Shuru
Apke Nagar Ki App…
Sub
- Amit UrangMairang, Eastern West Khasi Hills💐4 hrs ago
- Amit UrangMairang, Eastern West Khasi Hills🤝4 hrs ago
- Amit UrangMairang, Eastern West Khasi Hills🙏4 hrs ago
- Amit UrangMairang, Eastern West Khasi Hills😤4 hrs ago
- Amit UrangMairang, Eastern West Khasi Hills😤4 hrs ago
More news from অসম and nearby areas
- কলগাছিয়াত প্ৰাক্তন সাংসদ আব্দুল খালেকৰ সংবাদমেল। বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটালৰ নাম সলনিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। ফখৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰা কাৰ্যটো দুৰ্ভাগ্য জনক আখ্যা। বৰ্তমান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত যদি মেডিকেল কলেজ থাকিব পাৰে তেনেহলে ফখৰুদ্দিন আলি আহমেদৰ নামত কিয় মেডিকেল কলেজ থাকিব নোৱাৰে বুলি প্ৰশ্ন ? মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মহম্মদ বিন টোগলকৰ লগত তুলনা কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে নাম সলনিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী খালেকৰ।1
- My Name is Jibitesh Das, I am the Anchalik Panchayat of this area. This is my village road and it is in poor condition. I request our CM please look into this road and do the needful. We are helpless as many times we raised it to our local leaders but no response till now from anyone.1
- তামুলপুৰত অৰুণোদয় আঁচনি বঞ্চিত মহিলাই জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ ।1
- আগিয়া থানাৰ অন্তৰ্গত মাকৰি হাধলাপাৰাত চলি আছে অবৈধ জুৱা খেল। খবৰ অনুসৰি নুৰ আৰু বৃদ্ধি আৰু ছামান আলীৰ নেতৃত্বত চলি আছে এই অবৈধ জুৱা খেল।1
- Post by HOJAI JUGIJAN NEWS1
- পূৰ্বৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাজীৰ হাটত এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। বৃহত্তৰ হাজীৰহাট আৰু মৰাগদাধৰ সংযোগী কেইবাখনো গাঁৱৰ যাতায়তৰ এটা ব্যস্ত পথৰ মাজত থকা কাঠৰ বিধ্বস্ত দলং খনে বিপদ কঢ়িয়াই আনিছে এতিয়া সৰ্বসাধাৰণ ৰাইজলৈ। যি কোনো মুহূৰ্তত দলং খনৰ কাঠ খুলি ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছে। বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ এইটোৱেই প্ৰতিদিনে এই পথেৰে শ শ সৰু সুৰা যানবাহন আৰু সামগ্ৰী কঢ়িওৱা বাহন আৰু দুই তিনি শ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে এই পথেৰে। উল্লেখ্য যে পূৰ্বতে আছিল গোলকগঞ্জ সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে হৈ পৰে গৌৰীপুৰ সমষ্টি। পূৰ্বৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক আছিলে কংগ্ৰেছ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ। বিধায়ক গৰাকীয়ে এবছৰ পূৰ্বে এইখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল। পিছে এতিয়া কাঠবোৰ জহি খহি ফুটা ওলাইছে। এখন চাইকেল লৈ গ'লেও কপি উঠে দলংখন। দলং এৰি ৰাইজে যাতায়ত কৰিছে পথাৰৰ মাজেৰে। বিধায়ক গৰাকীৰ সমষ্টিৰ উন্নয়ন কেৱল যেন উন্নয়নৰ শ্ল'গানতে আবদ্ধ হৈ থাকিল পৰিৱৰ্তনৰ নামত যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে। ৰাইজে বিধায়ক গৰাকীৰ উপৰত ক্ষোভ প্ৰকাশ কৰিছে, এনেকুৱা বিধায়কৰ আৰু সমষ্টিত প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে।1
- পঞ্চম বাৰৰ বাবে জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীত্ব লাভ। মন্দিয়া সমষ্টিত এ আই ইউ ডি এফৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ডঃ হাফিজ ৰফিকুল ইছলামে। প্ৰাৰ্থীত্ব লাভ কৰি সমষ্টিত পদাৰ্পন ডঃ হাফিজ ৰফিকুল ইছলামৰ। মৌলানা বদৰুদ্দিন আজমলৰ লগতে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন। আল্লাহৰ দয়া আৰু ৰাইজৰ আৰ্শীবাদত এইবেলিও নিৰ্বাচনত জয়ী হ'ব বুলি মন্তব্য কৰে ডঃ হাফিজ ৰফিকুল ইছলামে। বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটালৰ নাম পৰিবৰ্তনক তীব্ৰ ধিক্কাৰ জনাই পূৰ্বৰ নাম বাহাল ৰখাৰ দাবী জনায়1
- তামাৰহাটৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। পূৰ্বৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাজীৰ হাটত এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। বৃহত্তৰ হাজীৰহাট আৰু মৰাগদাধৰ সংযোগী কেইবাখনো গাঁৱৰ যাতায়তৰ এটা ব্যস্ত পথৰ মাজত থকা কাঠৰ বিধ্বস্ত দলং খনে বিপদ কঢ়িয়াই আনিছে এতিয়া সৰ্বসাধাৰণ ৰাইজলৈ। যি কোনো মুহূৰ্তত দলং খনৰ কাঠ খুলি ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছে। বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ এইটোৱেই প্ৰতিদিনে এই পথেৰে শ শ সৰু সুৰা যানবাহন আৰু সামগ্ৰী কঢ়িওৱা বাহন আৰু দুই তিনি শ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে এই পথেৰে। উল্লেখ্য যে পূৰ্বতে আছিল গোলকগঞ্জ সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে হৈ পৰে গৌৰীপুৰ সমষ্টি। পূৰ্বৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক আছিলে কংগ্ৰেছ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ। বিধায়ক গৰাকীয়ে এবছৰ পূৰ্বে এইখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল। পিছে এতিয়া কাঠবোৰ জহি খহি ফুটা ওলাইছে। এখন চাইকেল লৈ গ'লেও কপি উঠে দলংখন। দলং এৰি ৰাইজে যাতায়ত কৰিছে পথাৰৰ মাজেৰে। বিধায়ক গৰাকীৰ সমষ্টিৰ উন্নয়ন কেৱল যেন উন্নয়নৰ শ্ল'গানতে আবদ্ধ হৈ থাকিল পৰিৱৰ্তনৰ নামত যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে। ৰাইজে বিধায়ক গৰাকীৰ উপৰত ক্ষোভ প্ৰকাশ কৰিছে, এনেকুৱা বিধায়কৰ আৰু সমষ্টিত প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে।1
- সংবাদমাধ্যমৰ আগত প্ৰশ্ন মন্ত্ৰীগৰাকীৰ। নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ। নগাঁওত সংবাদমাধ্যমৰ সন্মুখত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ৰাজ্যৰ এজন মন্ত্ৰীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ‘মিঞা’ শব্দৰে কাকো বেয়া বুলি কোৱা নাই। লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰি কয়— “মিঞা বুলি ক’লে কোনে বেয়া পায়?” মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া দেখা গৈছে।1