logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

YouTube: Untold by Ali Hussain বানাক্ৰান্তক ৫ লাখ ২০ হাজাৰ টকা বৃহৎ সাহায্য জয়নগৰ মাদ্ৰাছাৰ।

11 hrs ago
user_ALI HUSSAIN
ALI HUSSAIN
Local News Reporter লংকা, হোজাই, অসম•
11 hrs ago

YouTube: Untold by Ali Hussain বানাক্ৰান্তক ৫ লাখ ২০ হাজাৰ টকা বৃহৎ সাহায্য জয়নগৰ মাদ্ৰাছাৰ।

  • user_ALI HUSSAIN
    ALI HUSSAIN
    লংকা, হোজাই, অসম
    YouTube 👇 https://youtu.be/iJdk1jVtcnk
    11 hrs ago
More news from অসম and nearby areas
  • *ৰাষ্ট্ৰীয় জুডোত তিনিটা সোন এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকৰে উজলিল চতিয়া চেম্পিয়নছ মেকাৰ একাডেমীৰ খেলুৱৈ সকল ।* অসমৰ ক্ৰীড়া জগতৰ বাবে এক অত্যন্ত গৌৰৱৰ খবৰ। ছত্তীশগড়তৰ ৰাইপুৰত যোৱা ২৭ জুলাইৰ পৰা আৰাম্ভ হৈ আজি সফলতাৰে সমাপ্তি হোৱা CBSE Far East Zone Judo Championship-2026 ত চতিয়াৰ অগ্ৰণী ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ ‘চেম্পিয়নছ্ মেকাৰ একাডেমী’ৰ খেলুৱৈসকলে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছে। একাডেমীখনৰ পৰা অংশগ্ৰহণ কৰা ৭ জন উদীয়মান প্ৰতিভাশালী খেলুৱৈৰ ভিতৰত ৫ জনে পদক লাভ কৰি ৰাজ্যখনৰ লগতে চতিয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চেপিয়নছ মেকাৰ একাডেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে জনোৱা মতে প্ৰতিযোগিতাখনত পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে: গীতাৰ্থ কলিতা: ১৪ বছৰ অনুৰ্ধৰ ৪৫ কেজি শাখাত স্বৰ্ণ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল), দেৱানীভ বৰমূদৈ: ১৪ বছৰ অনুৰ্ধৰ ৫০ কেজি উৰ্ধৰ শাখাত স্বৰ্ণ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল), ভূমিস্থা দাস: ১৭ বছৰ অনুৰ্ধৰ ৪৮ কেজি শাখাত স্বৰ্ণ পদক (আৱাৰ এবিচি একাডেমী), দেৱাৰ্পন মেধী: ৰূপৰ পদক (আৱাৰ এবিচি একাডেমী), অংশুমান বৰা: ব্ৰঞ্জৰ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল) । উদীয়মান খেলুৱৈসকলৰ এই অনন্য সফলতাত সমগ্ৰ চতিয়া অঞ্চলত আনন্দৰ লহৰ উঠিছে। ‘বিশ্বনাথ জিলা জুডো সংস্থা’ৰ লগতে স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজে বিজয়ী খেলুৱৈসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।
    4
    *ৰাষ্ট্ৰীয় জুডোত তিনিটা সোন এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকৰে উজলিল চতিয়া চেম্পিয়নছ মেকাৰ একাডেমীৰ খেলুৱৈ সকল ।*

অসমৰ ক্ৰীড়া জগতৰ বাবে এক অত্যন্ত গৌৰৱৰ খবৰ। ছত্তীশগড়তৰ ৰাইপুৰত যোৱা ২৭ জুলাইৰ পৰা আৰাম্ভ হৈ আজি সফলতাৰে সমাপ্তি হোৱা CBSE Far East Zone Judo Championship-2026 ত চতিয়াৰ অগ্ৰণী ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ ‘চেম্পিয়নছ্ মেকাৰ একাডেমী’ৰ খেলুৱৈসকলে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছে। একাডেমীখনৰ পৰা অংশগ্ৰহণ কৰা ৭ জন উদীয়মান প্ৰতিভাশালী খেলুৱৈৰ ভিতৰত ৫ জনে পদক লাভ কৰি ৰাজ্যখনৰ লগতে চতিয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 
চেপিয়নছ মেকাৰ একাডেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে জনোৱা মতে প্ৰতিযোগিতাখনত  পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে: 
গীতাৰ্থ কলিতা: ১৪ বছৰ অনুৰ্ধৰ ৪৫ কেজি শাখাত স্বৰ্ণ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল), 
দেৱানীভ বৰমূদৈ: ১৪ বছৰ অনুৰ্ধৰ ৫০ কেজি উৰ্ধৰ শাখাত স্বৰ্ণ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল), 
ভূমিস্থা দাস: ১৭ বছৰ অনুৰ্ধৰ ৪৮ কেজি শাখাত স্বৰ্ণ পদক (আৱাৰ এবিচি একাডেমী), 
দেৱাৰ্পন মেধী: ৰূপৰ পদক (আৱাৰ এবিচি একাডেমী), 
অংশুমান বৰা: ব্ৰঞ্জৰ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল) । 
উদীয়মান খেলুৱৈসকলৰ এই অনন্য সফলতাত সমগ্ৰ চতিয়া অঞ্চলত আনন্দৰ লহৰ উঠিছে। ‘বিশ্বনাথ জিলা জুডো সংস্থা’ৰ লগতে স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজে বিজয়ী খেলুৱৈসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    15 hrs ago
  • উজনি অসম বানাক্ৰান্ত ৰ বাবে বান সাহাৰ্য্য প্ৰেৰণ কৰিলে মন্ত্ৰী অশোক সিংহলে
    1
    উজনি অসম বানাক্ৰান্ত ৰ বাবে বান সাহাৰ্য্য প্ৰেৰণ কৰিলে মন্ত্ৰী অশোক সিংহলে
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    18 hrs ago
  • 🔻বন্যাৰ্তৰ দুখৰ সমভাগী হ'ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ।। #golaghatখবৰ #AssamFloods #assamfloods2026 🔻বন্যাৰ্তৰ দুখৰ সমভাগী হ'ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ।। #golaghatখবৰ #AssamFloods #assamfloods2026
    1
    🔻বন্যাৰ্তৰ দুখৰ সমভাগী হ'ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ।।

