Shuru
Apke Nagar Ki App…
লামডিঙত আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ চেক বিতৰণ...
Local Reports
লামডিঙত আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ চেক বিতৰণ...
More news from অসম and nearby areas
- চৰৰ জনতাৰ মুখত দেৱাশীষ শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনি যন্ত্ৰচালিত নাৱেৰে গৈ লাহৰীঘাট সমষ্টিৰ আৰিমাৰি চৰত নগাঁও উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা। চৰৰ ৰাইজৰ সৈতে কথা পাতি ভোট বিচাৰিলে প্ৰাৰ্থীজনে চৰৰ কণকণ শিশুসকলৰ সৈতেও কটালে আনন্দৰ মুহূৰ্ত আগন্তুক নিৰ্বাচনত দেৱাশীষ শৰ্মাক ভোট দিয়াৰ অংগীকাৰ চৰৰ জনতাৰ। চৰৰ জনতাৰ মুখত দেৱাশীষ শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনি যন্ত্ৰচালিত নাৱেৰে গৈ লাহৰীঘাট সমষ্টিৰ আৰিমাৰি চৰত নগাঁও উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা। চৰৰ ৰাইজৰ সৈতে কথা পাতি ভোট বিচাৰিলে প্ৰাৰ্থীজনে চৰৰ কণকণ শিশুসকলৰ সৈতেও কটালে আনন্দৰ মুহূৰ্ত আগন্তুক নিৰ্বাচনত দেৱাশীষ শৰ্মাক ভোট দিয়াৰ অংগীকাৰ চৰৰ জনতাৰ।1
- ৰূপহীহাটৰ কাঞ্চনপূৰ বৰতলৰ চুলমান কবিৰাজক বদনাম কৰিবলৈ উঠি পৰিছে একাংশ লোক। ৰূপহীহাটৰ বৰতলত এষ্ট্ৰলজাৰ চুলমান কবিৰাজে দীৰ্ঘদিনৰ পৰা চলাই আহিছে কবিৰাজী। চুলমান কবিৰাজক বদনামী কৰিবলৈ বৰতলতেই একাংশই ভাড়াটিয়া কবিৰাজ আনি ভণ্ডামি কৰি বদনামী কৰিব বিচৰাৰ অভিযোগ চুলমান কবিৰাজৰ। কোনোধৰণৰ বদনাম নোহোৱাকৈয়ে দীৰ্ঘদিন ধৰি কবিৰাজ সেৱা আগবঢ়াই অহা চুলমান কবিৰাজৰ আহ্বান বৰতলত তেওঁৰ বাহিৰে অন্য কোনো কবিৰাজ নাই । নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ কাষত এষ্ট্ৰলজাৰ চুলমান কবিৰাজৰ ফলক লগোৱা আছে। ৰাইজক বিপথে পৰিচালিত কৰিব বিচৰা সকলক সকীয়নী আৰু সঠিকটো পৰ্যবেক্ষণ কৰি আহিবলৈ আহ্বান1
- ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ1
- শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ জন্মদিনতে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিবাদ শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ জন্মদিনতে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিবাদ অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাকে ধৰি উজনী অসমৰ এক বৃহৎ অঞ্চল শেহতীয়া ভয়াৱহ বানৰ কৱলত পৰিছে, যাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু হাজাৰ হাজাৰ পৰিয়াল সৰ্বস্বান্ত হৈ পৰিছে। এনে এক প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ ভুমিকাক লৈ প্ৰতিবাদ1
- নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল শ্বাহ আলমৰ। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল শ্বাহ আলমৰ।1
- ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি | Sarupathar Ranjit Traders Shop ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি Cover Topics :- sarupathar ranjit traders shop #advertising #mobileshop1
- বোকাজানত মাংস ব্যৱসায়ীক গালি-গালাজ আৰু ভাবুকিৰ অভিযোগ, তীব্ৰ প্ৰতিক্ৰিয়া 🔴 বোকাজানত মাংস ব্যৱসায়ীক গালি-গালাজ আৰু ভাবুকিৰ অভিযোগ, তীব্ৰ প্ৰতিক্ৰিয়া বাকী ধন বিচৰাক কেন্দ্ৰ কৰি এগৰাকী মাংস ব্যৱসায়ীক অশ্লীল ভাষাৰে গালি-গালাজ, দোকান বন্ধ আৰু জেলৰ ভাবুকি দিয়াৰ অভিযোগ। ঘটনাক লৈ বোকাজান বজাৰ সমিতি আৰু স্থানীয় ৰাইজে আৰক্ষীৰ কাষ চাপিছে। 📍 বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপৰ্ট #বোকাজান #অসমবাতৰি #BreakingNews #বোকাজানবজাৰ #FocusAxom241
- 🎈ৰূপহীহাটৰ শিঙিমাৰীত যোৱা নিশা চোৰৰ আজৱ কাণ্ড 🎈এখন মোবাইল দোকানত চোৰে লুট পাট চলোৱাৰ চেষ্টা চলাওতেই বাজি উঠিল বিপদ ঘণ্টা 🎈ৰূপহীহাটৰ শিঙিমাৰীত যোৱা নিশা চোৰৰ আজৱ কাণ্ড 🎈এখন মোবাইল দোকানত চোৰে লুট পাট চলোৱাৰ চেষ্টা চলাওতেই বাজি উঠিল বিপদ ঘণ্টা 🎈সমগ্ৰ দৃশ্য বন্দী হৈ ৰল চিচি টিভি কেমেৰাত 🎈চোৰৰ অভিনৱ কৌশলৰ দৃশ্য চালে চকু কপালত উঠিব আপোনাৰ1