logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। ভয়,শংকা আতংকৰ মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজনৰ।নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফোন অসহায় শ্ৰমিক সকলৰ। ঘটনাৰ শিহৰণ বৰ্ণনা শুনি অধিক চিন্তিত শ্ৰমিক পৰিয়ালৰ লোকৰ। শ্ৰমিক কেইজনৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যিকোনো প্ৰকাৰে অসমৰ শ্ৰমিক কেইজনক সুকলমে নিজ ঘৰলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে তামুলপুৰ আৰক্ষী প্ৰশাসনকো জনাইছে কাতৰ আহ্বান। নিজ সন্তান,স্বামীক সুৰক্ষিত ভাৱে ঘৰলৈ অনাৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সৈতেও কৰিছে যোগাযোগ। চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ নাম ৰঞ্জিত তালুকদাৰ,উদয় দাস,হৰকুমাৰ দাস,আকাশ দাস,সুকুমাৰ দাস,অনিল দাস,শহাদেৱ দাস,প্ৰাণজিত দাস,মদন বিশ্বাস,অমৰ বিশ্বাস,ৰূপম বিশ্বাস।

on 13 March
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
on 13 March

মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। ভয়,শংকা আতংকৰ

মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজনৰ।নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফোন অসহায় শ্ৰমিক সকলৰ। ঘটনাৰ শিহৰণ বৰ্ণনা শুনি অধিক চিন্তিত শ্ৰমিক পৰিয়ালৰ লোকৰ। শ্ৰমিক কেইজনৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যিকোনো প্ৰকাৰে অসমৰ শ্ৰমিক কেইজনক সুকলমে নিজ ঘৰলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ

লগতে তামুলপুৰ আৰক্ষী প্ৰশাসনকো জনাইছে কাতৰ আহ্বান। নিজ সন্তান,স্বামীক সুৰক্ষিত ভাৱে ঘৰলৈ অনাৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সৈতেও কৰিছে যোগাযোগ। চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ নাম ৰঞ্জিত তালুকদাৰ,উদয় দাস,হৰকুমাৰ দাস,আকাশ দাস,সুকুমাৰ দাস,অনিল দাস,শহাদেৱ দাস,প্ৰাণজিত দাস,মদন বিশ্বাস,অমৰ বিশ্বাস,ৰূপম বিশ্বাস।

