logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে আজি ঢেকীয়াজুলিত দেখা দিয়া যানজঁটৰ বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰিছে।

1 hr ago
user_Assam sangbad 24
Assam sangbad 24
Dhekiajuli (Pt), Sonitpur•
1 hr ago

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে আজি ঢেকীয়াজুলিত দেখা দিয়া যানজঁটৰ বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰিছে।

More news from Sonitpur and nearby areas
  • অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে আজি ঢেকীয়াজুলিত দেখা দিয়া যানজঁটৰ বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰিছে।
    1
    অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে আজি ঢেকীয়াজুলিত দেখা দিয়া যানজঁটৰ বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰিছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    1 hr ago
  • Post by Saifuddin Poniyni
    2
    Post by Saifuddin Poniyni
    user_Saifuddin Poniyni
    Saifuddin Poniyni
    Tezpur, Sonitpur•
    14 hrs ago
  • বিতৰ্কিত কংগ্ৰেছী নেতা নুৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীৰ বিৰুদ্ধে দিয়া গোচৰটো উঠাই লৈছে।
    1
    বিতৰ্কিত কংগ্ৰেছী নেতা নুৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীৰ বিৰুদ্ধে দিয়া গোচৰটো উঠাই লৈছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    20 hrs ago
  • বিতৰ্কিত কংগ্ৰেছী নেতা নূৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে দাখিল কৰা গোচৰ উঠাই লোৱা বুলি মন্তব্য কৰিছে।
    1
    বিতৰ্কিত কংগ্ৰেছী নেতা নূৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে দাখিল কৰা গোচৰ উঠাই লোৱা বুলি মন্তব্য কৰিছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    22 hrs ago
  • উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিগাঁও জিলাত কংগ্ৰেছ দলে এক ডাঙৰ খহনীয়াৰ সন্মুখীন হৈছে। লাহৰীঘাট সমষ্টিৰ অধীনৰ তিনিজন জিলা পৰিষদ সদস্যই দলত্যাগ কৰিছে। ভূৰাগাঁও, লাহৰীঘাট আৰু মৈৰাবাৰী জিলা পৰিষদৰ সদস্য ক্ৰমে মুবাশ্বৰ আহমেদ, আবু জাহিৰ আৰু পৰিমা বেগমে মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতিলৈ তেওঁলোকৰ দলত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এই তিনিজন জিলা পৰিষদ সদস্যই অতি সোনকালে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰাৰ সম্ভাৱনা আছে।
    1
    উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিগাঁও জিলাত কংগ্ৰেছ দলে এক ডাঙৰ খহনীয়াৰ সন্মুখীন হৈছে। লাহৰীঘাট সমষ্টিৰ অধীনৰ তিনিজন জিলা পৰিষদ সদস্যই দলত্যাগ কৰিছে। ভূৰাগাঁও, লাহৰীঘাট আৰু মৈৰাবাৰী জিলা পৰিষদৰ সদস্য ক্ৰমে মুবাশ্বৰ আহমেদ, আবু জাহিৰ আৰু পৰিমা বেগমে মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতিলৈ তেওঁলোকৰ দলত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এই তিনিজন জিলা পৰিষদ সদস্যই অতি সোনকালে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰাৰ সম্ভাৱনা আছে।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    14 hrs ago
  • চৰকাৰৰ ধাৰাবাহিক ব্যৰ্থতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিয়ে মৰিগাঁও চহৰত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নেতৃত্বৰ লগতে অৰ্ধশতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। তেওঁলোকে অভিযোগ কৰে যে চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে বাৰে বাৰে NEET আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে, যাৰ ফলত পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মূখীন হৈছে। লগতে, নিযুক্তি প্ৰক্ৰিয়াত অস্বাভাৱিক পলম হোৱাৰ বাবে ৰাজ্য আৰু দেশৰ লাখ লাখ শিক্ষিত যুৱক-যুৱতীৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰিছে আৰু বৰ্তমানৰ চৰকাৰে নিবনুৱা সমস্যাৰ কোনো সঠিক আৰু স্থায়ী সমাধান উলিয়াব পৰা নাই বুলিও কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰে। ইফালে, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু জীৱনদায়িনী ঔষধ আদিকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা হয়। কংগ্ৰেছৰ মতে, এই অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰকাৰে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই।
    1
    চৰকাৰৰ ধাৰাবাহিক ব্যৰ্থতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিয়ে মৰিগাঁও চহৰত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নেতৃত্বৰ লগতে অৰ্ধশতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। তেওঁলোকে অভিযোগ কৰে যে চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে বাৰে বাৰে NEET আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে, যাৰ ফলত পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মূখীন হৈছে। লগতে, নিযুক্তি প্ৰক্ৰিয়াত অস্বাভাৱিক পলম হোৱাৰ বাবে ৰাজ্য আৰু দেশৰ লাখ লাখ শিক্ষিত যুৱক-যুৱতীৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰিছে আৰু বৰ্তমানৰ চৰকাৰে নিবনুৱা সমস্যাৰ কোনো সঠিক আৰু স্থায়ী সমাধান উলিয়াব পৰা নাই বুলিও কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰে। ইফালে, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু জীৱনদায়িনী ঔষধ আদিকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা হয়। কংগ্ৰেছৰ মতে, এই অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰকাৰে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    14 hrs ago
  • জাগীৰোডৰ সমীপৱৰ্তী টোপাতলীত মইনাজান ইলেকট্ৰনিকচ নামৰ এখন দোকানত এক বৃহৎ চুৰিকাণ্ড সংঘটিত হৈছে। চোৰৰ এটা দলে দোকানৰ শ্বাটাৰ ভাঙি লক্ষাধিক টকাৰ ইলেকট্ৰনিকচ সামগ্ৰী লুটি লৈ যায়। জানিব পৰা মতে, নিশা মুখত কাপোৰ বান্ধি এখন চাৰিচকীয়া বিলাসী বাহনত আহিছিল চোৰৰ দলটো। তেওঁলোকৰ এই কাৰ্যকলাপ দোকানখনৰ চি চি টিভি কেমেৰাত বন্দী হৈছিল। অৱশ্যে, চোৰৰ দলটোৱে পিছত চি চি টিভি কেমেৰাটো ভাঙি পেলায়। ইয়াৰ পিছত, তেওঁলোকে দোকানৰ শ্বাটাৰ খুলি এ চি, বেটাৰী, মিক্সাৰ মেচিনকে ধৰি বিভিন্ন ইলেকট্ৰনিকচ সামগ্ৰী চুৰি কৰে। এই ঘটনাৰ পিছত দোকানৰ স্বত্বাধিকাৰীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে, আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    1
    জাগীৰোডৰ সমীপৱৰ্তী টোপাতলীত মইনাজান ইলেকট্ৰনিকচ নামৰ এখন দোকানত এক বৃহৎ চুৰিকাণ্ড সংঘটিত হৈছে। চোৰৰ এটা দলে দোকানৰ শ্বাটাৰ ভাঙি লক্ষাধিক টকাৰ ইলেকট্ৰনিকচ সামগ্ৰী লুটি লৈ যায়।