#golaghatখবৰ  #AssamFloods #assamfloods2026
🔻বন্যাৰ্তৰ দুখৰ সমভাগী হ'ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ।।
#golaghatখবৰ  #AssamFloods #assamfloods2026
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
    17 hrs ago
  • কাছাড় জেলায় লোকগণনা কর্মসূচি সফল করার আহ্বান জানালেন জেলাকমিশনার
    1
    কাছাড় জেলায় লোকগণনা কর্মসূচি সফল করার আহ্বান জানালেন জেলাকমিশনার
    user_BAHAR UDDIN LASKAR
    BAHAR UDDIN LASKAR
    শিলচৰ, কাছাৰ, অসম•
    19 hrs ago
  • সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে । 8.29 SGPA ৰে বিশেষ সফলতা কঢ়িয়াই অনা আফচানা মুস্কান ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰে'ল বিভাগৰ কৰ্মচাৰী ৰষ্টুম আলী আৰু আনোৱাৰা বেগমৰ কন্যা । আফচানাৰ কৃতিত্বত সমগ্ৰ ৰঙিয়াতে আনন্দ বিৰাজ কৰিছে।
    1
    সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে 
সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে । 8.29 SGPA ৰে বিশেষ সফলতা কঢ়িয়াই অনা আফচানা মুস্কান ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰে'ল বিভাগৰ কৰ্মচাৰী ৰষ্টুম আলী আৰু আনোৱাৰা বেগমৰ কন্যা । আফচানাৰ কৃতিত্বত সমগ্ৰ ৰঙিয়াতে আনন্দ বিৰাজ কৰিছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    11 hrs ago
  • বিশ্বনাথত Placement Agency ৰ নামত প্ৰবঞ্চনা, ন-দম্পতী আৰক্ষীৰ জালত বিশ্বনাথত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত সংঘটিত হৈছে ডাঙৰ প্ৰবঞ্চনা। নিজকে গহপুৰৰ বাসিন্দা বুলি পৰিচয় দি এখন ন-দম্পতীয়ে বিশ্বনাথৰ বামগাঁৱত ভাড়াঘৰ লৈ "Assam Carrier Point" নামৰ Placement Agency খুলি নিবনুৱাসকলক প্ৰতাৰণা কৰি আহিছিল।দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীয়ে বামগাঁৱৰ এখন ভাড়াঘৰত কাৰ্যালয় স্থাপন কৰি ব্যক্তিগত খণ্ডত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই বিশ্বনাথৰ বিভিন্ন ঠাইৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল। কিন্তু ধন সংগ্ৰহ কৰাৰ পিছত তেওঁলোকে কোনোকে চাকৰি নিদিলে। ইয়াৰ উপৰিও প্ৰতিশ্ৰুতি অনুসৰি কাম নকৰাৰ বাবে প্ৰশ্ন কৰিবলৈ যোৱা কেইগৰাকীমান যুৱতীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উঠিছে। অৱশেষত প্ৰতাৰিত হোৱা যুৱতী কেইগৰাকীয়ে আজি বিশ্বনাথ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা দলে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ "Assam Carrier Point" নামৰ কাৰ্যালয়খনত অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে উক্ত Placement Agency খনৰ কোনো ধৰণৰ বৈধ অনুজ্ঞা পত্ৰ নাই। যাৰ পিছত আৰক্ষীয়ে দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীক আটক কৰি থানালৈ আনি সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনাই বিশ্বনাথৰ নিবনুৱা সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু আৰু কিমানজন প্ৰতাৰিত হৈছে সেই বিষয়ে খবৰ লৈছে।
    4
    বিশ্বনাথত Placement Agency ৰ নামত প্ৰবঞ্চনা, ন-দম্পতী আৰক্ষীৰ জালত