More news from অসম and nearby areas
  • ৰংজালী বৈছাগু উৎসৱ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰে মুখৰিত হৈ উঠিছে তামুলপুৰ জিলা বগাঔজাৰগুৰীত।
    1
    ৰংজালী বৈছাগু উৎসৱ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰে  মুখৰিত হৈ উঠিছে তামুলপুৰ জিলা বগাঔজাৰগুৰীত।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
  • ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা বৰ্ড আৰু তাঁৰ ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত । কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল । ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ সোমাই দেখিলে লুকাই আছে ছাদ্দাম। আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট । অৱশ্যে প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    1
    ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ  ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা  বৰ্ড আৰু তাঁৰ  ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত ।
কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল ।
ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ  সোমাই দেখিলে লুকাই আছে ছাদ্দাম। 
আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । 
পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট ।
অৱশ্যে  প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    3 hrs ago
  • ছিপাঝাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকা (মাত্ৰ ৪০০ মিঃ) নৰেন্দ্ৰ বৰুৱাৰ নঙলাৰ পৰা বাবুল বনিয়াৰ নঙলালৈ (প্ৰায় ২০০ দৈৰ্ঘ) পথছোৱা একেবাৰে পঁয়ালগা অৱস্থা হৈছে । বিগত বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক কৈ কৈ ভাগৰি গ'লোঁ , কোনো ধৰণৰ সঁহাৰি নাপালোঁ...
    1
    ছিপাঝাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকা (মাত্ৰ ৪০০ মিঃ) নৰেন্দ্ৰ বৰুৱাৰ নঙলাৰ পৰা বাবুল বনিয়াৰ নঙলালৈ (প্ৰায় ২০০ দৈৰ্ঘ) পথছোৱা একেবাৰে পঁয়ালগা অৱস্থা হৈছে । বিগত বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক কৈ কৈ ভাগৰি গ'লোঁ , কোনো ধৰণৰ সঁহাৰি নাপালোঁ...
    user_দিব্যজ্যোতি বনিয়া
    দিব্যজ্যোতি বনিয়া
    শিপাঝাৰ, দৰং, অসম•
    4 hrs ago
  • Tajuddin Ahmed Education ट्रस्ट के जरिए Dispur Public School गरीब छात्र-छात्राओं को कर रहे हैं मदद
    4
    Tajuddin Ahmed Education ट्रस्ट के जरिए Dispur Public School गरीब छात्र-छात्राओं को कर रहे हैं मदद
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    12 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    1 hr ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
  • বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জালুগুটিত একশৰণ ভাগৱতী সমাজৰ ৬৫ সংখ্যক মহাপালনাম কীৰ্তন ভাগ অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে বিশ্ব শান্তিৰ অৰ্থে প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই কীৰ্তন ভাগৰ কাৰ্যসূচী অনুসৰি ১১ ব'হাগ ইংৰাজী ২৫ এপ্ৰিল শনিবাৰে পুৱা ৫ বজাত প্ৰাতঃপ্ৰসঙ্গ ৫-৩০ বজাত খোলা প্ৰসঙ্গ, ৬ বজাত পুৱা প্ৰসঙ্গ, ৭ বজাত নগৰ কীৰ্তন, ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব ধৰ্মেশ্বৰ দাসে, ৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, ১০ বজাত বৃক্ষ ৰোপণ, ১১-৩০ বজাত মধ্যাহ্ন প্ৰসঙ্গ, দুপৰীয়া ১ বজাত আহাৰ গ্ৰহণ, ২ বজাত ভকত আদৰণি, ৩ বজাত ভাগৱত পাঠ, সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত মহাপালনামৰ শৰাই অৰ্চনা, ৭-১৫ বজাত আচাৰ্য প্ৰণাম, ৭-৩০ বজাত গুণমালা কীৰ্তন, নিশা ৯ বজাত খোল প্ৰসঙ্গ, ১০ বজাত নিশাৰ আহাৰ গ্ৰহণ, ১০-৩০ বজাত মহাপালনাম কীৰ্তন আৰম্ভ। ১১ ব'হাগ ইংৰাজী ২৬ এপ্ৰিল ৰবিবাৰে পুৱা ৬ বজাত মহাপালনাম সামৰণি, ৭ বজাত কৃপা প্ৰাৰ্থনা, ৮ বজাত ভাগৱত শোভাযাত্ৰা, ৯ বজাত প্ৰসাদ বিতৰণ, ১২ বজাত ভকত বিদায় আৰু বিয়লি ৫ বজাত ধৰ্ম ধ্বজা অবতৰণেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি শ্ৰীমন্ত হাজৰিকা আৰু সম্পাদক উৎপল কুমাৰ দাসে। এই সমুহ কাৰ্যসূচীত অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে।
    1
    বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জালুগুটিত একশৰণ ভাগৱতী সমাজৰ ৬৫ সংখ্যক মহাপালনাম কীৰ্তন ভাগ অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে বিশ্ব শান্তিৰ অৰ্থে প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই কীৰ্তন ভাগৰ কাৰ্যসূচী অনুসৰি ১১ ব'হাগ ইংৰাজী ২৫ এপ্ৰিল শনিবাৰে পুৱা ৫ বজাত প্ৰাতঃপ্ৰসঙ্গ ৫-৩০ বজাত খোলা প্ৰসঙ্গ, ৬ বজাত পুৱা প্ৰসঙ্গ, ৭ বজাত নগৰ কীৰ্তন, ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব ধৰ্মেশ্বৰ দাসে, ৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, ১০ বজাত বৃক্ষ ৰোপণ, ১১-৩০ বজাত মধ্যাহ্ন প্ৰসঙ্গ, দুপৰীয়া ১ বজাত আহাৰ গ্ৰহণ, ২ বজাত ভকত আদৰণি, ৩ বজাত ভাগৱত পাঠ, সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত মহাপালনামৰ শৰাই অৰ্চনা, ৭-১৫ বজাত আচাৰ্য প্ৰণাম, ৭-৩০ বজাত গুণমালা কীৰ্তন, নিশা ৯ বজাত খোল প্ৰসঙ্গ, ১০ বজাত নিশাৰ আহাৰ গ্ৰহণ, ১০-৩০ বজাত মহাপালনাম কীৰ্তন আৰম্ভ। ১১ ব'হাগ ইংৰাজী ২৬ এপ্ৰিল ৰবিবাৰে পুৱা ৬ বজাত মহাপালনাম সামৰণি, ৭ বজাত কৃপা প্ৰাৰ্থনা, ৮ বজাত ভাগৱত শোভাযাত্ৰা, ৯ বজাত প্ৰসাদ বিতৰণ, ১২ বজাত ভকত বিদায় আৰু বিয়লি ৫ বজাত ধৰ্ম ধ্বজা অবতৰণেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি শ্ৰীমন্ত হাজৰিকা আৰু সম্পাদক উৎপল কুমাৰ দাসে। এই সমুহ কাৰ্যসূচীত অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে।
    user_MOHAN HAZARIKA
    MOHAN HAZARIKA
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    7 hrs ago
  • তামুলপুৰৰ মটঙাপাৰত তামুলপুৰ এবছুৰ ২২ সংখ্যক ৰংজালি বৈছাগু উদযাপন
    1
    তামুলপুৰৰ মটঙাপাৰত তামুলপুৰ এবছুৰ ২২ সংখ্যক ৰংজালি বৈছাগু উদযাপন
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.