logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

2 hrs ago
user_JAINUDDIN
JAINUDDIN
বামেং এডিচি, ইষ্ট কামেং, অৰুণাচল প্ৰদেশ•
2 hrs ago
bea137d7-fb3f-4d1f-8532-03f12a2fd1bf

More news from অসম and nearby areas
  • Post by অঞ্জন শ‌ইকীয়া
    1
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    1 hr ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    17 hrs ago
  • ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।
    1
    ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে।
ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত  শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • 📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ 📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ 📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে #LokSabha #WomenReservation #GauravGogoi
    1
    📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ
📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ
📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে
#LokSabha #WomenReservation #GauravGogoi
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    17 hrs ago
  • ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।
    1
    ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত
ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। 
কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া  ডকাইতৰ দলে চলাইছিল লুট-পাত । 
উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    22 hrs ago
  • পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি নিমন্ত্ৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
    1
    পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি নিমন্ত্ৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    3 hrs ago
  • Majuli News ডাবলি চাপৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। মাজুলী নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত যদিও  মাজুলীৰ পৰা বিচিন্ন ডাবলি চাপৰিত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে ডাবলি চাপৰি স্থানীয় ব্যক্তিয়ৰ  আজি ব্ৰহ্মপুত্ৰৰ সুতিত  এটা মৃতদেহ প্রত্যক্ষ কৰে আৰু ততাতৰিয়াকৈ আৰক্ষী খবৰ দিয়ে। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে খবৰ পোৱা লগে লগে তাৎক্ষণিক ভাবে  আৰক্ষীৰ  দল আৰু এছ.ডি.আৰ.এফৰ  দল ঘটনাস্থলীত গৈ নীলা ৰঙৰ চুৰিদাৰ চুট পিন্ধি থকা মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মাজুলী জিলা  গড়মূৰ স্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক  জিলা চিকিৎসালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে। প্ৰাথমিক ভাবে অনুমান কৰা হৈছে যে মৃতদেহটো নৈৰ সোঁতৰ  আহি চাপৰি অঞ্চলত আহি লাগিছিল। আজি উদ্ধাৰ হোৱা মৃত  মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায়, তেন্তে  নয়াবজাৰ টহলদাৰী আৰক্ষী চকী  বা মাজুলী আৰক্ষীৰ সৈতে 6026900872 / 6026900869 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    1
    Majuli News
ডাবলি চাপৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ।
মাজুলী নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত যদিও  মাজুলীৰ পৰা বিচিন্ন ডাবলি চাপৰিত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে ডাবলি চাপৰি স্থানীয় ব্যক্তিয়ৰ  আজি ব্ৰহ্মপুত্ৰৰ সুতিত  এটা মৃতদেহ প্রত্যক্ষ কৰে আৰু ততাতৰিয়াকৈ আৰক্ষী খবৰ দিয়ে। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে খবৰ পোৱা লগে লগে তাৎক্ষণিক ভাবে  আৰক্ষীৰ  দল আৰু এছ.ডি.আৰ.এফৰ  দল ঘটনাস্থলীত গৈ নীলা ৰঙৰ চুৰিদাৰ চুট পিন্ধি থকা মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মাজুলী জিলা  গড়মূৰ স্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক  জিলা চিকিৎসালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে। প্ৰাথমিক ভাবে অনুমান কৰা হৈছে যে মৃতদেহটো নৈৰ সোঁতৰ  আহি চাপৰি অঞ্চলত আহি লাগিছিল। আজি উদ্ধাৰ হোৱা মৃত  মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায়, তেন্তে  নয়াবজাৰ টহলদাৰী আৰক্ষী চকী  বা মাজুলী আৰক্ষীৰ সৈতে 6026900872 / 6026900869 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    15 hrs ago
  • এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।
    1
    এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? 
আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.