Shuru
Apke Nagar Ki App…
ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি | Sarupathar Ranjit Traders Shop ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি Cover Topics :- sarupathar ranjit traders shop #advertising #mobileshop
সৰুপথাৰ Live
ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি | Sarupathar Ranjit Traders Shop ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি Cover Topics :- sarupathar ranjit traders shop #advertising #mobileshop
More news from অসম and nearby areas
- ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি | Sarupathar Ranjit Traders Shop ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি Cover Topics :- sarupathar ranjit traders shop #advertising #mobileshop1
- নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।1
- ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা .. ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা ৰঙাগঢ়া চাহ বাগিচাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পৰা জয় ভাৰত পাৰ্টীৰ যুৱ নেতা পাৰ্থ জ্যোতি কেওঁটৰ বিজেপি চৰকাৰৰ লগতে চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি দালালি কৰা বুলি অভিযোগ উঠা দল-সংগঠনসমূহলৈ কটাক্ষ কৰি স্পষ্ট বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, চাহ বাগিচাৰ মাটি কোনো কাৰণতে বহিৰাগত লোকক দিয়া হ’ব নালাগে। এই বিষয়ত প্ৰয়োজন হ’লে জেললৈ যাবলৈও সাজু বুলি সভাত মন্তব্য কৰে পাৰ্থ জ্যোতি কেওটে। চাহ বাগিচাৰ মাটিৰ অধিকাৰ আৰু ইয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে যুৱ নেতাগৰাকীৰ এই বক্তব্যই স্থানীয় ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। . . . . #everyonefollowers #nonfollowers #highlight #jaybharatparty1
- Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City.1
- 📌এখন পুৰণি চাইকেল লৈ জুবিন ক্ষেত্ৰলৈ এজন জুবিন অনুৰাগী। 📌চাইকেল লৈ যাত্ৰা লখিমপুৰ জিলাৰ নাওবৈচাৰ ছাইফুল ইছলামৰ।1
- ৰূপহীহাটৰ কাঞ্চনপূৰ বৰতলৰ চুলমান কবিৰাজক বদনাম কৰিবলৈ উঠি পৰিছে একাংশ লোক। ৰূপহীহাটৰ বৰতলত এষ্ট্ৰলজাৰ চুলমান কবিৰাজে দীৰ্ঘদিনৰ পৰা চলাই আহিছে কবিৰাজী। চুলমান কবিৰাজক বদনামী কৰিবলৈ বৰতলতেই একাংশই ভাড়াটিয়া কবিৰাজ আনি ভণ্ডামি কৰি বদনামী কৰিব বিচৰাৰ অভিযোগ চুলমান কবিৰাজৰ। কোনোধৰণৰ বদনাম নোহোৱাকৈয়ে দীৰ্ঘদিন ধৰি কবিৰাজ সেৱা আগবঢ়াই অহা চুলমান কবিৰাজৰ আহ্বান বৰতলত তেওঁৰ বাহিৰে অন্য কোনো কবিৰাজ নাই । নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ কাষত এষ্ট্ৰলজাৰ চুলমান কবিৰাজৰ ফলক লগোৱা আছে। ৰাইজক বিপথে পৰিচালিত কৰিব বিচৰা সকলক সকীয়নী আৰু সঠিকটো পৰ্যবেক্ষণ কৰি আহিবলৈ আহ্বান1
- বানবিধ্বস্ত অসমলৈ নহাৰ ক্ষোভ: প্ৰধানমন্ত্ৰীৰ জন্মদিনতে আমগুৰিত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ| শেহতীয়া প্ৰলয়ংকাৰী বানত বিধ্বস্ত উজনি অসমৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নহাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS)। আমগুৰি নগৰৰ ব্যস্ত চাৰিআলিতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে একত্ৰিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।1
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আঁচনি ১.০ আৰু ২.০ৰ ধনৰাশি বিতৰণ অনুষ্ঠান | CMAAA 1.0 | CMAAA2.0 মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আঁচনি ১.০ আৰু ২.০ৰ ধনৰাশি বিতৰণ অনুষ্ঠান Cover Topics :- CMAAA 1.0 CMAAA 2.0 #cmaaa #cmaaa1.0 #cmaaa2.01