logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক মুকলি বিহু উদযাপন ব'হাগৰ এদিন--- লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ লাকুৱাবাসীৰ সহযোগত লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক মুকলি বিহু। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছত জ্যেষ্ঠ জনক সেৱা কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰশান্ত দত্তৰ লগতে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি -সম্পাদক তথা বিষয়ববীয়া সকলৰ উপস্থিতিত মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠান উদ্বোধন কৰে সিদ্ধেশ্বৰ ৰাজকোঁৱৰে। অনুষ্ঠানত বহু কেইগৰাকী গণ্যমান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

2 hrs ago
user_Charaideo News & Entertainment
Charaideo News & Entertainment
সোণাৰি, চৰাইদেউ, অসম•
2 hrs ago

লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক মুকলি বিহু উদযাপন ব'হাগৰ এদিন--- লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ লাকুৱাবাসীৰ সহযোগত লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক মুকলি বিহু। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছত জ্যেষ্ঠ জনক সেৱা কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰশান্ত দত্তৰ লগতে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি -সম্পাদক তথা বিষয়ববীয়া সকলৰ উপস্থিতিত মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠান উদ্বোধন কৰে সিদ্ধেশ্বৰ ৰাজকোঁৱৰে। অনুষ্ঠানত বহু কেইগৰাকী গণ্যমান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

