Shuru
Apke Nagar Ki App…
সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ মহিলা আক্ৰোশ শীৰ্ষক সংবাদ মেল সম্বোধন সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ মহিলা আক্ৰোশ শীৰ্ষক সংবাদ মেল সম্বোধন। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সম্বোধন কৰিলে সংবাদ মেল। কংগ্ৰেছ সহ ইণ্ডি এলায়েঞ্চে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এই সংবাদ মেল।
Charaideo News & Entertainment
সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ মহিলা আক্ৰোশ শীৰ্ষক সংবাদ মেল সম্বোধন সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ মহিলা আক্ৰোশ শীৰ্ষক সংবাদ মেল সম্বোধন। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সম্বোধন কৰিলে সংবাদ মেল। কংগ্ৰেছ সহ ইণ্ডি এলায়েঞ্চে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এই সংবাদ মেল।
More news from অসম and nearby areas
- সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ মহিলা আক্ৰোশ শীৰ্ষক সংবাদ মেল সম্বোধন। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সম্বোধন কৰিলে সংবাদ মেল। কংগ্ৰেছ সহ ইণ্ডি এলায়েঞ্চে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এই সংবাদ মেল।1
- Post by Moran Dorpon1
- আজি চৰাইদেউ জিলাৰ বিজেপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান আৰু অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ তাছা , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত “মহিলা আক্ৰোশ” সংবাদ মেলতপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত মহিলা আক্ৰোশ” সংবাদ মেলত আজি চৰাইদেউ জিলাৰ বিজেপিৰ সোণাৰি স্থিত মুখ্য কাৰ্যালয়ত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান আৰু অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ তাছা , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত “মহিলা আক্ৰোশ” সংবাদ মেলত1
- অসমৰ অন্যতম পৰিৱেশ সংৰক্ষণমূলক গোট "প্ৰকৃতি"য়ে দেশৰ সৰ্বকনিষ্ঠ সৰ্প উদ্ধাৰকাৰী ৫ বছৰীয়া বিস্ময় বালক ৰাজ সৌৰভ বৰকটকীক তেওঁৰ বাসগৃহত উপস্থিত হৈ বিশেষভাৱে সম্বৰ্দ্ধনা জনায়। পিতৃ তথা বিশিষ্ট সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ পৰা বিজ্ঞানসন্মত প্ৰশিক্ষণ লৈ অতি কম বয়সতে বিষাক্ত সাপ উদ্ধাৰ কৰি অহা ৰাজৰ এই সাহসক গোটটোৱে কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা আৰু প্ৰকৃতি গোটৰ বিষয়ববীয়াসকল উপস্থিত থাকি ৰাজৰ কৰ্মক তেজপুৰবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে। উল্লেখ্য যে, প্ৰকৃতিপ্ৰেমী তথা বনকৰ্মীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এইবেলি বিহুৰ বতৰত "প্ৰকৃতি" গোটে এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে।1
- Bhojpuri dance1
- DIGBOI NEWS ডিগবৈ বিজেপি যুৱ মৰ্চাৰ সংবাদমেল। অসম মালা অধীনত ডিগবৈ পেঙেৰী সংযোগী পথ নিৰ্মানত চূড়ান্ত অনিয়ম। ঠিকাদাৰ মতলবউদ্দিন আহমেদৰ বিৰোদ্ধে সৰৱ ডিগবৈ বিজেপি যুৱ মৰ্চা।1
- Post by Assam Update1
- চৰাইদেউ জিলাৰ সাপেখাতীত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক। এক গোপন সূত্ৰৰ ভিত্তিত সোণাৰি আৰু সাপেখাতী আৰক্ষীৰ যুটীয়া অভিযানত কানুবাৰীৰ পৰা অনুসৰন কৰি ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক কৰে ।1