logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান//Amrit Buragohain News 2026//Barpathar News পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান Cover Topics :- amrit buragohain ambulance news amrit buragohain ambulance news today amrit buragohain ambulance news 2026 amrit buragohain news 2026 amrit buragohain news today amrit buragohain latest news amrit buragohain new news barpathar news today barpathar news live barpathar latest news barpathar news

5 hrs ago
user_সৰুপথাৰ Live
সৰুপথাৰ Live
সৰুপথাৰ, গোলাঘাট, অসম•
5 hrs ago

পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান//Amrit Buragohain News 2026//Barpathar News পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান Cover Topics :- amrit buragohain ambulance news amrit buragohain ambulance news today amrit buragohain ambulance news 2026 amrit buragohain news 2026 amrit buragohain news today amrit buragohain latest news amrit buragohain new news barpathar news today barpathar news live barpathar latest news barpathar news

More news from অসম and nearby areas
  • পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান Cover Topics :- amrit buragohain ambulance news amrit buragohain ambulance news today amrit buragohain ambulance news 2026 amrit buragohain news 2026 amrit buragohain news today amrit buragohain latest news amrit buragohain new news barpathar news today barpathar news live barpathar latest news barpathar news
    1
    পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান
Cover Topics :-
amrit buragohain ambulance news 
amrit buragohain ambulance news today
amrit buragohain ambulance news 2026
amrit buragohain news 2026
amrit buragohain news today
amrit buragohain latest news
amrit buragohain new news
barpathar news today
barpathar news live
barpathar latest news 
barpathar news
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    সৰুপথাৰ, গোলাঘাট, অসম•
    5 hrs ago
  • হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।
    2
    হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    18 hrs ago
  • Post by Imdad hussain
    1
    Post by Imdad hussain
    user_Imdad hussain
    Imdad hussain
    Mechanic চুমুকেডিমা, চুমৌকেডিমা, নাগালেণ্ড•
    4 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    13 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    20 hrs ago
  • ​​অসমৰ অন্যতম পৰিৱেশ সংৰক্ষণমূলক গোট "প্ৰকৃতি"য়ে দেশৰ সৰ্বকনিষ্ঠ সৰ্প উদ্ধাৰকাৰী ৫ বছৰীয়া বিস্ময় বালক ৰাজ সৌৰভ বৰকটকীক তেওঁৰ বাসগৃহত উপস্থিত হৈ বিশেষভাৱে সম্বৰ্দ্ধনা জনায়। পিতৃ তথা বিশিষ্ট সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ পৰা বিজ্ঞানসন্মত প্ৰশিক্ষণ লৈ অতি কম বয়সতে বিষাক্ত সাপ উদ্ধাৰ কৰি অহা ৰাজৰ এই সাহসক গোটটোৱে কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা আৰু প্ৰকৃতি গোটৰ বিষয়ববীয়াসকল উপস্থিত থাকি ৰাজৰ কৰ্মক তেজপুৰবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে। উল্লেখ্য যে, প্ৰকৃতিপ্ৰেমী তথা বনকৰ্মীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এইবেলি বিহুৰ বতৰত "প্ৰকৃতি" গোটে এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে।
    1
    ​​অসমৰ অন্যতম  পৰিৱেশ সংৰক্ষণমূলক গোট "প্ৰকৃতি"য়ে দেশৰ সৰ্বকনিষ্ঠ সৰ্প উদ্ধাৰকাৰী ৫ বছৰীয়া বিস্ময় বালক ৰাজ সৌৰভ বৰকটকীক তেওঁৰ বাসগৃহত উপস্থিত হৈ বিশেষভাৱে সম্বৰ্দ্ধনা জনায়। পিতৃ তথা বিশিষ্ট সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ পৰা বিজ্ঞানসন্মত প্ৰশিক্ষণ লৈ অতি কম বয়সতে বিষাক্ত সাপ উদ্ধাৰ কৰি অহা ৰাজৰ এই সাহসক গোটটোৱে কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা আৰু প্ৰকৃতি গোটৰ বিষয়ববীয়াসকল উপস্থিত থাকি ৰাজৰ কৰ্মক তেজপুৰবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে। উল্লেখ্য যে, প্ৰকৃতিপ্ৰেমী তথা বনকৰ্মীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এইবেলি বিহুৰ বতৰত "প্ৰকৃতি" গোটে এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    6 hrs ago
  • চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী চুপাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন লোক,ইয়াৰে এজন শিশু। আহত লোক দুজনে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুয়োকে অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চুপাৰ খনে।
    1
    চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী চুপাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন লোক,ইয়াৰে এজন শিশু।
আহত লোক দুজনে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতেই সংঘটিত হয় দুৰ্ঘটনাটো।
দুয়োকে অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চুপাৰ খনে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • Post by Imdad hussain
    1
    Post by Imdad hussain
    user_Imdad hussain
    Imdad hussain
    Mechanic চুমুকেডিমা, চুমৌকেডিমা, নাগালেণ্ড•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.