Shuru
Apke Nagar Ki App…
ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা .. ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা ৰঙাগঢ়া চাহ বাগিচাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পৰা জয় ভাৰত পাৰ্টীৰ যুৱ নেতা পাৰ্থ জ্যোতি কেওঁটৰ বিজেপি চৰকাৰৰ লগতে চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি দালালি কৰা বুলি অভিযোগ উঠা দল-সংগঠনসমূহলৈ কটাক্ষ কৰি স্পষ্ট বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, চাহ বাগিচাৰ মাটি কোনো কাৰণতে বহিৰাগত লোকক দিয়া হ’ব নালাগে। এই বিষয়ত প্ৰয়োজন হ’লে জেললৈ যাবলৈও সাজু বুলি সভাত মন্তব্য কৰে পাৰ্থ জ্যোতি কেওটে। চাহ বাগিচাৰ মাটিৰ অধিকাৰ আৰু ইয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে যুৱ নেতাগৰাকীৰ এই বক্তব্যই স্থানীয় ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। . . . . #everyonefollowers #nonfollowers #highlight #jaybharatparty
ভাস্কৰ জ্যোতি দত্ত
ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা .. ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা ৰঙাগঢ়া চাহ বাগিচাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পৰা জয় ভাৰত পাৰ্টীৰ যুৱ নেতা পাৰ্থ জ্যোতি কেওঁটৰ বিজেপি চৰকাৰৰ লগতে চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি দালালি কৰা বুলি অভিযোগ উঠা দল-সংগঠনসমূহলৈ কটাক্ষ কৰি স্পষ্ট বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, চাহ বাগিচাৰ মাটি কোনো কাৰণতে বহিৰাগত লোকক দিয়া হ’ব নালাগে। এই বিষয়ত প্ৰয়োজন হ’লে জেললৈ যাবলৈও সাজু বুলি সভাত মন্তব্য কৰে পাৰ্থ জ্যোতি কেওটে। চাহ বাগিচাৰ মাটিৰ অধিকাৰ আৰু ইয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে যুৱ নেতাগৰাকীৰ এই বক্তব্যই স্থানীয় ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। . . . . #everyonefollowers #nonfollowers #highlight #jaybharatparty
More news from অসম and nearby areas
- ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা .. ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা ৰঙাগঢ়া চাহ বাগিচাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পৰা জয় ভাৰত পাৰ্টীৰ যুৱ নেতা পাৰ্থ জ্যোতি কেওঁটৰ বিজেপি চৰকাৰৰ লগতে চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি দালালি কৰা বুলি অভিযোগ উঠা দল-সংগঠনসমূহলৈ কটাক্ষ কৰি স্পষ্ট বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, চাহ বাগিচাৰ মাটি কোনো কাৰণতে বহিৰাগত লোকক দিয়া হ’ব নালাগে। এই বিষয়ত প্ৰয়োজন হ’লে জেললৈ যাবলৈও সাজু বুলি সভাত মন্তব্য কৰে পাৰ্থ জ্যোতি কেওটে। চাহ বাগিচাৰ মাটিৰ অধিকাৰ আৰু ইয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে যুৱ নেতাগৰাকীৰ এই বক্তব্যই স্থানীয় ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। . . . . #everyonefollowers #nonfollowers #highlight #jaybharatparty1
- নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।1
