Shuru
Apke Nagar Ki App…
অসম মালা অধীনত ডিগবৈ পেঙেৰী সংযোগী পথ নিৰ্মানত চূড়ান্ত অনিয়মৰ অভিযোগত ডিগবৈত বিজেপি যুৱ মৰ্চাৰ সংবাদমেল DIGBOI NEWS ডিগবৈ বিজেপি যুৱ মৰ্চাৰ সংবাদমেল। অসম মালা অধীনত ডিগবৈ পেঙেৰী সংযোগী পথ নিৰ্মানত চূড়ান্ত অনিয়ম। ঠিকাদাৰ মতলবউদ্দিন আহমেদৰ বিৰোদ্ধে সৰৱ ডিগবৈ বিজেপি যুৱ মৰ্চা।
জেৰিণা হাজৰিকা মৰাণ
অসম মালা অধীনত ডিগবৈ পেঙেৰী সংযোগী পথ নিৰ্মানত চূড়ান্ত অনিয়মৰ অভিযোগত ডিগবৈত বিজেপি যুৱ মৰ্চাৰ সংবাদমেল DIGBOI NEWS ডিগবৈ বিজেপি যুৱ মৰ্চাৰ সংবাদমেল। অসম মালা অধীনত ডিগবৈ পেঙেৰী সংযোগী পথ নিৰ্মানত চূড়ান্ত অনিয়ম। ঠিকাদাৰ মতলবউদ্দিন আহমেদৰ বিৰোদ্ধে সৰৱ ডিগবৈ বিজেপি যুৱ মৰ্চা।
More news from Assam and nearby areas
- DIGBOI NEWS ডিগবৈ বিজেপি যুৱ মৰ্চাৰ সংবাদমেল। অসম মালা অধীনত ডিগবৈ পেঙেৰী সংযোগী পথ নিৰ্মানত চূড়ান্ত অনিয়ম। ঠিকাদাৰ মতলবউদ্দিন আহমেদৰ বিৰোদ্ধে সৰৱ ডিগবৈ বিজেপি যুৱ মৰ্চা।1
- Bhojpuri dance1
- আজি চৰাইদেউ জিলাৰ বিজেপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান আৰু অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ তাছা , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত “মহিলা আক্ৰোশ” সংবাদ মেলতপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত মহিলা আক্ৰোশ” সংবাদ মেলত আজি চৰাইদেউ জিলাৰ বিজেপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান আৰু অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ তাছা , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত “মহিলা আক্ৰোশ” সংবাদ মেলত1
- Post by Moran Dorpon1
- সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ মহিলা আক্ৰোশ শীৰ্ষক সংবাদ মেল সম্বোধন। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সম্বোধন কৰিলে সংবাদ মেল। কংগ্ৰেছ সহ ইণ্ডি এলায়েঞ্চে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এই সংবাদ মেল।1
- অসমৰ অন্যতম পৰিৱেশ সংৰক্ষণমূলক গোট "প্ৰকৃতি"য়ে দেশৰ সৰ্বকনিষ্ঠ সৰ্প উদ্ধাৰকাৰী ৫ বছৰীয়া বিস্ময় বালক ৰাজ সৌৰভ বৰকটকীক তেওঁৰ বাসগৃহত উপস্থিত হৈ বিশেষভাৱে সম্বৰ্দ্ধনা জনায়। পিতৃ তথা বিশিষ্ট সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ পৰা বিজ্ঞানসন্মত প্ৰশিক্ষণ লৈ অতি কম বয়সতে বিষাক্ত সাপ উদ্ধাৰ কৰি অহা ৰাজৰ এই সাহসক গোটটোৱে কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা আৰু প্ৰকৃতি গোটৰ বিষয়ববীয়াসকল উপস্থিত থাকি ৰাজৰ কৰ্মক তেজপুৰবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে। উল্লেখ্য যে, প্ৰকৃতিপ্ৰেমী তথা বনকৰ্মীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এইবেলি বিহুৰ বতৰত "প্ৰকৃতি" গোটে এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে।1
- Post by Assam Update1
- পুনৰ এই খন অসমতে খিলঞ্জীয়াক বহিৰাগত বণিয়াই কৰিলে তিৰস্কাৰ। চিলিগুৰি বণিয়াৰ অসমত দপদপনী। বনিয়াৰ মইমতালিত আলৈ অথানি অৱস্থা একাংশ শ্ৰমিক মহিলাৰ লগতে কাৰখানাৰ পৰিচালকৰ। ঘটনাৰ অভিযোগ অনুসৰি মাকুম ছ'টা হাপজান ৩৭ নং ঘাইপথ সমীপত অৱস্থিত এম.এচ কিষাণলাল ৰুক্মণীদেৱী টি প্ৰাইভেট লিমিটেড নামৰ চাহপাত কাৰখানাটোৰ পূৰ্বৰ স্বত্বাধিকাৰী গৰাকীয়ে চিলিগুৰিৰ দুজন বণিয়াক কাৰখানাটো হস্তান্তৰ কৰিছিল। চাহপাত তৈয়াৰ কৰা কাৰখানাটোৰ নতুনকৈ দায়িত্বভাৰ লোৱাৰ পাছতে দুই বণিয়াই প্ৰথমে কাৰখানাটোত কৰ্মৰত মহিলা শ্ৰমিক সকলক দৈনিক মজুৰি প্ৰদান কৰাত খেলিমেলিৰ লগতে অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে মহিলা শ্ৰমিক সকলে।1