জানিব পৰা মতে, নিশা মুখত কাপোৰ বান্ধি এখন চাৰিচকীয়া বিলাসী বাহনত আহিছিল চোৰৰ দলটো। তেওঁলোকৰ এই কাৰ্যকলাপ দোকানখনৰ চি চি টিভি কেমেৰাত বন্দী হৈছিল। অৱশ্যে, চোৰৰ দলটোৱে পিছত চি চি টিভি কেমেৰাটো ভাঙি পেলায়। ইয়াৰ পিছত, তেওঁলোকে দোকানৰ শ্বাটাৰ খুলি এ চি, বেটাৰী, মিক্সাৰ মেচিনকে ধৰি বিভিন্ন ইলেকট্ৰনিকচ সামগ্ৰী চুৰি কৰে। এই ঘটনাৰ পিছত দোকানৰ স্বত্বাধিকাৰীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে, আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    16 hrs ago
  • ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত মৰিগাঁও মহাবিদ্যালয়ত 'বিকশিত ভাৰত যুৱ নেতা ডাইলগ' শীৰ্ষক এক বিশেষ সন্মিলন অনুষ্ঠিত কৰা হৈছে। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ১৫-২৯ বছৰ বয়সৰ যুৱ প্ৰজন্মক জড়িত কৰা। যুৱ প্ৰজন্মৰ সম্ভাৱনাক বিকশিত কৰিবলৈ এই সন্মিলনত ‘চেলেঞ্জ ট্ৰেক’, ‘ডিজাইন ফৰ ভাৰত’ আৰু ‘হেকাথন’ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ লীলাকান্ত বৰঠাকুৰৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল।
    1
    ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত মৰিগাঁও মহাবিদ্যালয়ত 'বিকশিত ভাৰত যুৱ নেতা ডাইলগ' শীৰ্ষক এক বিশেষ সন্মিলন অনুষ্ঠিত কৰা হৈছে। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ১৫-২৯ বছৰ বয়সৰ যুৱ প্ৰজন্মক জড়িত কৰা। যুৱ প্ৰজন্মৰ সম্ভাৱনাক বিকশিত কৰিবলৈ এই সন্মিলনত ‘চেলেঞ্জ ট্ৰেক’, ‘ডিজাইন ফৰ ভাৰত’ আৰু ‘হেকাথন’ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ লীলাকান্ত বৰঠাকুৰৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.