logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Breaking.. বিশ্বনাথৰ প্ৰতাপগঢ় চাহ বাগিচাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক।ধৃত দুই যুৱকে শোণিতপুৰ জিলাৰ খনামুখৰ পৰা ৯ টাকৈ কন্টেনাৰত ড্ৰাগছ লৈ বিশ্বনাথৰ দিশে আহি থকা সময়তে বিশ্বনাথ আৰক্ষীৰ টাউন ব্ৰাঞ্চৰ দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি।ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনেশ দলৰ নেতৃত্বত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তৰ কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।আনহাতে ধৃত দুই যুৱকৰ ভিতৰত এজন বিশ্বনাথৰ সেউজপুৰৰ মফিদুল হক আৰু আনজন বিহালীৰ চুলেমান হুছেইন বুলি চিনাক্ত কৰা হৈছে।ধৃত যুৱক কেইজনৰ পৰা আৰক্ষীয়ে AS32A-9474 নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হৈছে।

5 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
5 hrs ago

Breaking.. বিশ্বনাথৰ প্ৰতাপগঢ় চাহ বাগিচাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক।ধৃত দুই যুৱকে শোণিতপুৰ জিলাৰ খনামুখৰ পৰা ৯ টাকৈ কন্টেনাৰত ড্ৰাগছ লৈ বিশ্বনাথৰ দিশে আহি থকা সময়তে বিশ্বনাথ আৰক্ষীৰ টাউন ব্ৰাঞ্চৰ দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি।ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনেশ দলৰ নেতৃত্বত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তৰ কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।আনহাতে ধৃত দুই যুৱকৰ ভিতৰত এজন বিশ্বনাথৰ সেউজপুৰৰ মফিদুল হক আৰু আনজন বিহালীৰ চুলেমান হুছেইন বুলি চিনাক্ত কৰা হৈছে।ধৃত যুৱক কেইজনৰ পৰা আৰক্ষীয়ে AS32A-9474 নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হৈছে।

More news from অসম and nearby areas
  • চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী চুপাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন লোক,ইয়াৰে এজন শিশু। আহত লোক দুজনে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুয়োকে অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চুপাৰ খনে।
    1
    চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী চুপাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন লোক,ইয়াৰে এজন শিশু।
আহত লোক দুজনে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতেই সংঘটিত হয় দুৰ্ঘটনাটো।
দুয়োকে অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চুপাৰ খনে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হৈছে ৩৩ সংখ্যক পূৱ ঢেকীয়াজুলি ৰঙালী বিহু সন্মিলন ৷ উক্ত ৰঙালী বিহু সন্মিলনৰ সামগ্ৰিক পৰিবেশ
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হৈছে ৩৩ সংখ্যক পূৱ ঢেকীয়াজুলি ৰঙালী বিহু সন্মিলন ৷ উক্ত ৰঙালী বিহু সন্মিলনৰ সামগ্ৰিক পৰিবেশ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    16 hrs ago
  • #BigBreaking কেবৰ ভিতৰতে মহিলা যাত্ৰীৰ অদ্ভূত কাণ্ড: মদ্যপান কৰি বাহনৰ ভিতৰতে প্ৰস্ৰাৱ কৰাৰ অভিযোগ।" 📌বাইদেউ মোৰ গাড়ীত প্ৰস্ৰাৱ কৰিলে কিয়?'— ওলোটাই চালককহে ধমক দিলে মদ্যপায়ী মহিলাই।" #virelvideofb #trandingvideo #cureentnews
    1
    #BigBreaking কেবৰ ভিতৰতে মহিলা যাত্ৰীৰ অদ্ভূত কাণ্ড: মদ্যপান কৰি বাহনৰ ভিতৰতে প্ৰস্ৰাৱ কৰাৰ অভিযোগ।"
📌বাইদেউ মোৰ গাড়ীত প্ৰস্ৰাৱ কৰিলে কিয়?'— ওলোটাই চালককহে ধমক দিলে মদ্যপায়ী মহিলাই।"
#virelvideofb #trandingvideo #cureentnews
    user_Current News
    Current News
    Advertising agency লাহৰিঘাট, মৰিগাঁও, অসম•
    5 hrs ago
  • Post by Esahoque ali
    1
    Post by Esahoque ali
    user_Esahoque ali
    Esahoque ali
    দলগাঁও (পিটি), দৰং, অসম•
    11 hrs ago
  • হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।
    2
    হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    14 hrs ago
  • পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান Cover Topics :- amrit buragohain ambulance news amrit buragohain ambulance news today amrit buragohain ambulance news 2026 amrit buragohain news 2026 amrit buragohain news today amrit buragohain latest news amrit buragohain new news barpathar news today barpathar news live barpathar latest news barpathar news
    1
    পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান
Cover Topics :-
amrit buragohain ambulance news 
amrit buragohain ambulance news today
amrit buragohain ambulance news 2026
amrit buragohain news 2026
amrit buragohain news today
amrit buragohain latest news
amrit buragohain new news
barpathar news today
barpathar news live
barpathar latest news 
barpathar news
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    সৰুপথাৰ, গোলাঘাট, অসম•
    1 hr ago
  • Post by অঞ্জন শ‌ইকীয়া
    3
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    14 hrs ago
  • ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন চিকিৎসালৈ লৈ যোৱাৰ পথত নিহত এজন আৰু গুৰুতৰ বাবে আহত বাইক আৰোহী নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে লৰিৰমুখৰ পৰা লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819 ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে
    1
    ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন 
চিকিৎসালৈ লৈ যোৱাৰ পথত নিহত এজন আৰু গুৰুতৰ বাবে আহত বাইক আৰোহী 
নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে 
লৰিৰমুখৰ পৰা  লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো  
দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819
ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • দুস্কৃতিকাৰীয়ে ঔগুৰিজান বাগিচাৰ চাহ গছ কটাক লৈ এই উত্তেজনা*
    2
    দুস্কৃতিকাৰীয়ে ঔগুৰিজান বাগিচাৰ চাহ গছ কটাক লৈ এই উত্তেজনা*
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.