৮৪ বছৰীয়া ককাই এটকা দুটকাকৈ সাঁচি ৰখা ধনৰ টেকেলি প্ৰদান কৰিলে এজন জনপ্ৰতিনিধিক নিৰ্বাচনৰ বাবে।কিন্তু কত কিয় কোন জনপ্ৰতিনিধিক কোনে প্ৰদান কৰিলে সাঁচতীয়া ধনৰ টেকেলি। সমাগত বিধানসভা নিৰ্বাচন ।নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সকলক প্ৰয়োজন হব ।কিন্তু এজন জনপ্ৰতিনিধিক কিমান ভাল পালে প্ৰদান কৰিব পাৰে বৃদ্ধ বয়সত এটকা দুটকাকৈ সাঁচি ৰখা ধনৰ টেকেলি।কিন্তু কত ...?কোনে...?কিয়....?কোন জনপ্ৰতিনিধিক...? প্ৰদান কৰিলে সাঁচতীয়া ধনৰ টেকেলি।হয় আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বোকাখাট সমষ্টিৰ বিধায়ক কৃষিমন্ত্ৰী অতুল বৰালৈ নিৰ্বাচনৰ পূঁজিৰ বাবে সাঁচতীয়া ধনৰ টেকেলী আগবঢ়ালে ৮৪ বছৰীয়া উপেন শইকীয়া নামৰ এজন ককাই।বছৰ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখা এটা পথ পকীকৰণৰ বাবে চৰকাৰী ধন আবণ্টন হোৱাৰ পাছতেই উৎফুল্লিত হৈ নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ বুধবাৰীৰ ৮৪ বছৰীয়া উপেন শইকীয়া ককাই আগবঢ়ালে এটকা দুটকাকৈ সাঁচি ৰখা ধনৰ টেকেলিটো।

- জনজাতিকৰনৰ লগতে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ l আটছা কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাৰ সিদ্ধান্ত ও নিৰ্দেশমৰ্মে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যলয় সন্মুখত আজি শ্ৰমিক সকলক ভূমি আৱন্টন দিয়া বিৰোধিতা কৰি বাগিছাৰ মালিক পক্ষই আদালতৰ দ্বাৰস্থ হোৱা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি নুন্যতম মজুৰি আইন ১৯৪৮ চনৰ অনুসৰি প্ৰদান কৰা দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আটুৱা গোলাঘাট জিলা সমিতি,গোলাঘাট বোকাখাট,দেৰগাঁৱ,বৰপথাৰ সৰুপথাৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ,আমাৰ দাবী মানিবই লাগিব,প্ৰাপ্য মজুৰি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ l শীঘ্ৰে যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।1
- কাইলৈ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আই লিগাং । মিচিং জনগোষ্ঠীৰ ডেকা গাভৰু, পুৰুষ মহিলা সকলো দিনে-ৰাতিয়ে ব্যস্ত লিগাং আয়োজনত । বোকাখাতৰ ভিন্ন স্থানত আলি আই লিগাং আয়োজনৰ ব্যাপক প্ৰস্তুতি । পৰ আপং, পোৰাং আপিন আদি খাদ্য সম্ভাৰ গোটোৱাত ব্যস্ত বোকাখাতৰ মিচিং সমাজ ।1
- উপস্থিত সাংসদ ইমৰান মাছুদ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ।1
- সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ। আলোচনীয় সভা।1
- নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। দিকচু পঞ্চায়তৰ অন্তৰ্গত বামুণবাৰী গাঁৱৰ ৩ নং ৱাৰ্ডৰ নামঘৰ ভাগিৰ পকীকৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতি আজি বিধায়কগৰাকীয়ে পূৰণ কৰে। আনহাতে মহিলা 'দিহানাম দল' ৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই বিধায়কগৰাকীয়ে নিজাববীয়াকৈ দলটোক প্ৰয়োজনীয় বাদ্যযন্ত্ৰসমূহ যোগান ধৰে। এই কাম অখিল গগৈয়ে সমাধা কৰাত স্থানীয় ৰাইজে বিধায়কগৰাকীক উষ্ম ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।4
- "ৰকিবুল হুছেইন বোলা বস্তুটো হঠাৎ অসমৰ ৰাজনীতিৰ ইমান গুৰুত্বপূৰ্ণ মানুহ হিচাপে প্ৰতিষ্ঠা কেনেকৈ হ’ল ?" "ৰকিবুল হুছেইনৰ দেউতাক কোন আছিল ? তেওঁৰ বংশৰ লিগেছি কি ? ৰকিবুল হুছেইনৰ দেউতাক মুছলিম লীগৰ ভলন্টীয়াৰ আছিল, তেওঁ সেইসময়ত মানুহৰ ঘৰে ঘৰে পাকিস্তানৰ পতাকা উৰুৱাইছিল, অসমখনক পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মুছলিম লীগৰ বাবে মানুহ সংগঠিত কৰি ফুৰিছিল" "ৰকিবুল হুছেইনৰ মানসিকতাটো পাকিস্তানপন্থী মানসিকতা" "ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ চিন্তাৰ তৰংগটো একেই" #আসাম টকচ্ৰ জনপ্ৰিয় আলাপ অনুষ্ঠানৰ যোগেদি ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা তথা বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ ৷1
- Post by লংকাৰ খবৰ1
- আটছা কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাৰ সিদ্ধান্ত ও নিৰ্দেশমৰ্মে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যলয় সন্মুখত আজি শ্ৰমিক সকলক ভূমি আৱন্টন দিয়া বিৰোধিতা কৰি বাগিছাৰ মালিক পক্ষই আদালতৰ দ্বাৰস্থ হোৱা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি নুন্যতম মজুৰি আইন ১৯৪৮ চনৰ অনুসৰি প্ৰদান কৰা দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আটুৱা গোলাঘাট জিলা সমিতি,গোলাঘাট বোকাখাট,দেৰগাঁৱ,বৰপথাৰ সৰুপথাৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ,আমাৰ দাবী মানিবই লাগিব,প্ৰাপ্য মজুৰি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ l শীঘ্ৰে যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।1