Shuru
Apke Nagar Ki App…
ইতিহাসে গৰকা অসমৰ প্ৰথম মুকলি বিহু মেলা "সদৌ চতিয়া সাৰ্বজনীন মাধুৰী আহঁতৰ তলৰ মুকলি বিহু মেলা"ৰ ১০৮ সংখ্যক বিহু উদযাপনৰ আজি প্ৰথম দিনৰ কাৰ্য্য কাৰ্য্যসূচী পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি আৰু নাম প্ৰসঙ্গ অনুষ্ঠিত হৈ যায়। বিহুমেলাৰ পতাকা উত্তোলন কৰে কাৰ্য্যকৰী সভাপতি শ্ৰী যুত ৰমেন বৰা দেৱে। পতাকা উত্তোলনৰ পিছতেই আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শেষত নাম কীৰ্তনেৰে আজিৰ কাৰ্য্য সূচী সমাপ্ত কৰা হয়। বিহুমেলাৰ সভাপতি ( নদুৱাৰ সমষ্টিৰ বিধায়ক/ শ্ৰী যুত পদ্ম হাজৰিকা দেৱে সকলো মাধুৰী প্ৰেমী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনায় আৰু অনুষ্ঠান ভাগ সফল হোৱাৰ কামনা কৰে।
অঞ্জন শইকীয়া

More news from Hojai and nearby areas
- আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺1
- Post by Mahesh kumar das1
- যাৰ ফলত যাতায়াতত অসুবিধা হৈছে। আবহাওয়া বিভাগে আগন্তুক কেইদিনত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সকলোকে সাৱধান হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে। Hojai Jugijan News – আপোনাৰ নিজৰ খবৰ।1
- Post by Assam Update1
- Post by Imdad hussain1
- Post by Uttam Dutta1
- Post by Assam Update1
- Post by Uttam Dutta1
- ৰঙিয়াত গৰু বিহুৰ দিনাখন গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা ।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ।আজি গৰু বিহু উপলক্ষে ৰঙিয়াতো গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু । পুৱাতেই বিহু গীত গাই নৈ, বিল, পুখুৰীত পশুধনক ধুৱাবলৈ নিয়া হয়।গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰে।1