logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত জয় ভাৰত পাৰ্টিৰ অৰ্জন সিং গোড় অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত উপস্থিত জয় ভাৰত পাৰ্টিৰ নেতা তথা ঢেকীয়াজুলি বিধানসভাৰী সমষ্টিৰ প্ৰাৰ্থী অৰ্জন সিং গোড়

17 hrs ago
user_Assam sangbad 24
Assam sangbad 24
Dhekiajuli (Pt), Sonitpur•
17 hrs ago

অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত জয় ভাৰত পাৰ্টিৰ অৰ্জন সিং গোড় অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত উপস্থিত জয় ভাৰত পাৰ্টিৰ নেতা তথা ঢেকীয়াজুলি বিধানসভাৰী সমষ্টিৰ প্ৰাৰ্থী অৰ্জন সিং গোড়

More news from Sonitpur and nearby areas
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাৰ বালিজান কছাৰী গাঁৱত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত মণ্টুৰাম দৈমাৰী নামৰ এগৰাকী ৪৫ বছৰীয়া লোকৰ থিতাতে মৃত্যু ৷ উল্লেখ্য যে শিঙৰী আৰক্ষী চকী এলেকাৰ বালিজান কছাৰী গাঁৱত অসমমালা পথত কোনো অজ্ঞাত বাহনে লোকজনক খুন্দিয়াই থৈ পলায়ন কৰে ৷ ফলত মণ্টুৰাম দৈমাৰী নামৰ লোকজনৰ থিতাতে মৃত্যু হয় ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাৰ বালিজান কছাৰী গাঁৱত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত মণ্টুৰাম দৈমাৰী নামৰ এগৰাকী ৪৫ বছৰীয়া লোকৰ থিতাতে মৃত্যু ৷ উল্লেখ্য যে শিঙৰী আৰক্ষী চকী এলেকাৰ বালিজান কছাৰী গাঁৱত অসমমালা পথত কোনো অজ্ঞাত বাহনে লোকজনক খুন্দিয়াই থৈ পলায়ন কৰে ৷ ফলত মণ্টুৰাম দৈমাৰী নামৰ লোকজনৰ থিতাতে মৃত্যু হয় ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    5 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    12 hrs ago
  • কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    1
    কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    16 min ago
  • সেয়ে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৬ টাকৈ পুৰণি ঘৰ নিলামত বিক্ৰী কৰা হ'ব। গতিকে উক্ত ঘৰ কেইটা কিনিবলৈ আগ্ৰহী ব্যক্তি সকলে অহা দহ মাৰ্চ অৰ্থাৎ মঙ্গলবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব লগা নিলামত অংশগ্ৰহণ কৰিবলৈ জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে
    1
    সেয়ে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৬ টাকৈ পুৰণি ঘৰ নিলামত বিক্ৰী কৰা হ'ব। গতিকে উক্ত ঘৰ কেইটা কিনিবলৈ আগ্ৰহী ব্যক্তি সকলে অহা দহ মাৰ্চ অৰ্থাৎ মঙ্গলবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব লগা নিলামত অংশগ্ৰহণ কৰিবলৈ জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে
জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    1 hr ago
  • 🔴আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? চিন্তা নকৰিব! 🔴ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।
    1
    🔴আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? চিন্তা নকৰিব! 
🔴ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? চিন্তা নকৰিব! ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।
    1
    আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? 
চিন্তা নকৰিব! 
ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    11 hrs ago
  • অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত উপস্থিত জয় ভাৰত পাৰ্টিৰ নেতা তথা ঢেকীয়াজুলি বিধানসভাৰী সমষ্টিৰ প্ৰাৰ্থী অৰ্জন সিং গোড়
    1
    অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত উপস্থিত জয় ভাৰত পাৰ্টিৰ নেতা তথা ঢেকীয়াজুলি বিধানসভাৰী সমষ্টিৰ প্ৰাৰ্থী অৰ্জন সিং গোড়
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.