logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৩ নং আমতলাত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা প্ৰভাতী সূৰুজ নাট্যগোষ্ঠীৰ প্ৰশংসনীয় পদক্ষেপ । হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা । হাতত গছ পুলি আৰু কলম তুলি দি মানপত্ৰ গামোচা চেলেং চাদৰেৰে জনালে সম্বৰ্দ্ধনা । পলাশবাৰী সমষ্টিৰ ৩ নং আমত'লা গাঁৱৰ অন্যতম আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰভাতী সূৰুযে বিগত কেইবেলিৰ দৰে এইবেলিও অনুষ্ঠিত কৰিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা । প্ৰভাতী সূৰুজৰ সভাপতি মনোজ কুমাৰ দাসে পৰিচালনা কৰা সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে সাধাৰণ সম্পাদক পবিত্ৰ দাসে । সভাত গাঁও উন্নয়ন সমিতিৰ সভাপতি ভূপেন দাস, গাওঁ উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ নাৰায়ণ দাস, যুৱ ব্যৱসায়ী বিশ্বজিৎ বিষয়া, শংকৰদেৱ বিদ্যা মন্দিৰৰ পৰিচালন সঞ্চালক লোহিত দাস, বিশিষ্ট সমাজকৰ্মী জয়ন্ত দাস, মাঁ চণ্ডিকা গাঁও পঞ্চায়তৰ অধ্যক্ষ মল্লিকা বৰ্মন মেধি, প্ৰভাতী সূৰুজ শুভাকাংক্ষী তথা সচেতন ব্যক্তি ৰঞ্জিত দাস, সাংবাদিক ভগৱান দাস, গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক কৃষ্ণ দাস, বলোৰাম কৈৱৰ্ত্ত প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । সাংবাদিক বিশ্বজিৎ দাসে পৰিচালনা কৰা সম্বৰ্দ্ধনা সভাখনত ৫ টা বিষয়ত লেটাৰ মাৰ্ক লৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ জুমন সাউদ, তন্ময় দাস, নীলম শৰ্মা, জুমন দাস, ৰিতুমণি দাস, বুদ্ধ দাসক বিশেষভাৱে সম্বৰ্দ্ধনাৰ লগতে ১৫ গৰাকী দুখীয়া ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । আজিৰ সভাতে যুৱ ব্যৱসায়ী বিশ্বজিৎ বিষয়াই প্ৰতিগৰাকী কীৰ্তি ছাত্ৰ ছাত্ৰীক নিজৰ গাঠিৰ ধন ১ হাজাৰকৈ প্ৰদান কৰে । ইয়াৰ উপৰিও গাওঁ উন্নয়ন সমিতিৰ সভাপতি ভূপেন দাসে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ৮৫ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হয় তেওঁক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে । সভাত গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ নাৰায়ণ দাস, শংকৰদেৱ বিদ্যা মন্দিৰৰ পৰিচালন সঞ্চালক লোহিত দাস, গাঁৱৰ সচেতন যুৱক জয়ন্ত দাস, মাঁ চণ্ডিকা গাঁও পঞ্চায়তৰ অধ্যক্ষা মল্লিকা বৰ্মন মেধিয়ে ছাত্ৰ ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি গাঁৱৰ যুৱক যুৱতী সকলক যিকোনো ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস প্ৰদান কৰে । সভাৰ শেষত সভাপতি মনোজ কুমাৰ দাসে সভা ভংগ কৰাৰ আগমুহূৰ্তত শলাগৰ শৰাই আগবঢ়ায় উপ সভাপতি বিশ্বজিৎ দাসে ।

1 hr ago
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•

More news from অসম and nearby areas
  • দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৩ নং আমতলাত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা প্ৰভাতী সূৰুজ নাট্যগোষ্ঠীৰ প্ৰশংসনীয় পদক্ষেপ । হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা । হাতত গছ পুলি আৰু কলম তুলি দি মানপত্ৰ গামোচা চেলেং চাদৰেৰে জনালে সম্বৰ্দ্ধনা । পলাশবাৰী সমষ্টিৰ ৩ নং আমত'লা গাঁৱৰ অন্যতম আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰভাতী সূৰুযে বিগত কেইবেলিৰ দৰে এইবেলিও অনুষ্ঠিত কৰিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা । প্ৰভাতী সূৰুজৰ সভাপতি মনোজ কুমাৰ দাসে পৰিচালনা কৰা সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে সাধাৰণ সম্পাদক পবিত্ৰ দাসে । সভাত গাঁও উন্নয়ন সমিতিৰ সভাপতি ভূপেন দাস, গাওঁ উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ নাৰায়ণ দাস, যুৱ ব্যৱসায়ী বিশ্বজিৎ বিষয়া, শংকৰদেৱ বিদ্যা মন্দিৰৰ পৰিচালন সঞ্চালক লোহিত দাস, বিশিষ্ট সমাজকৰ্মী জয়ন্ত দাস, মাঁ চণ্ডিকা গাঁও পঞ্চায়তৰ অধ্যক্ষ মল্লিকা বৰ্মন মেধি, প্ৰভাতী সূৰুজ শুভাকাংক্ষী তথা সচেতন ব্যক্তি ৰঞ্জিত দাস, সাংবাদিক ভগৱান দাস, গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক কৃষ্ণ দাস, বলোৰাম কৈৱৰ্ত্ত প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । সাংবাদিক বিশ্বজিৎ দাসে পৰিচালনা কৰা সম্বৰ্দ্ধনা সভাখনত ৫ টা বিষয়ত লেটাৰ মাৰ্ক লৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ জুমন সাউদ, তন্ময় দাস, নীলম শৰ্মা, জুমন দাস, ৰিতুমণি দাস, বুদ্ধ দাসক বিশেষভাৱে সম্বৰ্দ্ধনাৰ লগতে ১৫ গৰাকী দুখীয়া ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । আজিৰ সভাতে যুৱ ব্যৱসায়ী বিশ্বজিৎ বিষয়াই প্ৰতিগৰাকী কীৰ্তি ছাত্ৰ ছাত্ৰীক নিজৰ গাঠিৰ ধন ১ হাজাৰকৈ প্ৰদান কৰে । ইয়াৰ উপৰিও গাওঁ উন্নয়ন সমিতিৰ সভাপতি ভূপেন দাসে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ৮৫ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হয় তেওঁক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে । সভাত গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ নাৰায়ণ দাস, শংকৰদেৱ বিদ্যা মন্দিৰৰ পৰিচালন সঞ্চালক লোহিত দাস, গাঁৱৰ সচেতন যুৱক জয়ন্ত দাস, মাঁ চণ্ডিকা গাঁও পঞ্চায়তৰ অধ্যক্ষা মল্লিকা বৰ্মন মেধিয়ে ছাত্ৰ ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি গাঁৱৰ যুৱক যুৱতী সকলক যিকোনো ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস প্ৰদান কৰে । সভাৰ শেষত সভাপতি মনোজ কুমাৰ দাসে সভা ভংগ কৰাৰ আগমুহূৰ্তত শলাগৰ শৰাই আগবঢ়ায় উপ সভাপতি বিশ্বজিৎ দাসে ।
    1
    দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৩ নং আমতলাত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা 
প্ৰভাতী সূৰুজ নাট্যগোষ্ঠীৰ প্ৰশংসনীয় পদক্ষেপ ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা ।
হাতত গছ পুলি আৰু কলম তুলি দি মানপত্ৰ গামোচা চেলেং চাদৰেৰে জনালে সম্বৰ্দ্ধনা ।
পলাশবাৰী সমষ্টিৰ ৩ নং আমত'লা গাঁৱৰ অন্যতম আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰভাতী সূৰুযে বিগত কেইবেলিৰ দৰে এইবেলিও অনুষ্ঠিত কৰিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা ।
প্ৰভাতী সূৰুজৰ সভাপতি মনোজ কুমাৰ দাসে পৰিচালনা কৰা সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে সাধাৰণ সম্পাদক পবিত্ৰ দাসে ।
সভাত গাঁও উন্নয়ন সমিতিৰ সভাপতি ভূপেন দাস, গাওঁ উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ নাৰায়ণ দাস, যুৱ ব্যৱসায়ী বিশ্বজিৎ বিষয়া, শংকৰদেৱ বিদ্যা মন্দিৰৰ পৰিচালন সঞ্চালক লোহিত দাস, বিশিষ্ট সমাজকৰ্মী জয়ন্ত দাস, মাঁ চণ্ডিকা গাঁও পঞ্চায়তৰ অধ্যক্ষ মল্লিকা বৰ্মন মেধি, প্ৰভাতী সূৰুজ শুভাকাংক্ষী তথা সচেতন ব্যক্তি ৰঞ্জিত দাস, সাংবাদিক ভগৱান দাস, গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক কৃষ্ণ দাস, বলোৰাম কৈৱৰ্ত্ত প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
সাংবাদিক বিশ্বজিৎ দাসে পৰিচালনা কৰা সম্বৰ্দ্ধনা সভাখনত ৫ টা বিষয়ত লেটাৰ মাৰ্ক লৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ জুমন সাউদ,  তন্ময় দাস, নীলম শৰ্মা, জুমন দাস, ৰিতুমণি দাস, বুদ্ধ দাসক বিশেষভাৱে সম্বৰ্দ্ধনাৰ লগতে  ১৫ গৰাকী দুখীয়া ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।
আজিৰ সভাতে যুৱ ব্যৱসায়ী বিশ্বজিৎ বিষয়াই প্ৰতিগৰাকী কীৰ্তি ছাত্ৰ ছাত্ৰীক নিজৰ গাঠিৰ ধন ১ হাজাৰকৈ প্ৰদান কৰে ।
ইয়াৰ উপৰিও গাওঁ উন্নয়ন সমিতিৰ সভাপতি ভূপেন দাসে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ৮৫ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হয় তেওঁক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে ।
