logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ চামগুৰিত পদাৰ্পনৰ পিছতেই কংগ্ৰেছত খহনীয়া। নিশা শতাধিক লোকৰ যোগদান বিজেপিত। কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা টুপী পিন্ধিলে শতাধিক সংখ্যালঘু ভোটাৰে। এসময়ৰ কংগ্ৰেছৰ দুৰ্গ চামগুৰিত বিজেপিৰ ভেঁটি শক্তিশালী ৰূপত দেখা গৈছে। নিশাৰ ভাগত এনেদৰে ৰূপহী হাটৰ লৰিৰমুখত বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ শতাধিক লোকে বিজেপিত যোগদান কৰে। এই যোগদানে বিজেপিক অধিক শক্তিশালী কৰি তুলিছে বুলি মন্তব্য কৰে বিজেপি কৰ্মী সকলে।

1 hr ago
user_AM News 24
AM News 24
Newsagent ৰূপাহী, নগাঁও, অসম•
1 hr ago

নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ চামগুৰিত পদাৰ্পনৰ পিছতেই কংগ্ৰেছত খহনীয়া। নিশা শতাধিক লোকৰ যোগদান বিজেপিত। কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা টুপী পিন্ধিলে শতাধিক সংখ্যালঘু ভোটাৰে। এসময়ৰ কংগ্ৰেছৰ দুৰ্গ চামগুৰিত বিজেপিৰ ভেঁটি শক্তিশালী ৰূপত দেখা গৈছে। নিশাৰ ভাগত এনেদৰে ৰূপহী হাটৰ লৰিৰমুখত বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ শতাধিক লোকে বিজেপিত যোগদান কৰে। এই যোগদানে বিজেপিক অধিক শক্তিশালী কৰি তুলিছে বুলি মন্তব্য কৰে বিজেপি কৰ্মী সকলে।

More news from অসম and nearby areas
  • নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ চামগুৰিত পদাৰ্পনৰ পিছতেই কংগ্ৰেছত খহনীয়া। নিশা শতাধিক লোকৰ যোগদান বিজেপিত। কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা টুপী পিন্ধিলে শতাধিক সংখ্যালঘু ভোটাৰে। এসময়ৰ কংগ্ৰেছৰ দুৰ্গ চামগুৰিত বিজেপিৰ ভেঁটি শক্তিশালী ৰূপত দেখা গৈছে। নিশাৰ ভাগত এনেদৰে ৰূপহী হাটৰ লৰিৰমুখত বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ শতাধিক লোকে বিজেপিত যোগদান কৰে। এই যোগদানে বিজেপিক অধিক শক্তিশালী কৰি তুলিছে বুলি মন্তব্য কৰে বিজেপি কৰ্মী সকলে।
    1
    নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ চামগুৰিত পদাৰ্পনৰ পিছতেই কংগ্ৰেছত খহনীয়া।
নিশা শতাধিক লোকৰ যোগদান বিজেপিত। 
কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা টুপী পিন্ধিলে শতাধিক সংখ্যালঘু ভোটাৰে। 
এসময়ৰ কংগ্ৰেছৰ দুৰ্গ চামগুৰিত বিজেপিৰ ভেঁটি শক্তিশালী ৰূপত দেখা গৈছে। 
নিশাৰ ভাগত এনেদৰে ৰূপহী হাটৰ লৰিৰমুখত বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ শতাধিক লোকে বিজেপিত যোগদান কৰে।
এই যোগদানে বিজেপিক অধিক শক্তিশালী কৰি তুলিছে বুলি মন্তব্য কৰে বিজেপি কৰ্মী সকলে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    1
    অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    4 hrs ago
  • *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা। *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।
    1
    *Breaking@Rupahi hat*

দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট।

যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। 

মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা।

সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং  কৰি ৰাইজক শুনোৱাই।

ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। 

সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।
*Breaking@Rupahi hat*
দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট।
যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। 
মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা।
সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং  কৰি ৰাইজক শুনোৱাই।
ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। 
সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ বিস্ফোৰণ, নগাঁৱত প্ৰাৰ্থীত্ব দিব উলামা কাউন্সিলে আজি নগাঁৱত এইকথা ঘোষণা কৰে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি উবাইদুৰ ৰহমান কাচিমীয়ে।
    1
    ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ বিস্ফোৰণ, নগাঁৱত প্ৰাৰ্থীত্ব দিব উলামা কাউন্সিলে
আজি নগাঁৱত এইকথা ঘোষণা কৰে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি উবাইদুৰ ৰহমান কাচিমীয়ে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    12 hrs ago
  • আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ #dtalksne #AssamElection #AIUDF #viral #trending
    1
    আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ
আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ
#dtalksne #AssamElection 
#AIUDF #viral #trending
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    14 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰেংকাতি গাঁৱত কৰম পূজা উদ্‌যাপন
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰেংকাতি গাঁৱত কৰম পূজা উদ্‌যাপন
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    5 hrs ago
  • সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ বাবে প্ৰতিবাদ #AAMSU PROTEST DHEKIAJULI সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ আৰু পুনঃস্থাপন,উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ,সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ,মাটিৰ ক্ৰয় বিক্ৰয়ত বৈষম্য আৰু নিষেধাজ্ঞা বন্ধ,NATIONAL IDENTITY CARD প্ৰদান,Associate Proffessor আৰু PG Teacher নিযুক্তি,ছাত্ৰছাত্ৰীৰ সমস্যা সমাধান,সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা,আইনৰ শাসন সুনিশ্চিত কৰাৰ দাবীত ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ৷
    1
    সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ বাবে প্ৰতিবাদ
#AAMSU PROTEST DHEKIAJULI
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ আৰু পুনঃস্থাপন,উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ,সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ,মাটিৰ ক্ৰয় বিক্ৰয়ত বৈষম্য আৰু নিষেধাজ্ঞা বন্ধ,NATIONAL IDENTITY CARD প্ৰদান,Associate Proffessor আৰু PG Teacher নিযুক্তি,ছাত্ৰছাত্ৰীৰ সমস্যা সমাধান,সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা,আইনৰ শাসন সুনিশ্চিত কৰাৰ দাবীত ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ৷
    user_Pankaj
    Pankaj
    ঢেকিয়াজুলি (পিটি), শোণিতপুৰ, অসম•
    15 hrs ago
  • মুখ্যমন্ত্ৰী আৰু বদ্দৰউদ্দিন আজমলৰ সু সম্পৰ্ক থকা বুলিও তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভৰ পিছতে চামগুৰিত শিৱামণি বৰাৰ প্ৰথম পদাৰ্পণ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভ কৰাৰ পিছতে নগাঁও লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি চামগুৰিত প্ৰথমবাৰৰ বাবে পদাৰ্পণ শিৱামণি বৰাৰ। চামগুৰি সমষ্টিৰ অ'অনাৰ পৰা ৰূপহী নতুন বজাৰলৈ এক বিশাল বাইক ৰেলীৰে আদৰি আনিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক। বাইক ৰেলীত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইনে। বাইক ৰেলী সম্পূৰ্ণ কৰি ৰূপহী নতুন বজাৰত উপস্থিত হয় শিৱামণি বৰা। ৰূপহী নতুন বজাৰত গড়াজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠি বিশাল নিৰ্বাচনী সভা। উক্ত নিৰ্বাচনী সভাত সাংসদ ৰকিবুল হুছেইন, চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম সহ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে ভাষণ কমকৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাস শৰ্মা আৰু মন্ত্ৰী পিষুজ হাজৰিকাই মিঞা লোক সকল, মহিলা সকলক পূৰ্বতে কৰা কৰা তুচ্ছ তাচ্ছিল্য সন্দৰ্ভত পৰিবেশিত বাতৰিৰ ৰেকৰ্ডিং সমূহ শুনাই বিজেপিৰ বিৰুদ্ধে স্থিতি ল'বলৈ আহ্বান জনায়।
    1
    মুখ্যমন্ত্ৰী আৰু বদ্দৰউদ্দিন আজমলৰ সু সম্পৰ্ক থকা বুলিও তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভৰ পিছতে চামগুৰিত  শিৱামণি বৰাৰ প্ৰথম পদাৰ্পণ।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভ কৰাৰ পিছতে নগাঁও লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি চামগুৰিত প্ৰথমবাৰৰ বাবে পদাৰ্পণ শিৱামণি বৰাৰ।
চামগুৰি সমষ্টিৰ অ'অনাৰ পৰা ৰূপহী নতুন বজাৰলৈ  এক বিশাল বাইক ৰেলীৰে আদৰি আনিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক।
বাইক ৰেলীত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইনে।
বাইক ৰেলী সম্পূৰ্ণ কৰি ৰূপহী নতুন বজাৰত উপস্থিত হয় শিৱামণি বৰা।
ৰূপহী নতুন বজাৰত গড়াজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠি বিশাল নিৰ্বাচনী সভা।
উক্ত নিৰ্বাচনী সভাত সাংসদ ৰকিবুল হুছেইন, চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম সহ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে ভাষণ কমকৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাস শৰ্মা আৰু মন্ত্ৰী পিষুজ হাজৰিকাই মিঞা লোক সকল, মহিলা সকলক পূৰ্বতে কৰা কৰা তুচ্ছ তাচ্ছিল্য সন্দৰ্ভত পৰিবেশিত বাতৰিৰ ৰেকৰ্ডিং সমূহ শুনাই বিজেপিৰ বিৰুদ্ধে স্থিতি ল'বলৈ আহ্বান জনায়।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.