সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিধায়ক হিমাংশু শেখৰ বৈশ্য । সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিধায়ক হিমাংশু শেখৰ বৈশ্য ।পলাশবাৰী সমষ্টিৰ ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ১৬ জুলাইৰ পৰা আৰম্ভ হোৱা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে । সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে ডঃ ভূপেন হাজৰিকা আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিধায়ক হিমাংশু শেখৰ বৈশ্য আৰু পলাশবাৰী সম জিলাৰ সহ আয়ুক্ত দীপশিখা দলৈয়ে । তাৰ পিছতে শিল্পী সমাজৰ সভাপতি প্ৰদীপ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় মানপত্ৰ প্ৰদান অনুষ্ঠান । সম্পাদক দেৱ কুমাৰ মেধি আৰু উপদেষ্টা তপন দাসে পৰিচালনা কৰা সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ডাঃ কমালাকান্ত কলিতাই । সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আৰু ছয়গাঁও শিল্পী সমাজৰ তত্বাৱধানত বিধানসভা সমষ্টি ভিত্তিত আয়োজিত গ্ৰীষ্মকালীন কৰ্মশালাখন চলিছিল ।প্ৰশিক্ষক শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সহযোগী সদানন্দ গগৈ, বিশিষ্টা কন্ঠশিল্পী ডঃ সংগীতা কাকতী, মৰমী শৰ্মা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ মনোনীত সদস্য প্ৰশান্ত ৰাজখোৱা, ডঃ প্ৰাণেশ্বৰ নাথ, দীপক চৌধুৰী, প্ৰতাপ বড়ো, দীপক দাসৰ লগতে বহু কন্ঠশিল্পী ।

- ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও1
- Barpeta District or ji kunu area t Glow sign board lagile jonabo1
- সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে । 8.29 SGPA ৰে বিশেষ সফলতা কঢ়িয়াই অনা আফচানা মুস্কান ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰে'ল বিভাগৰ কৰ্মচাৰী ৰষ্টুম আলী আৰু আনোৱাৰা বেগমৰ কন্যা । আফচানাৰ কৃতিত্বত সমগ্ৰ ৰঙিয়াতে আনন্দ বিৰাজ কৰিছে।1
- ৰাস্তা বেয়া বহুত বেয়া বৰপেটা জিলাৰ কলগাচিয়া থানৰ অন্তৰ্গত লাংলাৰ ৰাস্তা ঘাট বহুত বেয়া হৈ আছে মুখ মন্ত্ৰীৰ তাত মোৰ এই প্ৰাৰ্থনা যে এই ৰাস্তা বিলাক ঠিক কৰা হয় যেন1
- 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক। 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।1
- কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য1
- বৰপেটাৰ হাউলীত ১২ জন ই-ৰিক্সা চালক আটক। জব্দ ১২ খন ই-ৰিক্সা। ⭕বৰপেটাৰ হাউলীত ১২ জন ই-ৰিক্সা চালক আটক। জব্দ ১২ খন ই-ৰিক্সা। ⭕ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চালকৰ দপদপনি। ⭕ট্ৰেফিক আইন উলংঘা কৰি বিপদত ই-ৰিক্সা চালক। ⭕ই-ৰিক্সা চালকৰ বিৰুদ্ধে কঠোৰ অভিযান বৰপেটা জিলা পৰিবহন বিভাগৰ। #Barpetakhabar #বৰপেটাখবৰ #Newsupdate #howly1