Shuru
Apke Nagar Ki App…
তোজাম্মেল মন্ডল গ্রামের এক্সিডেন্ট মুর্শিদাবাদ সাগরপাড়া
Tujjamal Sk
তোজাম্মেল মন্ডল গ্রামের এক্সিডেন্ট মুর্শিদাবাদ সাগরপাড়া
More news from অসম and nearby areas
- তিনিচুকীয়াত কংগ্ৰেছৰ প্ৰাৰ্থী ডেভিদ ফুকনক কাষত লৈ বিহাৰৰ সাংসদ পাপ্পু যাদৱ আৰু ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিন ৰ সংবাদমেল ৷ সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰীয়ে মাথোঁ উদ্যোগপতি আৰু অমৃত শ্বাহৰ কাৰণে কাম কৰি আহিছে বুলি উল্লেখ কৰে ৷ তাৰ বাবে পাঁচ বছৰে অসমবাসীৰ টোপনি কাঢ়ি লৈছে আৰু সমাজ ভাঙিছে । তাৰ সমান্তৰালভাৱে আজিপৰ্য্যন্ত জুবিন গাৰ্গৰ ন্যায় নাপালে। জুবিন গাৰ্গ মাথোঁ অসমৰ নহয় ভাৰতৰ হিৰ’ হয়। কংগ্ৰেছ চৰকাৰ আহিলে ক্ষিপ্ৰতাৰে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰা হ’ব । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাঁচ বছৰৰ নিজৰ ১০০ গুণ সম্পত্তি বৃদ্ধি কৰিলে । দেশৰ ভিতৰত সকলোতকৈ দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীক দেখিলে কাৰ্টুন টিভি চোৱাৰ দৰে লাগে । কংগ্ৰেছ চৰকাৰ আহিলে ৰাইজক ২৫ লাখ টকাৰ স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰিব। ৰাজ্যত বাটপথ উন্নত হোৱাৰ বুলি শ্ল’গান দি থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰে অহাৰ কাৰণে বাটপথৰ অৱস্থাৰ বিষয়ে নাজানে ৷ ৰাস্তাৰে আহিলে বুজি পোৱা যায় বাটপথৰ অৱস্থাৰ কথা ৷1
- চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ জজলী পাঁচ আলিত ড. হিমন্তবিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সুৰজ দিহিঙীয়াক নিৰ্বাচনত জয়ী কৰাবলৈ আহ্বান জনাই । সভাত প্ৰাৰ্থী সুৰুজ দিহিঙীয়া , সাংসদ যোগেন মহন উপস্থিত থাকে ।1
- চমু চাপি আহিছে ভোট গ্ৰহণৰ দিন। প্ৰতিটো সমষ্টিতে বৃদ্ধি পাইছে প্ৰচাৰ অভিযান। চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিত কংগ্ৰেছ বিজেপিৰ প্ৰচাৰ তুংগত উঠিছে এতিয়া। মাহমৰা সমষ্টিৰ নাফুকত বিজেপিৰ প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা1
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ৬০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু শৈক্ষিক বিকাশৰ লক্ষ্যৰে ‘লিট. ডিচিজে. জি.ইউ.’ (Lit. DCJ, GU) শীৰ্ষক এটা সাহিত্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয়। বিশিষ্ট সাহিত্যিক তথা বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ ডিন অধ্যাপক কামালুদ্দিন আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই ক্লাবটো মুকলি কৰাৰ লগতে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানতে বিভাগৰ ছাত্ৰী নিস্থা হালৈৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ক্লাবৰ তত্ত্বাৱধায়ক ড০ জাকিৰুল আলমে সাংবাদিকতাৰ শিক্ষাৰ্থীৰ সৃজনশীলতাৰ ওপৰত গুৰুত্ব দি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিভাগীয় মুৰব্বীৰ ভূমিকাৰ প্ৰশংসা কৰে। সাহিত্য কুইজ, সাঁথৰ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰে জীপাল হৈ উঠা এই অনুষ্ঠানটোত বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সক্ৰিয় সহযোগিতা আগবঢ়ায়।1
- ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ।1
- মাজুলীত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ ৰাইজে বিচাৰে তৃতীয়তো কাৰ্যকালৰ বাবে ক্ষমতালৈ আহক। কাৰন বিজেপি থাকিলেহে অসমৰ জাতীয় জীৱনৰ অস্তিষ্ট সুৰক্ষিত হৈ থাকিব। মাটি, ভেটি জাতি কলা সংস্কৃতি স্বভিমান ৰক্ষা পৰিব। মাজুলীৰ ৰাইজৰ উপস্থিত সহাৰিয়ে স্পষ্ট কৰিছে যে ভুৱন গাম মাজুলীৰ পৰা বিপুল সংখ্যক ভোট লাভ কৰি জয়যুক্ত হৈ অসম বিধান সভালৈ যাব। যোৱা ১০ টা বছৰে বিজেপি চৰকাৰে অসমৰ লগতে মাজুলীত যি উন্নয়ন মূলক কাম কৰিলে তাৰ বাৱে ভোটাৰ ৰাইজ বিজেপি দলৰ লগত থাকি বিজেপি সপক্ষে ভোটদান কৰিব।1
- Post by KHABAR 24 BISWANATH1
- চৰাইদেউত আবকাৰী বিভাগৰ অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান । ৮ হাজাৰ চুলাই মদ নষ্ট কৰাৰ লগতে ৫৭ টা গোচৰ ৰজু । নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰে পৰা চৰাইদেউ আবকাৰী বিভাগে সোণাৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আহিছে ।1