Shuru
Apke Nagar Ki App…
জুৰীয়াৰ বেষ্ট' ৰিহেব চেন্টাৰত নগাঁও জিলা ড্ৰাগছ পুনৰসংস্থাপন সমিতিৰ ছাডেন ভিজিট আজি দিনৰ ভাগত জুৰীয়াৰ আলিটাঙনী স্থিত বেষ্ট' নিচামুক্তি কেন্দ্ৰত হঠাতে উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ বিষয়া, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু আৰক্ষী বিভাগৰ বিষয়াসকলেৰে গঠিত জিলা ড্ৰাগছ পুনৰসংস্থাপন সমিতিৰ এটি বৃহৎ দল। দলটিয়ে নিচা মুক্তি কেন্দ্ৰটিত প্ৰৱেশ কৰি আভ্যন্তৰিণ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰাৰ লগতে নথিপত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰি নিয়ে। উল্লেখযোগ্য যে, আশ্ৰাফুল আলম মালিকানাধীন এই নিচা মুক্তি কেন্দ্ৰত প্ৰায় পঞ্চাশ গৰাকী কৈ ড্ৰাগছ আসক্তই চিকিৎসা গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে তিনিশৰো অধিক ৰোগী সুস্থ হৈ সাধাৰণ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে বুলি জনায় নিচা মুক্তি কেন্দ্ৰৰ পৰিচালক গৰাকীয়ে।
ৰূপহী অসম দৈনিক

More news from Nagaon and nearby areas
- গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।1
- চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।1
- Post by DeV 24 News1
- আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন। জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।1
- 📌ধিঙৰ আলিঘাট মাথাবাৰীত ভ/য়ং/ক/ৰ পথ দু/ৰ্ঘ/*ট/না। 📌👉মাথাউৰিত থকা দ' গাতৰ বাবে বাইকৰ নিয়ন্ত্ৰণ হেৰায়,ফলত সংঘটিত হৈ ভয়ংকৰ দুৰ্ঘটনা 👉থিতাতে নিহত হয় ৩ জনকৈ যুৱক এতিয়ালৈকে পৰিচয় পোৱা যোৱা নাই নিহত হোৱা লোকসকলৰ #foryourpage #nonfollowers #viralpost #newsfeed #Dhing #Domdomia #news16northeast1
- ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ ১০০% ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে গৌৰৱময় অনুভৱ কৰিছে অঞ্চলবাসীয়ে ডিষ্টিংচন-ষ্টাৰত উজ্বল শিক্ষাৰ্থী। মেধাৰ ভিত্তিত জিলিকি উঠিল ছুমাইয়া আহমেদ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ মুঠ ১৫৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈ ১০০ শতাংশ সফলতা অৰ্জন কৰে বিদ্যালয় খনৰ এজনে ডিচটিংচন,৫ জনে ষ্টাৰ,৫১ জনে প্ৰথম বিভাগ,৯৩ জনে ২য় বিভাগ আৰু ৩ জনে ৩য় বিভাগত উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল চামগুৰি সমষ্টিৰ কৰৈগুৰিৰ গাঁৱৰ ছুমাইয়া আহমেদ । নগাঁও জিলাৰ উত্তৰাঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা উত্তীৰ্ণ হ'ল ছুমাইয়া আহমেদ। আটাইকেইটাত লেটাৰলৈ উত্তীৰ্ণ হ'ল অতি ভিতৰুৱা গাঁৱৰ ছুমাইয়া আহমেদ। ছুমাইয়া আহমেদে সৰ্বমুঠ ৯৬.৬৭% নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে1
- Post by DeV 24 News1