Shuru
Apke Nagar Ki App…
বিজেপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত মহিলা আক্ৰোশ” সংবাদ মেলত আজি চৰাইদেউ জিলাৰ বিজেপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান আৰু অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ তাছা , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত “মহিলা আক্ৰোশ” সংবাদ মেলতপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত মহিলা আক্ৰোশ” সংবাদ মেলত আজি চৰাইদেউ জিলাৰ বিজেপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান আৰু অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ তাছা , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত “মহিলা আক্ৰোশ” সংবাদ মেলত
Charaideo news

More news from অসম and nearby areas
- আজি চৰাইদেউ জিলাৰ বিজেপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান আৰু অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ তাছা , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত “মহিলা আক্ৰোশ” সংবাদ মেলতপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত মহিলা আক্ৰোশ” সংবাদ মেলত আজি চৰাইদেউ জিলাৰ বিজেপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান আৰু অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ তাছা , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত “মহিলা আক্ৰোশ” সংবাদ মেলত1
- Post by Moran Dorpon1
- সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ মহিলা আক্ৰোশ শীৰ্ষক সংবাদ মেল সম্বোধন। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সম্বোধন কৰিলে সংবাদ মেল। কংগ্ৰেছ সহ ইণ্ডি এলায়েঞ্চে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এই সংবাদ মেল।1
- টাই আহোম যুৱ পৰিষদ, অসম (টায়পা) নামতি আঞ্চলিক সমিতিৰ উদ্যোগত ১৬ সংখ্যক নামতি কেন্দ্ৰীয় ৰঙালী বিহুটি অত্যন্ত উলহ-মালহেৰে উদযাপন কৰা হয়। নামতি ধেপৰ গাঁৱৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বিহু উৎসৱে অঞ্চলটোলৈ বৰ্ণাঢ্য সাংস্কৃতিক পৰিৱেশ নমাই আনিছে। কাৰ্যসূচীৰ প্ৰথম দিনা উদযাপন সমিতিৰ সভাপতি ভূৱন গগৈয়ে ধৰ্মীয় আৰু জাতীয় পৰম্পৰা ৰক্ষা কৰি বিহুৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে পূৰ্বপুৰুষসকলৰ স্মৃতিত মৈদাম তৰ্পণ কৰা হয়। পৰম্পৰাগত ক্ৰীড়া আৰু কৃষ্টিৰ প্ৰতিফলন ঘটাই কণী যুঁজ প্ৰতিযোগিতা আৰু মহিলাসকলৰ মাজত পিঠা-পনা প্ৰস্তুতকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাসমূহত স্থানীয় ৰাইজে ব্যাপক উৎসাহেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উৎসৱৰ দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত বিয়লি মুকলি সভা অনুষ্ঠিত হয় য’ত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বিহুৰ তাৎপৰ্য আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। নিশালৈ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয় য’ত জনপ্ৰিয় শিল্পী লক্ষ্যজিত বৰুৱাৰ গীতৰ শৰাই আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে ১৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ সফল সামৰণি পৰে।2
- Bhojpuri dance1
- DIGBOI NEWS ডিগবৈ বিজেপি যুৱ মৰ্চাৰ সংবাদমেল। অসম মালা অধীনত ডিগবৈ পেঙেৰী সংযোগী পথ নিৰ্মানত চূড়ান্ত অনিয়ম। ঠিকাদাৰ মতলবউদ্দিন আহমেদৰ বিৰোদ্ধে সৰৱ ডিগবৈ বিজেপি যুৱ মৰ্চা।1
- Post by Assam Update1
- চৰাইদেউ জিলাৰ সাপেখাতীত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক। এক গোপন সূত্ৰৰ ভিত্তিত সোণাৰি আৰু সাপেখাতী আৰক্ষীৰ যুটীয়া অভিযানত কানুবাৰীৰ পৰা অনুসৰন কৰি ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক কৰে ।1