Shuru
Apke Nagar Ki App…
নিজ সমৰ্থকেই শ্বেৰমান আলী আহমেদক গো' বেক ধ্বন্নি দিলে
NeTV - North East TV
নিজ সমৰ্থকেই শ্বেৰমান আলী আহমেদক গো' বেক ধ্বন্নি দিলে
More news from অসম and nearby areas
- ২২ নং মন্দীয়া সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ফাৰুক খানৰ ব্যতিক্ৰমী নিৰ্বাচন প্ৰচাৰ সভা।1
- বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত আজি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক পৃথিৰাজ প্ৰভাকৰ ছাথে। তেওঁ কয় যে অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে এশ দিনৰ ভিতৰত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰদান কৰা হ'ব।1
- কথা দি কথা ৰাখিব নোৱাৰা এজেপি আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক অসমৰ ৰাইজে এতিয়া আৰু নিবিচাৰে—এইদৰে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জাকিৰ হুছেইনে। তেওঁৰ মতে, ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্য মঞ্চ দিনক দিনে অধিক শক্তিশালী হৈ উঠিছে আৰু আগন্তুক নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ গঠন প্ৰায় নিশ্চিত।বিজেপিক ‘সুবিধাবাদী দল’ বুলি কটাক্ষ কৰি জাকিৰ হুছেইনে কয় যে, এই চৰকাৰে জনতাৰ আশাৰ লগত বিশ্বাসঘাতকতা কৰিছে। অসমৰ সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ বিষয়তো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তেওঁ কয়— কংগ্ৰেছ চৰকাৰ গঠন হ’লে মাত্ৰ ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পাব বুলি তেওঁ আশ্বাস দিয়ে।1
- আমাকে প্লিজ সবাই ফলো কমেন্ট শেয়ার করবা1
- গরু হাট হাঁস মুরগি হাট3
- Post by Shakil Ahmed- ABC News Digital1
- বাক্সাৰ গোৱৰ্দ্ধনাত মানাহ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ। তেওঁৰ জয়লাভ নিশ্চিত বুলি দাবী। একাংশ দলীয় কাৰ্যকৰ্তাৰ অংশগ্ৰহণ।1
- 👉🏼 বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী আব্দুল খালেকৰ ভোট ভিক্ষা। 👉🏼 চি পি আই এমৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ কয় অসমত এইবাৰ বিজেপি পৰাজিত হ'ব, বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হ'ব। মন্দিয়াৰ পৰা আব্দুল খালেক জয়ী হ'ব।1