logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।

4 hrs ago
user_The TIME marangi
The TIME marangi
Local News Reporter মৰঙী, গোলাঘাট, অসম•
4 hrs ago

নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।

More news from অসম and nearby areas
  • নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।
    1
    নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ  বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে  আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। 
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি  বিভিন্ন  দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ  সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    4 hrs ago
  • ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা .. ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা ৰঙাগঢ়া চাহ বাগিচাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পৰা জয় ভাৰত পাৰ্টীৰ যুৱ নেতা পাৰ্থ জ্যোতি কেওঁটৰ বিজেপি চৰকাৰৰ লগতে চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি দালালি কৰা বুলি অভিযোগ উঠা দল-সংগঠনসমূহলৈ কটাক্ষ কৰি স্পষ্ট বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, চাহ বাগিচাৰ মাটি কোনো কাৰণতে বহিৰাগত লোকক দিয়া হ’ব নালাগে। এই বিষয়ত প্ৰয়োজন হ’লে জেললৈ যাবলৈও সাজু বুলি সভাত মন্তব্য কৰে পাৰ্থ জ্যোতি কেওটে। চাহ বাগিচাৰ মাটিৰ অধিকাৰ আৰু ইয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে যুৱ নেতাগৰাকীৰ এই বক্তব্যই স্থানীয় ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। . . . . #everyonefollowers #nonfollowers #highlight #jaybharatparty
    1
    ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা ..
ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা
ৰঙাগঢ়া চাহ বাগিচাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পৰা জয় ভাৰত পাৰ্টীৰ যুৱ নেতা পাৰ্থ জ্যোতি কেওঁটৰ বিজেপি চৰকাৰৰ লগতে চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি দালালি কৰা বুলি অভিযোগ উঠা দল-সংগঠনসমূহলৈ কটাক্ষ কৰি স্পষ্ট বাৰ্তা প্ৰদান কৰে।
তেওঁ কয়, চাহ বাগিচাৰ মাটি কোনো কাৰণতে বহিৰাগত লোকক দিয়া হ’ব নালাগে। এই বিষয়ত প্ৰয়োজন হ’লে জেললৈ যাবলৈও সাজু বুলি সভাত মন্তব্য কৰে পাৰ্থ জ্যোতি কেওটে।
চাহ বাগিচাৰ মাটিৰ অধিকাৰ আৰু ইয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে যুৱ নেতাগৰাকীৰ এই বক্তব্যই স্থানীয় ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
.
.
.
.
#everyonefollowers 
#nonfollowers #highlight #jaybharatparty
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    1 hr ago
  • ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি | Sarupathar Ranjit Traders Shop ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি Cover Topics :- sarupathar ranjit traders shop #advertising #mobileshop
    1
    ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি | Sarupathar Ranjit Traders Shop
ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি
Cover Topics :-
sarupathar ranjit traders shop
#advertising #mobileshop
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    1 hr ago
  • Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City.
    1
    Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City 
Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City.
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    23 hrs ago
  • 📌এখন পুৰণি চাইকেল লৈ জুবিন ক্ষেত্ৰলৈ এজন জুবিন অনুৰাগী। 📌চাইকেল লৈ যাত্ৰা লখিমপুৰ জিলাৰ নাওবৈচাৰ ছাইফুল ইছলামৰ।
    1
    📌এখন পুৰণি চাইকেল লৈ জুবিন ক্ষেত্ৰলৈ এজন জুবিন অনুৰাগী।

📌চাইকেল লৈ যাত্ৰা লখিমপুৰ জিলাৰ নাওবৈচাৰ ছাইফুল ইছলামৰ।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    10 hrs ago
  • বানবিধ্বস্ত অসমলৈ নহাৰ ক্ষোভ: প্ৰধানমন্ত্ৰীৰ জন্মদিনতে আমগুৰিত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ| ​শেহতীয়া প্ৰলয়ংকাৰী বানত বিধ্বস্ত উজনি অসমৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নহাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS)। আমগুৰি নগৰৰ ব্যস্ত চাৰিআলিতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে একত্ৰিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
    1
    বানবিধ্বস্ত অসমলৈ নহাৰ ক্ষোভ: প্ৰধানমন্ত্ৰীৰ জন্মদিনতে আমগুৰিত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ|