বিশ্বনাথত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত সংঘটিত হৈছে ডাঙৰ প্ৰবঞ্চনা। নিজকে গহপুৰৰ বাসিন্দা বুলি পৰিচয় দি এখন ন-দম্পতীয়ে বিশ্বনাথৰ বামগাঁৱত ভাড়াঘৰ লৈ "Assam Carrier Point" নামৰ Placement Agency খুলি নিবনুৱাসকলক প্ৰতাৰণা কৰি আহিছিল।দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীয়ে বামগাঁৱৰ এখন ভাড়াঘৰত কাৰ্যালয় স্থাপন কৰি ব্যক্তিগত খণ্ডত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই বিশ্বনাথৰ বিভিন্ন ঠাইৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল। 
কিন্তু ধন সংগ্ৰহ কৰাৰ পিছত তেওঁলোকে কোনোকে চাকৰি নিদিলে। ইয়াৰ উপৰিও প্ৰতিশ্ৰুতি অনুসৰি কাম নকৰাৰ বাবে প্ৰশ্ন কৰিবলৈ যোৱা কেইগৰাকীমান যুৱতীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উঠিছে।
অৱশেষত প্ৰতাৰিত হোৱা যুৱতী কেইগৰাকীয়ে আজি বিশ্বনাথ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা দলে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ "Assam Carrier Point" নামৰ কাৰ্যালয়খনত অভিযান চলায়। 
অভিযানৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে উক্ত Placement Agency খনৰ কোনো ধৰণৰ বৈধ অনুজ্ঞা পত্ৰ নাই। যাৰ পিছত আৰক্ষীয়ে দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীক আটক কৰি থানালৈ আনি সোধা-পোছা অব্যাহত ৰাখিছে।
এই ঘটনাই বিশ্বনাথৰ নিবনুৱা সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু আৰু কিমানজন প্ৰতাৰিত হৈছে সেই বিষয়ে খবৰ লৈছে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    18 hrs ago
  • 🔻গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকৰ সৈতে বানাক্ৰান্ত ৰাইজক কৰিব পৰা সহায়-সহযোগীতাক লৈ আলোচনা বদৰুদ্দিন আজমলৰ ।। 🔻শিৱসাগৰৰ গুৰুদ্বাৰত উপস্থিত হ'ল বদৰুদ্দিন আজমল ।। #golaghatখবৰ #assamfloods2026 #viralreelsfacebook #dailynews #flood #followersactivefacebook 🔻গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকৰ সৈতে বানাক্ৰান্ত ৰাইজক কৰিব পৰা সহায়-সহযোগীতাক লৈ আলোচনা বদৰুদ্দিন আজমলৰ ।। 🔻শিৱসাগৰৰ গুৰুদ্বাৰত উপস্থিত হ'ল বদৰুদ্দিন আজমল ।। #golaghatখবৰ #assamfloods2026 #viralreelsfacebook #dailynews #flood #followersactivefacebook
    1
    🔻গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকৰ সৈতে বানাক্ৰান্ত ৰাইজক কৰিব পৰা সহায়-সহযোগীতাক লৈ আলোচনা বদৰুদ্দিন আজমলৰ ।।
🔻শিৱসাগৰৰ গুৰুদ্বাৰত উপস্থিত হ'ল বদৰুদ্দিন আজমল ।।

#golaghatখবৰ #assamfloods2026 #viralreelsfacebook #dailynews #flood #followersactivefacebook
🔻গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকৰ সৈতে বানাক্ৰান্ত ৰাইজক কৰিব পৰা সহায়-সহযোগীতাক লৈ আলোচনা বদৰুদ্দিন আজমলৰ ।।
🔻শিৱসাগৰৰ গুৰুদ্বাৰত উপস্থিত হ'ল বদৰুদ্দিন আজমল ।।
#golaghatখবৰ #assamfloods2026 #viralreelsfacebook #dailynews #flood #followersactivefacebook
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
    17 hrs ago
  • হাইলাকান্দিতে পীরে তরিকত আয়ুব আলির(রাঃ) ওফাত দিবস পালিত,দেশের শান্তি,সম্প্রীতি এবং উন্নতি কামনা করলেন আল্লামা সারিমুল
    1
    হাইলাকান্দিতে পীরে তরিকত আয়ুব আলির(রাঃ) ওফাত দিবস পালিত,দেশের শান্তি,সম্প্রীতি এবং উন্নতি কামনা করলেন আল্লামা সারিমুল
    user_BAHAR UDDIN LASKAR
    BAHAR UDDIN LASKAR
    হাইলাকান্দি, হাইলাকান্দি, অসম•
    20 hrs ago
  • 📍বিশ্বনাথত Placement Agency ৰ নামত প্ৰবঞ্চনা, ন-দম্পতী আৰক্ষীৰ জালত 📍বিশ্বনাথত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত সংঘটিত হৈছে ডাঙৰ প্ৰৱঞ্চনা।
    1
    📍বিশ্বনাথত Placement Agency ৰ নামত প্ৰবঞ্চনা, ন-দম্পতী আৰক্ষীৰ জালত

📍বিশ্বনাথত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত সংঘটিত হৈছে ডাঙৰ প্ৰৱঞ্চনা।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.