More news from অসম and nearby areas
  • ব'হাগৰ এদিন--- লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ লাকুৱাবাসীৰ সহযোগত লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক মুকলি বিহু। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছত জ্যেষ্ঠ জনক সেৱা কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰশান্ত দত্তৰ লগতে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি -সম্পাদক তথা বিষয়ববীয়া সকলৰ উপস্থিতিত মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠান উদ্বোধন কৰে সিদ্ধেশ্বৰ ৰাজকোঁৱৰে। অনুষ্ঠানত বহু কেইগৰাকী গণ্যমান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
    1
    ব'হাগৰ এদিন---
লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ লাকুৱাবাসীৰ সহযোগত লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক মুকলি বিহু। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছত জ্যেষ্ঠ জনক সেৱা কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰশান্ত দত্তৰ লগতে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি -সম্পাদক তথা বিষয়ববীয়া সকলৰ উপস্থিতিত মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠান উদ্বোধন কৰে সিদ্ধেশ্বৰ ৰাজকোঁৱৰে। অনুষ্ঠানত বহু কেইগৰাকী গণ্যমান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    2 hrs ago
  • আঘোণিবাৰী কেন্দুগুৰিত গাৱঁৰ মহিলাৰ জেং বিহু ।
    1
    আঘোণিবাৰী কেন্দুগুৰিত গাৱঁৰ মহিলাৰ জেং বিহু ।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    4 hrs ago
  • পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি নিমন্ত্ৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
    1
    পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি নিমন্ত্ৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    3 hrs ago
  • Majuli News ডাবলি চাপৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। মাজুলী নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত যদিও  মাজুলীৰ পৰা বিচিন্ন ডাবলি চাপৰিত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে ডাবলি চাপৰি স্থানীয় ব্যক্তিয়ৰ  আজি ব্ৰহ্মপুত্ৰৰ সুতিত  এটা মৃতদেহ প্রত্যক্ষ কৰে আৰু ততাতৰিয়াকৈ আৰক্ষী খবৰ দিয়ে। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে খবৰ পোৱা লগে লগে তাৎক্ষণিক ভাবে  আৰক্ষীৰ  দল আৰু এছ.ডি.আৰ.এফৰ  দল ঘটনাস্থলীত গৈ নীলা ৰঙৰ চুৰিদাৰ চুট পিন্ধি থকা মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মাজুলী জিলা  গড়মূৰ স্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক  জিলা চিকিৎসালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে। প্ৰাথমিক ভাবে অনুমান কৰা হৈছে যে মৃতদেহটো নৈৰ সোঁতৰ  আহি চাপৰি অঞ্চলত আহি লাগিছিল। আজি উদ্ধাৰ হোৱা মৃত  মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায়, তেন্তে  নয়াবজাৰ টহলদাৰী আৰক্ষী চকী  বা মাজুলী আৰক্ষীৰ সৈতে 6026900872 / 6026900869 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    1
    Majuli News
ডাবলি চাপৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ।
মাজুলী নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত যদিও  মাজুলীৰ পৰা বিচিন্ন ডাবলি চাপৰিত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে ডাবলি চাপৰি স্থানীয় ব্যক্তিয়ৰ  আজি ব্ৰহ্মপুত্ৰৰ সুতিত  এটা মৃতদেহ প্রত্যক্ষ কৰে আৰু ততাতৰিয়াকৈ আৰক্ষী খবৰ দিয়ে। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে খবৰ পোৱা লগে লগে তাৎক্ষণিক ভাবে  আৰক্ষীৰ  দল আৰু এছ.ডি.আৰ.এফৰ  দল ঘটনাস্থলীত গৈ নীলা ৰঙৰ চুৰিদাৰ চুট পিন্ধি থকা মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মাজুলী জিলা  গড়মূৰ স্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক  জিলা চিকিৎসালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে। প্ৰাথমিক ভাবে অনুমান কৰা হৈছে যে মৃতদেহটো নৈৰ সোঁতৰ  আহি চাপৰি অঞ্চলত আহি লাগিছিল। আজি উদ্ধাৰ হোৱা মৃত  মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায়, তেন্তে  নয়াবজাৰ টহলদাৰী আৰক্ষী চকী  বা মাজুলী আৰক্ষীৰ সৈতে 6026900872 / 6026900869 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    15 hrs ago
  • Datura flowers
    1
    Datura flowers
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    1 day ago
  • MLA :- Rameswar teli (BJP), In this village 3No. Dibrujan nearly 400 voters are there every time we vote for the betterment of our area but No government pays attention to the problem of our village road .It becomes very difficult for all the common public special during the rainy season. village:- Dibrujan No. 3 (ward No. 29) panchayat:- Barmahajan Mouja:- Buri Dihing Constituency:- Margherita (Digboi) MLA :- Rameswar teli (BJP)
    1
    MLA :- Rameswar teli (BJP), In this village 3No. Dibrujan nearly 400 voters are there every time we vote for the betterment of our area but No government pays attention to the problem of our village road .It becomes very difficult for all the common public special during the rainy season.
village:- Dibrujan No. 3 (ward No. 29)
panchayat:- Barmahajan
Mouja:- Buri Dihing
Constituency:- Margherita (Digboi)
MLA :- Rameswar teli (BJP)
    user_Kalpojit borgohain
    Kalpojit borgohain
    শদিয়া, তিনিচুকীয়া, অসম•
    20 hrs ago
  • Post by অঞ্জন শ‌ইকীয়া
    1
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    1 hr ago
  • অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ গৰাকীক সম্বৰ্ধনা বিভিন্ন জনৰ বিহু আনন্দ উলাহৰ মাজতে ঘোষিত হ'ল CBSEৰ দশম শ্ৰেণী পৰীক্ষাত ফলাফল। এইবাৰ CBSEৰ দশম শ্ৰেণী পৰীক্ষাত ৯৯% নম্বৰ লাভ কৰি মৰাণৰ খোৱাঙলৈ গৌৰৱ কঢ়িয়াই আনিলে সমুদ্ৰ গগৈয়ে । খোৱাং বাঁ‌হনি পথাৰৰ পিতৃ ৰিণ্টু গগৈ আৰু মাতৃ ডেইজী চেতিয়াৰ সুযোগ্য সন্তান সমুদ্ৰ গগৈ তিলৈৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ। ছাত্ৰ গৰাকীৰ এই ফলাফলৰ পাছতে বিভিন্নজনে নিজৰ গৃহ সম্বৰ্ধনা জনাই উৎসাহিত কৰিছে। আনহাতে ডিব্ৰুগড়ৰ RK একাডেমীত ইতিমধ্যে বাচনি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি অধ্যয়ন কৰা সুবিধা লাভ কৰিছে। অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ গৰাকীয়ে ভৱিষ্যতে অভিযন্তা হোৱাৰ লক্ষ্যৰে অধ্যয়ন কৰিব বুলি জানিবলৈ দিয়ে।
    1
    অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ গৰাকীক সম্বৰ্ধনা বিভিন্ন জনৰ
বিহু আনন্দ উলাহৰ মাজতে ঘোষিত হ'ল CBSEৰ দশম শ্ৰেণী পৰীক্ষাত ফলাফল। এইবাৰ CBSEৰ দশম শ্ৰেণী পৰীক্ষাত ৯৯% নম্বৰ লাভ কৰি মৰাণৰ খোৱাঙলৈ গৌৰৱ কঢ়িয়াই আনিলে সমুদ্ৰ গগৈয়ে । খোৱাং বাঁ‌হনি পথাৰৰ পিতৃ ৰিণ্টু গগৈ আৰু মাতৃ ডেইজী চেতিয়াৰ সুযোগ্য সন্তান সমুদ্ৰ গগৈ তিলৈৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ। ছাত্ৰ গৰাকীৰ এই ফলাফলৰ পাছতে বিভিন্নজনে নিজৰ গৃহ সম্বৰ্ধনা জনাই উৎসাহিত কৰিছে। আনহাতে ডিব্ৰুগড়ৰ RK একাডেমীত ইতিমধ্যে বাচনি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি অধ্যয়ন কৰা সুবিধা লাভ কৰিছে। অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ গৰাকীয়ে ভৱিষ্যতে অভিযন্তা হোৱাৰ লক্ষ্যৰে অধ্যয়ন কৰিব বুলি জানিবলৈ দিয়ে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.