জালুগুটি টকুনাবড়িৰ ৰাইজে গৰু সহ কৰায়ত্ব কৰি দুই চোৰক উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন। বিগত নিশা জালুগুটি আৰক্ষী পহৰা চকীৰ সমীপৰ টকুনাবড়িৰত চোৰে মহবত আলীৰ ঘৰৰ ভিতৰৰ পৰা গৰু চুৰ কৰি গাড়ীত উঠাওতে ৰাইজে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ৰাইজে দুটা চুৰ কৰায়ত্ত কৰে যদিও অন্য কেইবাটাও চুৰ পলাই যাবলৈ সক্ষম হয়। কৰায়ত্ত কৰা চুৰ কেইটাক ৰাইজে জেৰা কৰাত টকুনাবড়িৰ অঞ্চলত বিগত বহুদিন ধৰি এই কেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে। চুৰ কেইটাৰ স্বীকাৰোক্তিৰ পিছতেই ৰাইজে উত্তেজিত হৈ চুৰ কেইটাক উত্তম মাধ্যম দিয়াৰ লগতে চুৰি কাণ্ডত ব্যৱহৃত এখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে। ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়া চুৰ কেইটাৰ হৈছে বৰ চকাবাহাৰ ইনামূল আৰু নগাঁৱৰ চাৰিকুল। উল্লেখযোগ্য যে ইনামূল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে।

- 📌১৬টা ভাষাত এআইৰ সহায়ত গীত ৰচনা কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সঞ্জীৱ হাজৰিকা। 📌মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ প্ৰতিভাৱান যুৱক সঞ্জীৱ হাজৰিকাই এক ব্যতিক্ৰমী সৃষ্টিশীল প্ৰচেষ্টাৰে মৰিগাঁৱলৈ কঢ়িয়াই আনিছে গৌৰৱ। 📌এআই (Artificial Intelligence) প্ৰযুক্তিৰ সহায়ত ১৬টা ভাষাত গীত ৰচনা কৰি India Book of Records-ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ হাজৰিকা।1
- জালুগুটি টকুনাবড়িৰ ৰাইজে গৰু সহ কৰায়ত্ব কৰি দুই চোৰক উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন। বিগত নিশা জালুগুটি আৰক্ষী পহৰা চকীৰ সমীপৰ টকুনাবড়িৰত চোৰে মহবত আলীৰ ঘৰৰ ভিতৰৰ পৰা গৰু চুৰ কৰি গাড়ীত উঠাওতে ৰাইজে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ৰাইজে দুটা চুৰ কৰায়ত্ত কৰে যদিও অন্য কেইবাটাও চুৰ পলাই যাবলৈ সক্ষম হয়। কৰায়ত্ত কৰা চুৰ কেইটাক ৰাইজে জেৰা কৰাত টকুনাবড়িৰ অঞ্চলত বিগত বহুদিন ধৰি এই কেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে। চুৰ কেইটাৰ স্বীকাৰোক্তিৰ পিছতেই ৰাইজে উত্তেজিত হৈ চুৰ কেইটাক উত্তম মাধ্যম দিয়াৰ লগতে চুৰি কাণ্ডত ব্যৱহৃত এখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে। ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়া চুৰ কেইটাৰ হৈছে বৰ চকাবাহাৰ ইনামূল আৰু নগাঁৱৰ চাৰিকুল। উল্লেখযোগ্য যে ইনামূল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে।1
- এইবাৰ নেপালত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ। মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে তচনচ কৰি দিলে সকলো নেপালৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ আকস্মিক পৰিৱৰ্তনে সৃষ্টি কৰিছে চাঞ্চল্য। পাহাৰ, নদী আৰু জনবসতিপূৰ্ণ অঞ্চলত দেখা গৈছে বিপদৰ আশংকা। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসন আৰু উদ্ধাৰকাৰী দল। এই ঘটনাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই। স্থানীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।1
- মেজিক চালকৰ গুণ্ডাগিৰি... ছাত্ৰীক বেয়া ব্যৱহাৰ এজন যুৱকৰ ভাড়া কৰি যোৱা গাড়ী চালকক ভাবুকি এই ঘটনা যোৰহাট টিয়কৰ মেজিক চালকৰ গুণ্ডাগিৰি... ছাত্ৰীক বেয়া ব্যৱহাৰ এজন যুৱকৰ ভাড়া কৰি যোৱা গাড়ী চালকক ভাবুকি এই ঘটনা যোৰহাট টিয়কৰ1
- নগাঁৱত বাবা ভূতনাথ সমাজৰ বলবম যাত্ৰা সামৰণি অনুষ্ঠান সম্পন্ন নগাঁও জিলাৰ চকিটুপ সাৰ্বজনীন পূজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰত বাবা ভূতনাথ সমাজৰ উদ্যোগত বলবম যাত্ৰাৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হয়। ১৯৫১ চনত স্থাপিত এই পূজাবাৰীত আৰু ২০১৪ চনত স্থাপিত বাবা ভূতনাথ সমাজে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰি নগাঁৱত বাবা ভূতনাথ সমাজৰ বলবম যাত্ৰা সামৰণি অনুষ্ঠান সম্পন্ন নগাঁও জিলাৰ চকিটুপ সাৰ্বজনীন পূজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰত বাবা ভূতনাথ সমাজৰ উদ্যোগত বলবম যাত্ৰাৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হয়। ১৯৫১ চনত স্থাপিত এই পূজাবাৰীত আৰু ২০১৪ চনত স্থাপিত বাবা ভূতনাথ সমাজে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰি1
- মাগুৰমাৰী কুতুব খানাত ইলেক্ট্ৰনিক কেতলী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাত সংঘটিত হ’ল জঘন্য বৰ্বৰ ঘটনা1
- লাহৰিঘাটত দুই স্বামী-স্ত্ৰী পৰিয়ালৰ পথৰ মাজত ক্ৰন্দল ।মহিলা ওপৰত আক্ৰমণ ।1