আছিল... বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী কৰিছিল
২০২৬ চনৰ মে' মাহৰ তথ্য অনুসৰি, পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত জয়লাভৰ পিছত, বিজেপিয়ে শুভেন্দু অধিকাৰীক ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। তেওঁ ৯ মে' ২০২৬ তাৰিখে শপত গ্ৰহণ কৰে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • শপত গ্ৰহণৰ প্ৰাকমুহূৰ্তত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই (আক্ৰাছু) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এক ডাঙৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে ১০ নিৰ্বাচিত প্ৰতিনিধিৰ ভিতৰত দুগৰাকী কোঁচ ৰাজবংশী প্ৰতিনিধিক অসম কেবিনেটত মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কৈছে। এই পদক্ষেপৰ জৰিয়তে জনগোষ্ঠীটোৰ উন্নয়ন আৰু জনজাতিকৰণৰ মৰ্যাদা লাভৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব বুলি তেওঁলোকে আশা কৰিছে।
    1
    শপত গ্ৰহণৰ প্ৰাকমুহূৰ্তত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই (আক্ৰাছু) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এক ডাঙৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে ১০ নিৰ্বাচিত প্ৰতিনিধিৰ ভিতৰত দুগৰাকী কোঁচ ৰাজবংশী প্ৰতিনিধিক অসম কেবিনেটত মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কৈছে। এই পদক্ষেপৰ জৰিয়তে জনগোষ্ঠীটোৰ উন্নয়ন আৰু জনজাতিকৰণৰ মৰ্যাদা লাভৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব বুলি তেওঁলোকে আশা কৰিছে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    8 hrs ago
  • যোৰহাটৰ মালৌআলি ৰাজগুৰু গাঁৱত মাটি ভৰ্তি মিনি ডাম্পাৰে এখন ৱেগনাৰ বাহনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে AS 03 AH 8450 নম্বৰৰ ৱেগনাৰখন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।
    1
    যোৰহাটৰ মালৌআলি ৰাজগুৰু গাঁৱত মাটি ভৰ্তি মিনি ডাম্পাৰে এখন ৱেগনাৰ বাহনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে AS 03 AH 8450 নম্বৰৰ ৱেগনাৰখন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.