Shuru
Apke Nagar Ki App…
আজিৰে পৰা বিশ্বনাথৰ উত্তৰ মৰল গাঁৱত নৱম বাৰ্ষিক অধিৱেশন আৰু পালনাম মহাযজ্ঞ। #NewsUpdate #Biswanath #পালনাম
KHABAR 24 BISWANATH
আজিৰে পৰা বিশ্বনাথৰ উত্তৰ মৰল গাঁৱত নৱম বাৰ্ষিক অধিৱেশন আৰু পালনাম মহাযজ্ঞ। #NewsUpdate #Biswanath #পালনাম
More news from অসম and nearby areas
- Post by KHABAR 24 BISWANATH1
- বিহালী: দিনটো জ্বলে, ৰাতিও জ্বলে লাইট ৷ কিন্তু পোহাৰত কাকো দেখা পোৱা নাযায় এইটো কাৰ্যালয়ত, কাৰণ দুৱাৰত ওলমি থাকে প্ৰকাণ্ড প্ৰকাণ্ড তলা ৷ একাংশ চৰকাৰী কৰ্মীচাৰীৰ কাণ্ডজ্ঞানহীন কামৰ বাবে দিনটো জ্বলে ৰাতিও জ্বলে বাল্ব ৷ যিসময়ত ৰাজ্যত বিদ্যুতৰ নাটনি আৰু উচ্চ হাৰত অহা বিদ্যুৎ মাচুলৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাইজ, তেনে স্থলত চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ অপচয়ৰ ঘটনা সংঘটিত হৈছে ৷ উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত হোৱা বিদ্যুৎ অপচয় ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল চৰকাৰৰ দ্বাৰা ৷ বিদ্যুৎ মাচুল ৰাহি কৰাৰ লগতে বিদ্যুতৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও বিশ্বনাথ জিলাৰ বিহালীৰ চেৰেলীত অৱস্থিত লোকনিৰ্মাণ বিভাগ (পিডব্লিউডি)ৰ সহায়ক কাৰ্যনির্বাহী অভিযন্তা কাৰ্যলয়ৰ অধীনত থকা কাৰ্যালয়ত সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে । দিন-ৰাতি অৰ্থাৎ সকলো সময়তে জ্বলি থাকে কাৰ্যালয়টোত থকা কেইবাটাও বাল্ব ৷ যাৰ ফলত বিদ্যুৎ অপচয় হৈছে ।1
- Post by অঞ্জন শইকীয়া1
- হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।2
- ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে লৰিৰমুখৰ পৰা লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819 ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে1
- টকা নিদিলে কাম নকৰে দগাওঁ প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৰকাৰী কৰ্মচাৰীয়ে । #CMOASSAM #NagaonDistrictAdministration #NewsUpdate #HimantaBiswaSarma #police #Juria #nagaon_assam #doctor #dagaon #health1
- স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। ইংৰাজী মাধ্যমৰ CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা। ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে।1
- Post by অঞ্জন শইকীয়া3