Shuru
Apke Nagar Ki App…
প্ৰধানমন্ত্ৰী মহোদয় আমি আশা কৰিছোঁ,আজি ৰাতি আপুনি নতুন ভিডিঅ'ৰ জৰিয়তে সেই ১২ বছৰীয়া ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিব। যাৰ কাপোৰ পুলিচে ফালি দিছিল,যাৰ শৰীৰৰ একান্তই ব্যক্তিগত অংশত হাত দিছিল।
ALI HUSSAIN
প্ৰধানমন্ত্ৰী মহোদয় আমি আশা কৰিছোঁ,আজি ৰাতি আপুনি নতুন ভিডিঅ'ৰ জৰিয়তে সেই ১২ বছৰীয়া ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিব। যাৰ কাপোৰ পুলিচে ফালি দিছিল,যাৰ শৰীৰৰ একান্তই ব্যক্তিগত অংশত হাত দিছিল।
More news from অসম and nearby areas
- মৌলানা বদৰুদ্দিন আজমলৰ উজনি অসমৰ বানাক্ৰান্তলৈ বৃহৎ ঘোষনা। বান সাহাৰ্য্যৰ বাবে ১০০ কোটিৰ লক্ষ্য আজমলৰ।1
- মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নামত ৰচিত ভয়ংকৰ ষড়যন্ত্ৰৰ ৰহস্য জানিলে... YouTube: Untold by Ali Hussain1
- বান সাহায্য প্ৰদান কৰিবলৈ গৈ বানাক্ৰান্ত ৰাইজৰ ইন্টাৰভিউ ল'লে এজন ব্যক্তিয়ে। শিকালে বুৰঞ্জীৰ পাঠ, বুজাই দিলে মদৰ অপকাৰৰ বিৰুদ্ধে, এই ভিডিঅ'ক লৈ তোলপাৰ সকলোতে।1
- সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক #nonfollowers #assam #Nagaon #upperassam1
- উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত মৰিগাঁও জিলা অসম গণ পৰিষদ** উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিত দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত সহায়ৰ হাত আগবঢ়াইছে মৰিগাঁও জিলা অসম গণ পৰিষদে। বানপীড়িত লোকসকলৰ বাবে কাপোৰ, ফেনাইল, খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় আৰু নিত্যব্যৱহাৰ্য্য সামগ্ৰী সংগ্ৰহ কৰি আজি মৰিগাঁওৰ পৰা এটা দল উজনি অসমৰ উদ্দেশ্যে ৰাওনা হয়। মানৱতাৰ স্বাৰ্থত আগবঢ়োৱা এই পদক্ষেপে বানপীড়িত পৰিয়ালসমূহৰ কষ্ট কিছু পৰিমাণে লাঘৱ হ'ব বুলি আশা প্ৰকাশ কৰে দলটোৱে। দুৰ্যোগৰ এই কঠিন সময়ত সকলোকে বানপীড়িত ৰাইজৰ কাষত থিয় দিবলৈও আহ্বান জনায় অসম গণ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে।1
- মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে । যুৱক জন মানসিক ভাৰসাম্যহীন। হাবিজুল আলী নামৰ যুৱক জন আজিৰ পৰা 14 দিন আগতে ঘৰৰ পৰা মৈৰাবাৰী বজাৰলৈ বুলি উলায় যোৱাৰ পাছৰে নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে বহুঠাইত বিচাৰি আছে যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে ভেলৌগুৰী আৰক্ষী থানত এজাহাৰ দাখিল কৰিছে। কোনোবা সদাহয় ব্যক্তিয়ে যদি হাবিজুল আলী নামৰ যুৱক জনৰ সন্ধান লাভ কৰিলে ৯৮৫৯১৪৩০১৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।2
- আৰক্ষীৰ দলটোৱে চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা, বেংক পাচবুক, স্বইপ মেচিন, কেইবাটাও ATM,১৬ টা মোবাইল ফোন, পাছপোৰ্ট , প্ৰিন্টাৰ,নগদ দুই লাখ ২৫০০ টকাৰ লগতে ভালে সংখ্যক আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিজানত লোক কেইজন কৰায়ত্ত। অভিযানকাৰী দলটোৱে: আশ্ৰাফুল আলম মৈৰাবাৰী থানা। ইকবাল হুছেইন, মিকিৰভেটা থানা। আজাহৰুল ইছলাম, লহৰিঘাট থানা। ৰশিদুল ইছলাম, মিকিৰ্ভেঁটা থানা। হাফিজ উদ্দিন, লাহৰীঘাট থানা। জিয়াৰুল ইছলাম, লাহৰিঘাট থানা। বাবুল ইছলাম লাহৰিঘাট থানা। ইনামূল কৰিম, লহৰিঘাট থানা।জয়দুল ইছলাম, লাহৰিঘাট থানা। মহিবুল ইছলাম, লহৰীঘাট থানা। আজাহাৰুল ইছলাম, লাহৰীঘাট থানা। আৰু ৰছিদুল ইছলাম মিকিৰভেটা থানাৰ পৰা গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধী কেইটাক।1