Shuru
Apke Nagar Ki App…
শশীকান্ত দাসৰ ঘৰলৈ মানুহ গ'লে লুকাই থাকে, এই মন্তব্য ৰহাৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনীয়াৰ। ৰহা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনীয়াই বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে। ৰহাৰ ৰণথলি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে উৎপল বনীয়াই। বিধায়ক হৈ থকা কালত শশীকান্ত দাসে ৰাইজক সাক্ষাৎ কৰা নাছিল।
ৰূপহী অসম দৈনিক
শশীকান্ত দাসৰ ঘৰলৈ মানুহ গ'লে লুকাই থাকে, এই মন্তব্য ৰহাৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনীয়াৰ। ৰহা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনীয়াই বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে। ৰহাৰ ৰণথলি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে উৎপল বনীয়াই। বিধায়ক হৈ থকা কালত শশীকান্ত দাসে ৰাইজক সাক্ষাৎ কৰা নাছিল।
More news from অসম and nearby areas
- আজিৰে পৰা নগাঁও জিলাৰ বিভিন্ন বিধানসভা সমষ্টিত আৰম্ভ হৈছে ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ বাবে ঘৰে ঘৰে গৈ ভোট গ্ৰহণৰ কাৰ্যসূচী। ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। কি শাসক কি বিৰোধী সকলো এতিয়া তৎপৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন প্ৰস্তুতি চলাইছে আগন্তুক নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে। আজিৰে পৰা নিৰ্বাচন আয়োগৰ লোকসকলে ঘৰে ঘৰে গৈ ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ ভোট গ্ৰহণৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। তেওঁ এক ভিডিঅ' বাৰ্তা যোগে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি নগাঁও জিলাখনত যাতে সুকলমে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে।1
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল তেওঁ হাৱাই চেন্ডেল পিন্ধি ৰাজনীতিলৈ আহিছিল_মন্তব্য চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ1
- Post by Sujan Das1
- মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে নিৰ্বাচনৰ প্ৰচাৰ যোৱাকালি দিনটো কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ দেশা পোৱা গল মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী1
- সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত উলিয়ালে বিশাল মটৰচাইকেল ৰেলী ৷ উল্লেখ্য যে আদিবাসী লোক সকলক ৰাজনৈতিক ভাৱে সজাগ কৰাৰ উদ্দেশ্যেৰে আজি সংগঠনটোৱে উলিয়ালে উক্ত মটৰচাইকেল ৰেলি1
- Post by Mahesh kumar das1
- Post by MOHAN HAZARIKA1
- বাবুল আলীৰ বাসগৃহত ৰকিবুল হুছেইন আৰু চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ উপস্থিতিত গেৰুৱা দল এৰি কংগ্ৰেছত যোগদান কৰে বাবুল আলীয়ে।নিৰ্বাচনৰ পূৰ্বে চামগুৰিত বিজেপিৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। বিজেপিৰ প্ৰভাৱশালী নেতা বাবুল আলীয়ে আজি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কেৱল বাবুল আলীয়েই নহয়, তেওঁৰ সৈতে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মীয়ে আজি কংগ্ৰেছৰ হাত ধৰে।1