​শেহতীয়া প্ৰলয়ংকাৰী বানত বিধ্বস্ত উজনি অসমৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নহাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS)। আমগুৰি নগৰৰ ব্যস্ত চাৰিআলিতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে একত্ৰিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • চতিয়াত এখন বাঁহৰ দলংয়ে জ্বলা কলা খুৱাইছে ৰাইজক। বিশ্বনাথ বিধান সভা সমষ্টিৰ দক্ষিণ চতিয়াত আজিও উন্নয়নৰ বিপৰীত ছবি। বকৰাপট্টা আৰু ২ নং আদাভেটি সংযোগী পথৰ ‘গড়েহাগী’ সুঁতিৰ ওপৰত নাই এখন স্থায়ী দলং। ফলত দুয়োপাৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নিতৌ ভোগ কৰিবলগীয়া হৈছে চৰম দুৰ্ভোগ।এই দৰে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহেৰে অস্থায়ী সাঁকো নিৰ্মাণ কৰি লৈছে স্থানীয় ৰাইজে। কিন্তু জৰাজীৰ্ণ সাঁকোৱেদি দুচকীয়া বাহনেৰে পাৰ হোৱাটো অতি বিপদজনক। এই সাঁকোৱেই ভৰসা শতাধিক ছাত্ৰ-ছাত্ৰীৰ। দৈনিক সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চতিয়া মহাবিদ্যালয়লৈ অহা-যোৱা কৰা শিক্ষাৰ্থীসকলে জীৱনক হাতৰ মুঠিত লৈ পাৰ হ’বলগীয়া হৈছে৷ কেৱল যাতায়াতেই নহয়, কৃষিজাত সামগ্ৰী কঢ়িওৱাতো সমস্যাৰ সন্মুখীন হৈছে কৃষক সকলৰ। সুচল যোগাযোগৰ অভাৱত উচিত বজাৰ মূল্যৰ পৰাও বঞ্চিত হৈছে অঞ্চলটোৰ ৰাইজ। এতিয়া স্থানীয় ৰাইজৰ স্পষ্ট দাবী—বাঁহৰ অস্থায়ী সাঁকোৰ পৰিৱৰ্তে শীঘ্ৰে এখন স্থায়ী পকী দলং নিৰ্মাণ কৰিব লাগে। নৱনিৰ্বাচিত বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসে বিষয়টোত প্ৰত্যক্ষ হস্তক্ষেপ কৰি দীৰ্ঘদিনীয়া সমস্যাটোৰ স্থায়ী সমাধান অতি শীঘ্ৰে কৰিবলৈ আহ্বান জনাইছে ৰাইজে।
    4
    চতিয়াত এখন বাঁহৰ দলংয়ে জ্বলা কলা খুৱাইছে ৰাইজক।
বিশ্বনাথ বিধান সভা সমষ্টিৰ দক্ষিণ চতিয়াত আজিও উন্নয়নৰ বিপৰীত ছবি। বকৰাপট্টা আৰু ২ নং আদাভেটি সংযোগী পথৰ ‘গড়েহাগী’ সুঁতিৰ ওপৰত নাই এখন স্থায়ী দলং।
ফলত দুয়োপাৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নিতৌ ভোগ কৰিবলগীয়া হৈছে চৰম দুৰ্ভোগ।এই দৰে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহেৰে অস্থায়ী সাঁকো নিৰ্মাণ কৰি লৈছে স্থানীয় ৰাইজে। কিন্তু জৰাজীৰ্ণ সাঁকোৱেদি দুচকীয়া বাহনেৰে পাৰ হোৱাটো অতি বিপদজনক।
এই সাঁকোৱেই ভৰসা শতাধিক ছাত্ৰ-ছাত্ৰীৰ। দৈনিক সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চতিয়া মহাবিদ্যালয়লৈ অহা-যোৱা কৰা শিক্ষাৰ্থীসকলে জীৱনক হাতৰ মুঠিত লৈ পাৰ হ’বলগীয়া হৈছে৷
কেৱল যাতায়াতেই নহয়, কৃষিজাত সামগ্ৰী কঢ়িওৱাতো সমস্যাৰ সন্মুখীন হৈছে কৃষক সকলৰ। সুচল যোগাযোগৰ অভাৱত উচিত বজাৰ মূল্যৰ পৰাও বঞ্চিত হৈছে অঞ্চলটোৰ ৰাইজ।
এতিয়া স্থানীয় ৰাইজৰ স্পষ্ট দাবী—বাঁহৰ অস্থায়ী সাঁকোৰ পৰিৱৰ্তে শীঘ্ৰে এখন স্থায়ী পকী দলং নিৰ্মাণ কৰিব লাগে। নৱনিৰ্বাচিত বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসে বিষয়টোত প্ৰত্যক্ষ হস্তক্ষেপ কৰি দীৰ্ঘদিনীয়া সমস্যাটোৰ স্থায়ী সমাধান অতি শীঘ্ৰে কৰিবলৈ আহ্বান জনাইছে ৰাইজে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    4 hrs ago
  • নুমলীগড়ত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল এটি পৰিয়ালৰ বাসগৃহ। নুমলীগড়ৰ কাষৰীয়া কাঠনিত নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল চুৰেচ চৰেং নামৰ লোকজনৰ বাসগৃহ। বৰ্তমানেও জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ।
    1
    নুমলীগড়ত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল এটি পৰিয়ালৰ বাসগৃহ। নুমলীগড়ৰ কাষৰীয়া  কাঠনিত নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল চুৰেচ চৰেং নামৰ লোকজনৰ বাসগৃহ। বৰ্তমানেও জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.