সভাত গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ নাৰায়ণ দাস, শংকৰদেৱ বিদ্যা মন্দিৰৰ পৰিচালন সঞ্চালক লোহিত দাস, গাঁৱৰ সচেতন যুৱক জয়ন্ত দাস, মাঁ চণ্ডিকা গাঁও পঞ্চায়তৰ অধ্যক্ষা মল্লিকা বৰ্মন মেধিয়ে ছাত্ৰ ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি গাঁৱৰ যুৱক যুৱতী সকলক যিকোনো ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস প্ৰদান কৰে ।
সভাৰ শেষত সভাপতি মনোজ কুমাৰ দাসে সভা ভংগ কৰাৰ আগমুহূৰ্তত শলাগৰ শৰাই আগবঢ়ায় উপ সভাপতি বিশ্বজিৎ দাসে ।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    1 hr ago
  • পলাশবাৰী সমষ্টিৰ ৩নং আমত'লাত দধিমন্থন ও সুঁৱৰি উৎসৱ পালন
    1
    পলাশবাৰী সমষ্টিৰ ৩নং আমত'লাত দধিমন্থন ও সুঁৱৰি উৎসৱ পালন
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    22 min ago
  • নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাত উলহ-মালহেৰে ব'হাগী উৎসৱ পালন কৰা হয়। মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত এই উৎসৱে অঞ্চলটোক উৎসৱমুখৰ কৰি তোলে।
    1
    নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাত উলহ-মালহেৰে ব'হাগী উৎসৱ পালন কৰা হয়। মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত এই উৎসৱে অঞ্চলটোক উৎসৱমুখৰ কৰি তোলে।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    10 hrs ago
  • কাইলৈৰ শপত গ্ৰহণ সমাৰোহৰ বাবে গুৱাহাটীত উপস্থিত হলহি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
    1
    কাইলৈৰ শপত গ্ৰহণ সমাৰোহৰ বাবে গুৱাহাটীত উপস্থিত হলহি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
  • 📌PM Modi से Booth Worker तक! Himanta Sarma ने बताया Assam Oath Ceremony का Mega Pl 📌Grand Entry of BJP in Assam! PM Modi होंगे शामिल, Himanta Sarma का बड़ा खुलासा
    1
    📌PM Modi से Booth Worker तक! Himanta Sarma ने बताया Assam Oath Ceremony का Mega Pl
📌Grand Entry of BJP in Assam! PM Modi होंगे शामिल, Himanta Sarma का बड़ा खुलासा
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    2 hrs ago
  • বাংলাদেশৰ এজন মৌলৱীয়ে ভাৰতত মূৰ্তিপূজা শেষ কৰি সকলো মন্দিৰ ভাঙি দেশখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ হুংকাৰ দিছে। 'আল্লা হু আকবৰ' ধ্বনিৰে দিয়া এই হুমকিত জেহাদী শ্লীপাৰ চেলসমূহে ভাৰত দখলৰ বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰতি সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে।
    1
    বাংলাদেশৰ এজন মৌলৱীয়ে ভাৰতত মূৰ্তিপূজা শেষ কৰি সকলো মন্দিৰ ভাঙি দেশখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ হুংকাৰ দিছে। 'আল্লা হু আকবৰ' ধ্বনিৰে দিয়া এই হুমকিত জেহাদী শ্লীপাৰ চেলসমূহে ভাৰত দখলৰ বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰতি সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে।
    user_News Update
    News Update
    Newsagent গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    16 hrs ago
  • অসমৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাৰ কৃষকসকলৰ মাজত গভীৰ দুৰ্দশাই দেখা দিছে। বৰ্তমান তেওঁলোকৰ কৃষিভিত্তিক জীৱন-ধাৰণ কঠিন হৈ পৰিছে।
    1
    অসমৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাৰ কৃষকসকলৰ মাজত গভীৰ দুৰ্দশাই দেখা দিছে। বৰ্তমান তেওঁলোকৰ কৃষিভিত্তিক জীৱন-ধাৰণ কঠিন হৈ পৰিছে।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    7 hrs ago
  • কামৰূপ জিলাৰ বোকোত প্ৰভাতী সূৰুজ নাট্যগোষ্ঠীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা জনাইছে। শিক্ষাৰ প্ৰতি নাট্যগোষ্ঠীৰ এই পদক্ষেপ সকলোৰে মাজত প্ৰশংসিত হৈছে।
    1
    কামৰূপ জিলাৰ বোকোত প্ৰভাতী সূৰুজ নাট্যগোষ্ঠীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা জনাইছে। শিক্ষাৰ প্ৰতি নাট্যগোষ্ঠীৰ এই পদক্ষেপ সকলোৰে মাজত প্ৰশংসিত হৈছে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.