Shuru
Apke Nagar Ki App…
গানটা শুন্তে কেমন লাগছে তোমরা সবাই বলো ভালো লাগলে লাইক কমেন্ট শেয়ার করবেন প্লিজ ।
Shariful Islam
গানটা শুন্তে কেমন লাগছে তোমরা সবাই বলো ভালো লাগলে লাইক কমেন্ট শেয়ার করবেন প্লিজ ।
More news from Assam and nearby areas
- বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ । দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।1
- Post by Shariful Islam1
- বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক আজি সমষ্টিৰ লগতে কলগাছিয়াৰ এ আই ইউ ডি এফৰ কৰ্মী সকলে উষ্ম আদৰণি জনায়। সৃজনগ্ৰাম সমষ্টিৰ পৰা ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াই AIUDF প্ৰাৰ্থী লাভ কৰাৰ পিছতেই সমষ্টিত AIUDF দলৰ বিষয় বভীয়াই উম্ম আদৰণি জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰে। #Rejaul_Karim_Sarkar1
- 👉🏻 বিদ্যালয়ৰ বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ দাবীত বৰপেটা জিলা আয়ুক্তক আবেদন। 👉🏻 কলগাছিয়া হাইস্কুলৰ মাটি বেদখল মুক্ত কৰাৰ দাবীত জিলা আয়ুক্তক ৰাইজৰ আবেদন। 👉🏻 উল্লেখ্য যে, পূৰ্বৰ কলগাছিয়া ছোৱালী হাই স্কুল বৰ্তমানৰ কলগাছিয়া হাই স্কুলৰ নামত চৰকাৰে ৫ বিঘা মাটি আবন্টন দিছিল। 👉🏻 ইয়াৰে, আধা বিঘা মাটিত বিদ্যালয় চলাৰ বিপৰীতে বাকী মাটি বেদখল হোৱাৰ অভিযোগ ৰাইজৰ। 👉🏻 ধনৰ বিনিময়ত একাংশক বিদ্যালয়ৰ মাটি গতাই দিয়াৰ অভিযোগ প্ৰধান শিক্ষক খন্দকাৰ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে। 👉🏻 বিদ্যালয়ৰ মাটি বেদখল কৰি গঢ়ি তুলিছে ব্যাক্তিগত বিদ্যালয়, বিল্ডিং, সীমাৰ দেৱাল। 👉🏻 ইয়াৰ পূৰ্বেও, বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। 👉🏻 যাৰ বাবে পুণৰ কলগাছিয়া হাই স্কুলৰ নামত থকা ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনায় ৰাইজে।1
- मज़दूर दवे कुचले लोगो कि मदद करना मेरी पहली प्राथमिकता1
- 😭😭1
- Post by Altaf Hussain1
- বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পথাৰ গাঁৱত তীব্ৰ গৰাখহনীয়াৰ কবলত গাঁওখন । হাজাৰ হাজাৰ পৰিয়ালে এৰিব লগা হৈছে ঘৰ আৰু কেতি পথাৰ ।1