Shuru
Apke Nagar Ki App…
৫ বছৰীয়া সৰ্প উদ্ধাৰকাৰী ৰাজ সৌৰভ বৰকটকীক "প্ৰকৃতি" গোটৰ বিশেষ সন্মান অসমৰ অন্যতম পৰিৱেশ সংৰক্ষণমূলক গোট "প্ৰকৃতি"য়ে দেশৰ সৰ্বকনিষ্ঠ সৰ্প উদ্ধাৰকাৰী ৫ বছৰীয়া বিস্ময় বালক ৰাজ সৌৰভ বৰকটকীক তেওঁৰ বাসগৃহত উপস্থিত হৈ বিশেষভাৱে সম্বৰ্দ্ধনা জনায়। পিতৃ তথা বিশিষ্ট সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ পৰা বিজ্ঞানসন্মত প্ৰশিক্ষণ লৈ অতি কম বয়সতে বিষাক্ত সাপ উদ্ধাৰ কৰি অহা ৰাজৰ এই সাহসক গোটটোৱে কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা আৰু প্ৰকৃতি গোটৰ বিষয়ববীয়াসকল উপস্থিত থাকি ৰাজৰ কৰ্মক তেজপুৰবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে। উল্লেখ্য যে, প্ৰকৃতিপ্ৰেমী তথা বনকৰ্মীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এইবেলি বিহুৰ বতৰত "প্ৰকৃতি" গোটে এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে।
Farid Ali.

More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ সাপেখাতীত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক। এক গোপন সূত্ৰৰ ভিত্তিত সোণাৰি আৰু সাপেখাতী আৰক্ষীৰ যুটীয়া অভিযানত কানুবাৰীৰ পৰা অনুসৰন কৰি ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক কৰে ।1
- Post by Assam Update1
- DIGBOI NEWS ডিগবৈ বিজেপি যুৱ মৰ্চাৰ সংবাদমেল। অসম মালা অধীনত ডিগবৈ পেঙেৰী সংযোগী পথ নিৰ্মানত চূড়ান্ত অনিয়ম। ঠিকাদাৰ মতলবউদ্দিন আহমেদৰ বিৰোদ্ধে সৰৱ ডিগবৈ বিজেপি যুৱ মৰ্চা।1
- হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।2
- পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান Cover Topics :- amrit buragohain ambulance news amrit buragohain ambulance news today amrit buragohain ambulance news 2026 amrit buragohain news 2026 amrit buragohain news today amrit buragohain latest news amrit buragohain new news barpathar news today barpathar news live barpathar latest news barpathar news1
- Post by KHABAR 24 BISWANATH1
- Post by Assam Update1
- চৰাইদেউ জিলাৰ সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত মৃত্যু এটি ৫ বছৰীয়া শিশু । সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ ক’ৰ্ট কলনীৰ সন্মুখত এই ঘটনা মৃত শিশুটি বিজয় সোনাৰৰ কণিষ্ঠ পুত্ৰ ৰাজ সোনাৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় দুটাকৈ ঘৰ ।1
- পুনৰ এই খন অসমতে খিলঞ্জীয়াক বহিৰাগত বণিয়াই কৰিলে তিৰস্কাৰ। চিলিগুৰি বণিয়াৰ অসমত দপদপনী। বনিয়াৰ মইমতালিত আলৈ অথানি অৱস্থা একাংশ শ্ৰমিক মহিলাৰ লগতে কাৰখানাৰ পৰিচালকৰ। ঘটনাৰ অভিযোগ অনুসৰি মাকুম ছ'টা হাপজান ৩৭ নং ঘাইপথ সমীপত অৱস্থিত এম.এচ কিষাণলাল ৰুক্মণীদেৱী টি প্ৰাইভেট লিমিটেড নামৰ চাহপাত কাৰখানাটোৰ পূৰ্বৰ স্বত্বাধিকাৰী গৰাকীয়ে চিলিগুৰিৰ দুজন বণিয়াক কাৰখানাটো হস্তান্তৰ কৰিছিল। চাহপাত তৈয়াৰ কৰা কাৰখানাটোৰ নতুনকৈ দায়িত্বভাৰ লোৱাৰ পাছতে দুই বণিয়াই প্ৰথমে কাৰখানাটোত কৰ্মৰত মহিলা শ্ৰমিক সকলক দৈনিক মজুৰি প্ৰদান কৰাত খেলিমেলিৰ লগতে অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে মহিলা শ্ৰমিক সকলে।1