ধুবুৰী জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ পুৰ্ণাংগ কমিটী গঠন, আন্ত ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলা কমিটী গঠন। আজি ধুবুৰী গোলকগঞ্জ ১৬১৫ নং মধ্য ৰায়পুৰ এল, পি, স্কুলৰ প্ৰাঙ্গণত এখন শক্তিশালী পূৰ্ণাংগ কমিটি গঠনৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় বজৰং দল, আন্ত ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলা আদি কৰি এখন সভাৰ আয়োজন কৰে উক্ত সভাত ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলাৰ কৰ্মকৰ্তাৰ প্ৰস্তাৱ মৰ্মে ধুবুৰী জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি হিচাপে হৰিশয় ৰায়ক সমৰ্থন কৰে আৰু সভাৰ সভাপতিয়ে হৰিশয় ৰায়ক ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে দীপাংকৰ ৰায়ক দায়িত্ব ভাৰ অৰ্পণ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ধুবুৰী জিলাৰ সভাপতি হিচাপে অৰ্পণ ৰায় আৰু সম্পাদক হিচাপে নন্দ ৰায় লগতে মহিলা পৰিষদ ধুবুৰী জিলা সভানেত্ৰী বিভা ৰাণী ৰায় আৰু সম্পাদিকা ৰিনা বৰ্মনক আৰু বাকী থকা পদ সমূহ কাৰ্য্যকৰ্তা সকলোৰ মাজত বিভিন্ন পদত দায়িত্ব ভাৰ অৰ্পণ কৰি পূৰ্ণাঙ্গ কমিটী গঠন কৰে। ৰাষ্ট্ৰীয় বজৰং দল ধুবৰী জিলা সভাপতি হৰিশয় ৰায় উপ সভাপতি কৃষ্ণ দাস সাধাৰণ সম্পাদক দীপাংকৰ ৰায় সহ সম্পাদক বাবুল ৰায় সহ সম্পাদক নিৰ্মল ৰায় সুৰক্ষা প্ৰমূখ প্ৰতিব ৰায় গো ৰক্ষা প্ৰমূখ অনুপ মালাকাৰ হিন্দু কেন্দ্ৰ প্ৰমুখ বিপুল মালাকাৰ বিত্ত সম্পাদক অপুৰ্ব কৰ্মকাৰ আৰু আন্তৰাষ্ট্ৰীয় হিন্দু ৰাষ্ট্ৰীয় পৰিষদ ধুবুৰী জিলাৰ সভাপতি অৰ্পণ ৰায় উপ সভাপতি ভোলানাথ কৰ্মকাৰ আৰু অনো কৰ্মকাৰ । সম্পাদক নন্দ ৰায় সহ: সম্পাদক নৰোত্তম ৰায় আৰু দুলাল ৰায়, কাৰ্যকাৰী সভাপতি প্ৰকাশ মালি মহিলা পৰিষদ ধুবুৰী জিলা সভানেত্ৰী বিভা ৰায় উপ সভানেত্ৰী কণিকা কৰ্মকাৰ আৰু ৰত্না ৰায়। সম্পাদিকা ৰীণা বৰ্মন সহ সম্পাদিকা সৰিতা চৌধুৰী ক দায়িত্ব অৰ্পন কৰে।
ধুবুৰী জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ পুৰ্ণাংগ কমিটী গঠন, আন্ত ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলা কমিটী গঠন। আজি ধুবুৰী গোলকগঞ্জ ১৬১৫ নং মধ্য ৰায়পুৰ এল, পি, স্কুলৰ প্ৰাঙ্গণত এখন শক্তিশালী পূৰ্ণাংগ কমিটি গঠনৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় বজৰং দল, আন্ত ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলা আদি কৰি এখন সভাৰ আয়োজন কৰে উক্ত সভাত ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃ ৰাষ্ট্ৰীয় হিন্দু
পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলাৰ কৰ্মকৰ্তাৰ প্ৰস্তাৱ মৰ্মে ধুবুৰী জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি হিচাপে হৰিশয় ৰায়ক সমৰ্থন কৰে আৰু সভাৰ সভাপতিয়ে হৰিশয় ৰায়ক ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে দীপাংকৰ ৰায়ক দায়িত্ব ভাৰ অৰ্পণ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ধুবুৰী জিলাৰ সভাপতি হিচাপে অৰ্পণ ৰায় আৰু সম্পাদক হিচাপে নন্দ ৰায় লগতে মহিলা পৰিষদ ধুবুৰী জিলা সভানেত্ৰী
বিভা ৰাণী ৰায় আৰু সম্পাদিকা ৰিনা বৰ্মনক আৰু বাকী থকা পদ সমূহ কাৰ্য্যকৰ্তা সকলোৰ মাজত বিভিন্ন পদত দায়িত্ব ভাৰ অৰ্পণ কৰি পূৰ্ণাঙ্গ কমিটী গঠন কৰে। ৰাষ্ট্ৰীয় বজৰং দল ধুবৰী জিলা সভাপতি হৰিশয় ৰায় উপ সভাপতি কৃষ্ণ দাস সাধাৰণ সম্পাদক দীপাংকৰ ৰায় সহ সম্পাদক বাবুল ৰায় সহ সম্পাদক নিৰ্মল ৰায় সুৰক্ষা প্ৰমূখ প্ৰতিব ৰায় গো ৰক্ষা প্ৰমূখ অনুপ মালাকাৰ হিন্দু কেন্দ্ৰ প্ৰমুখ বিপুল মালাকাৰ
বিত্ত সম্পাদক অপুৰ্ব কৰ্মকাৰ আৰু আন্তৰাষ্ট্ৰীয় হিন্দু ৰাষ্ট্ৰীয় পৰিষদ ধুবুৰী জিলাৰ সভাপতি অৰ্পণ ৰায় উপ সভাপতি ভোলানাথ কৰ্মকাৰ আৰু অনো কৰ্মকাৰ । সম্পাদক নন্দ ৰায় সহ: সম্পাদক নৰোত্তম ৰায় আৰু দুলাল ৰায়, কাৰ্যকাৰী সভাপতি প্ৰকাশ মালি মহিলা পৰিষদ ধুবুৰী জিলা সভানেত্ৰী বিভা ৰায় উপ সভানেত্ৰী কণিকা কৰ্মকাৰ আৰু ৰত্না ৰায়। সম্পাদিকা ৰীণা বৰ্মন সহ সম্পাদিকা সৰিতা চৌধুৰী ক দায়িত্ব অৰ্পন কৰে।
- ৰঙিয়াত অৰুনোদয় ৩.০ আঁচনিৰ ধন বিতৰণ অনুষ্ঠান প্ৰত্যক্ষ কৰিলে কেবা সহস্ৰাধিক মহিলাই ।অৰুণোদয় আঁচনিৰ অধীনত ৯ হাজাৰ টকা লাভ কৰি উৎফুল্লিত হিতাধিকাৰী । ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ তত্বাৱধানত নৱনিৰ্মিত সংহত সমজিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰে অৰুণোদয়ৰ ধন বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচী । ৰঙিয়া নগৰৰ কেবা সহস্ৰাধিক মহিলাই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয়।1
- মালিবারি বাস হাট1
- मज़दूर दवे कुचले लोगो कि मदद करना मेरी पहली प्राथमिकता1
- 😭😭1
- Post by Altaf Hussain1
- বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ । দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।1
- Post by Shariful Islam1
- বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পথাৰ গাঁৱত তীব্ৰ গৰাখহনীয়াৰ কবলত গাঁওখন । হাজাৰ হাজাৰ পৰিয়ালে এৰিব লগা হৈছে ঘৰ আৰু কেতি পথাৰ ।1