- 📌এখন পুৰণি চাইকেল লৈ জুবিন ক্ষেত্ৰলৈ এজন জুবিন অনুৰাগী। 📌চাইকেল লৈ যাত্ৰা লখিমপুৰ জিলাৰ নাওবৈচাৰ ছাইফুল ইছলামৰ।1
- Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City.1
- ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি | Sarupathar Ranjit Traders Shop ৰঞ্জিত ট্ৰেডাৰছ নামেৰে আন এটি দোকান মুকলি Cover Topics :- sarupathar ranjit traders shop #advertising #mobileshop1
- চতিয়াত এখন বাঁহৰ দলংয়ে জ্বলা কলা খুৱাইছে ৰাইজক। বিশ্বনাথ বিধান সভা সমষ্টিৰ দক্ষিণ চতিয়াত আজিও উন্নয়নৰ বিপৰীত ছবি। বকৰাপট্টা আৰু ২ নং আদাভেটি সংযোগী পথৰ ‘গড়েহাগী’ সুঁতিৰ ওপৰত নাই এখন স্থায়ী দলং। ফলত দুয়োপাৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নিতৌ ভোগ কৰিবলগীয়া হৈছে চৰম দুৰ্ভোগ।এই দৰে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহেৰে অস্থায়ী সাঁকো নিৰ্মাণ কৰি লৈছে স্থানীয় ৰাইজে। কিন্তু জৰাজীৰ্ণ সাঁকোৱেদি দুচকীয়া বাহনেৰে পাৰ হোৱাটো অতি বিপদজনক। এই সাঁকোৱেই ভৰসা শতাধিক ছাত্ৰ-ছাত্ৰীৰ। দৈনিক সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চতিয়া মহাবিদ্যালয়লৈ অহা-যোৱা কৰা শিক্ষাৰ্থীসকলে জীৱনক হাতৰ মুঠিত লৈ পাৰ হ’বলগীয়া হৈছে৷ কেৱল যাতায়াতেই নহয়, কৃষিজাত সামগ্ৰী কঢ়িওৱাতো সমস্যাৰ সন্মুখীন হৈছে কৃষক সকলৰ। সুচল যোগাযোগৰ অভাৱত উচিত বজাৰ মূল্যৰ পৰাও বঞ্চিত হৈছে অঞ্চলটোৰ ৰাইজ। এতিয়া স্থানীয় ৰাইজৰ স্পষ্ট দাবী—বাঁহৰ অস্থায়ী সাঁকোৰ পৰিৱৰ্তে শীঘ্ৰে এখন স্থায়ী পকী দলং নিৰ্মাণ কৰিব লাগে। নৱনিৰ্বাচিত বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসে বিষয়টোত প্ৰত্যক্ষ হস্তক্ষেপ কৰি দীৰ্ঘদিনীয়া সমস্যাটোৰ স্থায়ী সমাধান অতি শীঘ্ৰে কৰিবলৈ আহ্বান জনাইছে ৰাইজে।4
- ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ1
- দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ‘সেৱা সংকল্প অভিযান’ — অসমবাসীক বন্তি প্ৰজ্বলনৰ আহ্বান 🔴 দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ‘সেৱা সংকল্প অভিযান’ — অসমবাসীক বন্তি প্ৰজ্বলনৰ আহ্বান 🛑 দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে ‘সেৱা সংকল্প অভিযান’ পালনৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে। 🛑 এই অভিযানৰ অংশ হিচাপে ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান তথা প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ অসমবাসীক আহ্বান জনাইছে বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। 🛑 ইফালে, এই আহ্বানৰ মাজতে অসমৰ সাম্প্ৰতিক বিভিন্ন বিষয়ক লৈও সামাজিক আৰু ৰাজনৈতিক পৰিসৰত আলোচনা অব্যাহত আছে। বিশেষকৈ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাছত ন্যায় আৰু তদন্তক লৈ উত্থাপিত প্ৰশ্নসমূহে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। 🛑 এই পৰিস্থিতিত কেন্দ্ৰীয় নেতৃত্বৰ ভূমিকা সন্দৰ্ভতো একাংশৰ মাজত বিভিন্ন মতামত প্ৰকাশ পাইছে। 👉 এজন অসমীয়া হিচাপে এই বিষয়ত আপোনাৰ মতামত কি? আপোনাৰ মতামত কমেণ্টত জনাওক। News Desk Report | Focus Axom 24 Truth, Time, and Trust . . . . #FocusAxom24 #AssamNews #SevaSankalpAbhiyan #NarendraModi #assam1