Shuru
Apke Nagar Ki App…
অহা ২৪ মার্চত নলবাৰীৰ বগুৰীহাটীত উন্মোচন হ'ব দীপিকা দেৱী(ৰুমী)ৰ জীৱনৰ প্ৰথম কাব্যপুথি 'সপোনৰ ঠিকনা বিচাৰি'। অহা ২৪ মার্চত নলবাৰীৰ বগুৰীহাটীত উন্মোচন হ'ব দীপিকা দেৱী(ৰুমী)ৰ জীৱনৰ প্ৰথম কাব্যপুথি 'সপোনৰ ঠিকনা বিচাৰি'।
Assam Local News
অহা ২৪ মার্চত নলবাৰীৰ বগুৰীহাটীত উন্মোচন হ'ব দীপিকা দেৱী(ৰুমী)ৰ জীৱনৰ প্ৰথম কাব্যপুথি 'সপোনৰ ঠিকনা বিচাৰি'। অহা ২৪ মার্চত নলবাৰীৰ বগুৰীহাটীত উন্মোচন হ'ব দীপিকা দেৱী(ৰুমী)ৰ জীৱনৰ প্ৰথম কাব্যপুথি 'সপোনৰ ঠিকনা বিচাৰি'।
More news from অসম and nearby areas
- Saljuri No1.gossaigaon . Kokrajhar1
- Post by Amirul haque 2033
- Post by T News1
- এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।1
- 📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ 📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ 📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে #LokSabha #WomenReservation #GauravGogoi1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে1
- ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।1
- সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে #viralpost #ytshort1
- ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদ্যাপন কমিতিৰ সম্পাদকৰ মন্তব্য1