Shuru
Apke Nagar Ki App…
পহিলা বহাগৰ নিশা বকো আঞ্চলিক ৰঙালী বিহুৰ মঞ্চৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰণ দৰদী কণ্ঠশিল্পী তৰালী শৰ্মাৰ ,,, পহিলা বহাগৰ দিনটোত কামৰূপৰ বকো আঞ্চলিক ৰঙালী বিহুৰ মঞ্চৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ , কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ লগতে সংগীতজগতৰ পৰা হেৰায় যোৱা সকলো শিল্পীক সোঁৱৰিলে অসমৰ দৰদী কণ্ঠশিল্পী তৰালী শৰ্মাই । সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে প্ৰয়াত পিতৃৰ লগতে হেৰাই যোৱা শিল্পী সকলক সোঁৱৰণ কৰে কণ্ঠশিল্পী তৰালী শৰ্মাই ।
অবিৰত বাৰ্তা

More news from অসম and nearby areas
- পহিলা বহাগৰ দিনটোত কামৰূপৰ বকো আঞ্চলিক ৰঙালী বিহুৰ মঞ্চৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ , কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ লগতে সংগীতজগতৰ পৰা হেৰায় যোৱা সকলো শিল্পীক সোঁৱৰিলে অসমৰ দৰদী কণ্ঠশিল্পী তৰালী শৰ্মাই । সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে প্ৰয়াত পিতৃৰ লগতে হেৰাই যোৱা শিল্পী সকলক সোঁৱৰণ কৰে কণ্ঠশিল্পী তৰালী শৰ্মাই ।1
- Post by Bijoy mandal1
- 4video.mmmmmmmmmmm4
- ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা বৰ্ড আৰু তাঁৰ ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত । কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল । ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ সোমাই দেখিলে লুকাই আছে ছাদ্দাম। আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট । অৱশ্যে প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।1
- 📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা। 📌পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ। 📌মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা ।1
- আনন্দ উল্লাসৰ মাজেৰে তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।1
- ছিপাঝাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকা (মাত্ৰ ৪০০ মিঃ) নৰেন্দ্ৰ বৰুৱাৰ নঙলাৰ পৰা বাবুল বনিয়াৰ নঙলালৈ (প্ৰায় ২০০ দৈৰ্ঘ) পথছোৱা একেবাৰে পঁয়ালগা অৱস্থা হৈছে । বিগত বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক কৈ কৈ ভাগৰি গ'লোঁ , কোনো ধৰণৰ সঁহাৰি নাপালোঁ...1
- ৰংজালী বৈছাগু উৎসৱ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰে মুখৰিত হৈ উঠিছে তামুলপুৰ জিলা বগাঔজাৰগুৰীত।1