Shuru
Apke Nagar Ki App…
হৰিদেৱ গাওঁ পঞ্চায়তৰ হিতাধিকাৰীসকলৰ মাজত “অৰুণোদয় ৩.০” আঁচনিৰ অধীনত ধনবন্টন অনুষ্ঠান চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ হৰিদেৱ গাওঁ পঞ্চায়তৰ হিতাধিকাৰীসকলৰ মাজত “অৰুণোদয় ৩.০” আঁচনিৰ অধীনত ধনবন্টন অনুষ্ঠানৰ আয়োজন । এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ।
Charaideo news
হৰিদেৱ গাওঁ পঞ্চায়তৰ হিতাধিকাৰীসকলৰ মাজত “অৰুণোদয় ৩.০” আঁচনিৰ অধীনত ধনবন্টন অনুষ্ঠান চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ হৰিদেৱ গাওঁ পঞ্চায়তৰ হিতাধিকাৰীসকলৰ মাজত “অৰুণোদয় ৩.০” আঁচনিৰ অধীনত ধনবন্টন অনুষ্ঠানৰ আয়োজন । এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ।
More news from অসম and nearby areas
- আঘোণিবাৰী কেন্দুগুৰিত গাৱঁৰ মহিলাৰ জেং বিহু ।1
- barikha huwar pasot amar gaon rasta1
- পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি নিমন্ত্ৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই1
- Majuli News ডাবলি চাপৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। মাজুলী নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত যদিও মাজুলীৰ পৰা বিচিন্ন ডাবলি চাপৰিত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে ডাবলি চাপৰি স্থানীয় ব্যক্তিয়ৰ আজি ব্ৰহ্মপুত্ৰৰ সুতিত এটা মৃতদেহ প্রত্যক্ষ কৰে আৰু ততাতৰিয়াকৈ আৰক্ষী খবৰ দিয়ে। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে খবৰ পোৱা লগে লগে তাৎক্ষণিক ভাবে আৰক্ষীৰ দল আৰু এছ.ডি.আৰ.এফৰ দল ঘটনাস্থলীত গৈ নীলা ৰঙৰ চুৰিদাৰ চুট পিন্ধি থকা মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মাজুলী জিলা গড়মূৰ স্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক জিলা চিকিৎসালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে। প্ৰাথমিক ভাবে অনুমান কৰা হৈছে যে মৃতদেহটো নৈৰ সোঁতৰ আহি চাপৰি অঞ্চলত আহি লাগিছিল। আজি উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায়, তেন্তে নয়াবজাৰ টহলদাৰী আৰক্ষী চকী বা মাজুলী আৰক্ষীৰ সৈতে 6026900872 / 6026900869 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।1
- Datura flowers1
- MLA :- Rameswar teli (BJP), In this village 3No. Dibrujan nearly 400 voters are there every time we vote for the betterment of our area but No government pays attention to the problem of our village road .It becomes very difficult for all the common public special during the rainy season. village:- Dibrujan No. 3 (ward No. 29) panchayat:- Barmahajan Mouja:- Buri Dihing Constituency:- Margherita (Digboi) MLA :- Rameswar teli (BJP)1
- Post by অঞ্জন শইকীয়া1
- অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ গৰাকীক সম্বৰ্ধনা বিভিন্ন জনৰ বিহু আনন্দ উলাহৰ মাজতে ঘোষিত হ'ল CBSEৰ দশম শ্ৰেণী পৰীক্ষাত ফলাফল। এইবাৰ CBSEৰ দশম শ্ৰেণী পৰীক্ষাত ৯৯% নম্বৰ লাভ কৰি মৰাণৰ খোৱাঙলৈ গৌৰৱ কঢ়িয়াই আনিলে সমুদ্ৰ গগৈয়ে । খোৱাং বাঁহনি পথাৰৰ পিতৃ ৰিণ্টু গগৈ আৰু মাতৃ ডেইজী চেতিয়াৰ সুযোগ্য সন্তান সমুদ্ৰ গগৈ তিলৈৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ। ছাত্ৰ গৰাকীৰ এই ফলাফলৰ পাছতে বিভিন্নজনে নিজৰ গৃহ সম্বৰ্ধনা জনাই উৎসাহিত কৰিছে। আনহাতে ডিব্ৰুগড়ৰ RK একাডেমীত ইতিমধ্যে বাচনি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি অধ্যয়ন কৰা সুবিধা লাভ কৰিছে। অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ গৰাকীয়ে ভৱিষ্যতে অভিযন্তা হোৱাৰ লক্ষ্যৰে অধ্যয়ন কৰিব বুলি জানিবলৈ দিয়ে।1